Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

নৃশংস: যুৱতীক অমানৱীয় অত্যাচাৰ,ধৰ্ষণ একাংশৰ

ছ’চিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰিত হৈছে এক ভিডিঅ’ । এগৰাকী যুৱতীক কেইজনমান যুৱক সহিত এগৰাকী যুৱতীয়ে চলাইছে অমানৱীয় অত্যাচাৰ।অৱশ্যে এই ভিডিঅ’ ক’ত, কেতিয়া সংঘটিত হৈছে এয়া এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু এই ভিডিঅ’ই কঁপাই গৈছে
Read More...

নগাঁও আৰক্ষীৰ জালত ম’ষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া নগাঁৱত পিস্তল সহ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ…

নগাঁও আৰক্ষীয়ে আজি পুৱাৰ ভাগত অভিযান চলাই হয়বৰগাও আৰক্ষী চকীৰ অন্তৰ্গত কাটিমাৰিৰ পৰা হেৰইন সহ দুজন   ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । নগাঁও আৰক্ষীৰ সীমান্ত শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মানস শইকীয়াৰ নেতৃত্বত আৰু হয়বৰগাও
Read More...

পেঙেৰীৰ মুগং পথাৰত ৪ জন ড্ৰাগছ আৰু কানি ব্যৱসায়ৰ লগত জড়িত লোকক আটক

সমগ্ৰ ৰাজ্যখনতে এচাম যুৱ প্ৰজন্মই সামাজিকভাৱে নিষিদ্ধ কানি,ভাং ,ড্ৰাগছকে আদি কৰি বিভিন্ন নিচাযুক্ত দ্ৰব্য সেৱন কৰি নিজৰ লগতে  সমাজখনক অন্ধকাৰ দিশলৈ লৈ গৈছে ৷ তিনিচুকীয়া জিলাখনতো মাৰাত্মক ড্ৰাগছৰ অবাধ প্ৰচলন অৱ্যাহত আছে| বিশেষকৈ জিলাখনৰ
Read More...

লোহাৰঘাটত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ পোৱালি মৃত্যু

পশ্চিম কামৰূপ বন সংমণ্ডলৰ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৰ হানাপাৰাৰ নিচেই কাষতে থকা কাৱাচিং পাহাৰত দুদিন পূৰ্বে এটি আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ পোৱালি উদ্ধাৰ হৈছিল। জানিব পৰা মতে, প্ৰায় ৩/৪ বছৰীয়া আঘাতপ্ৰাপ্ত
Read More...

আন্তৰ্জাতিক টাইকোৱানডো খেলুৱৈ জ্ঞানদ্বীপে উজ্বলাই তুলিছে অসম তথা দেশৰ ক্ৰীড়াক্ষেত্ৰ

নলবাৰী জিলাত আন্তৰ্জাতিক খেলুৱৈৰ সংখ্যা তেনেই তাকৰ। তাৰে ভিতৰত জ্ঞানদ্বীপ কলিতা এজন অন্যতম খেলুৱৈ। নিজৰ সাহস, একাগ্ৰতা আৰু গভীৰ আত্মবিশ্বাসকে তেওঁ মূলধন হিচাপে লৈ বিভিন্ন দেশত নিজৰ পাৰদৰ্শীতা ডাঙি ধৰি ৰাজ্য তথা দেশলৈ সন্মান কঢ়িয়াই আনিবলৈ
Read More...

বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ মৃত্যুত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ…

গোঁসাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ অকাল বিয়োগত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ হৈ গভীৰ শোক প্ৰকাশ কৰিছে সভাপতি ৰিপুণ বৰা আৰু তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ
Read More...

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত ২৬ মে, ২০২১ তাৰিখে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকৰ…

বৈঠকৰ আৰম্ভণিতে গোসাইগাঁও সমষ্টিৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ বিয়োগত শোক প্ৰকাশ কৰি আজিৰ কেবিনেটে ২ মিনিট সময় মৌনতা অৱলম্বন কৰে।➡️ মন্ত্ৰীদ্বয় পৰিমল শুক্লবৈদ্য আৰু উৰ্খাও গৌৰা ব্ৰহ্মক আজি প্ৰয়াত বিধায়কগৰাকীৰ গৃহলৈ গৈ অসম চৰকাৰৰ হৈ
Read More...

চৰকাৰলৈ সদৌ অসম কৰ্মচাৰী পৰিষদৰ সাহায্য:ক’ভিড টিকাকৰণ অভিযানৰ বাবে আগবঢ়ালে ৰাজ্যিক কৰ্মচাৰীৰ এদিনৰ…

মহামাৰী কৰ’নাই সৃষ্টি কৰা সংকটময় পৰিস্থিতিত নৱগঠিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে সাহায্য বিচাৰি জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে সদৌ অসম কৰ্মচাৰী পৰিষদে। কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধৰ হেতু ৰাজ্যত ক’ভিড-১৯ টিকাকৰণ
Read More...

গোঁসাইগাঁও সমষ্টিৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ অকাল বিয়োগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গভীৰ…

গোঁসাইগাঁও সমষ্টিৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ অকাল বিয়োগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গভীৰ শোক প্ৰকাশ।অসমবাসীয়ে এগৰাকী নিষ্ঠাৱান ৰাজনীতিবিদক হেৰুৱালেঃ মুখ্যমন্ত্ৰী প্ৰয়াত বিধায়কগৰাকীৰ স্বৰ্গগত আত্মাৰ সদগতি কামনাৰ লগতে
Read More...