Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

ট্বৱেচ্ছা ফাউণ্ডেশ্যনৰ উদ্যোগত ক’ভিড ১৯ আক্ৰান্তলৈ বিনামূলীয়া খাদ্য যোগান কাৰ্যসূচী

ক'ভিড ১৯ৰ মহামাৰীৰ সময়ত, ভাৰতীয় সেনাৰ প্ৰাক্তন বিষয়া গদাধৰ চেলেং আৰু তেওঁৰ সতীৰ্থ সকলৰ দ্বাৰা পৰিচালিত স্বেচ্ছাসেৱী সংগঠন ট্বৱেচ্ছা ফাউণ্ডেশ্যনৰ উদ্যোগত গ্ৰাম্যাঞ্চলৰ ক'ভিড ১৯ত আক্ৰান্ত সকলে বিনামূলীয়া আহাৰ , খাদ্য সামগ্ৰীৰ যোগান
Read More...

আলোপতিত চৰকাৰী বিদ্যালয়ৰ ভূমি বেদখলকলৈ প্ৰতিবাদ, ব্যৱস্থা গ্ৰহণৰ দাবী

বাঘবৰ সমষ্টিৰ আলোপতি আৰক্ষী থানাৰ অন্তৰ্গত চেঙা শিক্ষা খণ্ডৰ পশ্চিম কামাৰপাৰা প্ৰাথমিক বিদ্যালয়ৰ ভূমি বেদখলক লৈ বিদ্যালয় পৰিচালনা সমিতি আৰু একাংশ অভিভাৱক সৈতে প্ৰধান শিক্ষক নুৰ ইছলামে বিদ্যালয়ৰ ভূমি বেদখলকাৰীৰ বিৰুদ্ধে সাৱস্ত্য কৰে
Read More...

বছৰটোৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ: ক’ত ক’ত দৃশ্যমান হ’ব এই চন্দ্ৰগ্ৰহণ

৬ মে'ত বছৰটোৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ সংঘটিত হ'ব৷  ভাৰতত বিয়লী ২:১৭ বজাৰ পৰা সন্ধিয়া৭:১৯ বজালৈ দৃশ্যমান হ'ব এই চন্দ্ৰগ্ৰহণ৷ পূৰ্বাঞ্চলৰ অসম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰাত বিয়লী ভাগলৈ আংশিকভাবে দৃশ্যমান হ'ব চন্দ্ৰগ্ৰহণ৷
Read More...

কাকপথাৰত মটক ৰজা সৰ্বানন্দ সিংহৰ ২১৯ সৎখ্যক মৃত্যু দিৱস উদযাপন

ঐতিহাসিক বেংমৰা মটক ৰাজ্যৰ প্ৰতিষ্ঠাপক তথা স্বতন্ত্ৰ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ ২১৯ সংখ্যক মৃত্যু দিৱসটি ৰাজ্যৰ কেইবাখনো জিলাৰ সমান্তৰালভাৱে আজি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন ডিৰাক আঞ্চলিক সমিতিৰ উদ্যোগত ডিৰাকস্থিত নিজ কাৰ্যালয়ত,
Read More...

নগাঁও আৰক্ষীৰ জালত জাগীৰোডৰ পৰা পলায়ণ কৰা ২১জন ৰেলযাত্ৰী:ক’ভিদ বিধি ভংগ কৰি সমগ্ৰ সমাজখনকে…

 কেৰেলাত শ্ৰমিক হিচাপে কৰ্মৰত নগাঁও জিলাৰ ৰূপহী, জুৰীয়া, বটদ্ৰৱা, ধিং আৰু চামগুৰি অঞ্চলৰ বহু শ্ৰমিকক বিচাৰি অহৰ্নিশে অভিযান চলাইছে নগাঁও আৰক্ষীয়ে। দেওবাৰে পুৱা জাগীৰোড ষ্টেচনৰ পৰা স্ক্ৰীনিং নকৰাকৈ পলায়ণ কৰা কেইবাশতাধিক শ্ৰমিকে বিবেক
Read More...

কেনে আছে ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ সৈতে ৩৮ বছৰে জড়িত টংকেশ্বৰ কলিতা

সমগ্ৰ দেশৰ লগতে অসমতো কভিড ১৯ নে ভয়াবহ ৰূপ লোৱা সময়তে এই ৰোগৰ পৰা দেশৰ জনতাক ৰক্ষা কৰা উদেশ্যৰে দেশৰ প্ৰধান মন্ত্ৰীয়ে ইটোৰ পিছত সিটো লকডাউনৰ ঘোষণা কৰে।যাৰ ফলত সমগ্ৰ দেশৰ লগতে অসমৰো ভ্ৰাম্যমাণ থিয়েটাৰৰ জগত খন একেবাৰে বন্ধ হৈ যোৱা
Read More...

বুঢ়ীদিহিং নদীৰ গঢ়াখহনীয়া কৱলত মাৰ্ঘেৰিটা কেইবাখনো গাওঁ|গঢ়াখহনীয়া জাহ গ’ল হাজাৰ হাজাৰ বিঘা…

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত নৈ পৰীয়া  বহু কেইখন গাঁৱলৈ বুঢ়ীদিহিং নৈ ব্যাপক খৰাখহনীয়াই নৈ কঢ়িয়াই অনিছে তীব্ৰ ভাবুকি|সমষ্টিটোৰ অন্তৰ্গত বুঢ়ীদিহিং মাকুম আৰু টিৰাপ আটাইকেইটা মৌজাৰ বহু কেইখন গাঁৱত বুঢ়ীদিহিং
Read More...

লেটচ পেডেলৰ কভিড সজাগতাৰে চাইকেল ৰেলী

 লে'টছ পেডেলৰ উদ্যোগত  পুৱাভাগতে  বিশ্বনাথ চাৰিআলিৰ মধুপুৰ তিনিআলিৰ পৰা এক ক'ভিড সজাগতা ৰেলি উলিওৱা হয়।  লে'টছ পেডেলৰ তৰফৰ পৰা বিশ্বনাথ ঘাট, নৱপুৰ আৰু বামগাৱঁত চাবোন আৰু মাস্ক বিতৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ক'ভিড আচৰণবিধি সম্পূৰ্ণৰূপে
Read More...

নগাঁও মৰিকলং আৰক্ষীৰ অভিযান নগাঁও মৰিকলংত ব্ৰাউন চুগাৰ সহ এজনক আটক

নগাঁৱত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযান।নগাঁও মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অঞ্জুমনি কলিতাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলেকালি সন্ধিয়া মৰিকলং অঞ্চলৰ পৰা আটক কৰে এটা কুখ্যাত ড্ৰাগছ মাফিয়াক।
Read More...

অৱশেষত গ্ৰেপ্তাৰ হ’ল মল্লযোদ্ধা সুশীল কুমাৰ

অৱশেষত ১৮ দিনীয়া উৎকণ্ঠাৰ পাছত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে সাগৰ ৰাণা হত্যাকাণ্ডত অভিযুক্ত, অলিম্পিকত দুবাৰকৈ মেডেল অৰ্জন কৰা মল্লযোদ্ধা সুশীল কুমাৰক। দেওবাৰে পুৱা দিল্লী মুণ্ডকা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে সুশীল কুমাৰৰ লগতে আন এগৰাকী
Read More...