Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

মাৰ্ঘেৰিটাত যান-বাহনৰ ক্ষেত্ৰত জাৰি কৰা যুগ্ম-অযুগ্ম সংখ্যা নিয়ম ধোঁৱাচাঙত

ক'ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰে যান-বাহনৰ ক্ষেত্ৰত জাৰি কৰি নীতি নিদেৰ্শনা| সমগ্ৰ ৰাজ্যখনৰ লগতে তিনিচুকীয়া জিলা মাৰ্ঘেৰিটাতো দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা | ইয়াৰ পিছতো যেন মুঠেও সচেতন নহয় একাংশ লোক |
Read More...

ৰিতুল শইকীয়াক মুকলি কৰাৰ পাছত প্ৰথম প্ৰতিক্ৰিয়া আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ।

ৰিতুল শইকীয়াক মুকলি কৰাৰ পাছত প্ৰথম প্ৰতিক্ৰিয়া আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ।চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ সাজু আলফা স্বাধীন ! যদিহে পথ মসৃণ হয়, যদিহে কোনো বাধা নাথাকে তেন্তে আলোচনা কৰিব আলফা স্বাধীনে জনালে সংবাদ মাধ্যমক ।
Read More...

নগৰবেৰা আলোপতি-মাজৰচৰ সংযোগী জলপথত বিপদসংকুল আহ যাহ

দক্ষিণ বৰপেটা জিলাৰ বাঘবৰ আৰু চেঙা সমষ্টিৰ দক্ষিণ পাৰৰ চৰাঞ্চলত লক্ষাধিক লোকৰ নগৰবেৰা আলোপতি-মাজৰচৰ সংযোগী জলপথত সম্প্ৰতি এক ভয়াবহ যাতায়ত অব্যাহত আছে। স্বাধীনতাৰ সাত দশকৰ পিছতো মৰণক শৰণ দি নিতৌ পাৰাপাৰ হয় চৰাঞ্চলৰ সহস্ৰজনে। কিছু দিনৰ
Read More...

এইবাৰ ‘যশ’ ঘূৰ্ণিবতাহৰ তাণ্ডৱ, ৫ ৰাজ্যত সতৰ্ক বাণী প্ৰশাসনৰ

তাউকতে ঘূৰ্ণিবতাহৰ পিছত এইবাৰ যশ নামৰ আন এক ঘূৰ্ণিবতাহে সংকট হৈ দেখা দিছে দেশৰ উপকূলীয় অঞ্চলত। যাৰ বাবে ইতিমধ্যে ৫ খনকৈ ৰাজ্যত সতৰ্ক বাণী জাৰি কৰিছে প্ৰশাসনে।এই সাগৰীয় ঘূৰ্ণিবতাহে দক্ষিণ পূব ভাৰতৰ উপকূলীয় অঞ্চলত প্ৰভাৱ পেলাব বুলি শংকা
Read More...

ওদালগুৰিত লাখ লাখ টকাৰ ক্ষতি সন্মুখীনহৈছে কৃষক,এইবাৰ আন্তঃৰাজ্যিক তৰমুজ চিণ্ডিকেট আৰাম্ভ হৈছে

ওদালগুৰি জিলাৰ ওদালগুৰি, মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰৌতা, মেৰাবিল , গৰৈমাৰী , কাহিবাৰী , আদি ঠাইৰ লগতেই জিলাখনৰ বেছিভাগ অঞ্চলত দৈনন্দিন জীৱন অতিবাহিত কৰিবলৈ কৰ্ম সংস্থাপন বিচাৰি হাবাথুৰি খাই বিভিন্ন ৰাজ্যত গৈ বছৰ
Read More...

অৱশেষত আলফা স্বাধীনে মুক্তি কৰি দিলে লাকুৱা অ’ এন জি চিৰ ৰিগৰ পৰা অপহৃত ৰিতুল শইকীয়াক

অপহৃত ৰিতুল শইকীয়াৰ বাসগৃহত আনন্দৰ বন্যা- পুৱাই ভাৰত সীমান্তত প্ৰৱেশ শইকীয়াৰ। আলফাই অপহৰণ কৰি নিয়া অপহৃত ৰিতুল শইকীয়াৰ বাসগৃহত আনন্দৰ বন্যা, উৎফুল্লিত হৈ পৰিছে ৰিতুলৰ পিতৃ মাতৃ। ৰিতুল শইকীয়াৰ ফোন মাতৃ লৈ। ভাৰত ম্যানমাৰ সীমান্তৰ লংৱাত
Read More...

এই জটিল সময় চোৱাত অসমবাসীক কিছু সকাহ দিবলৈ মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ সহায় দৈনন্দিন বাৰ্তা গোষ্ঠীৰ

বৰ্তমান সমগ্ৰ দেশৰ লগতে অসমতো কৰণাই চানি ধৰিছে।এই জটিল সময় চোৱাত অসমৰ মুখ্যমন্ত্ৰীয়ে সকলোকে সহায় সহযোগিতা লগতে মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ সহায় আগবঢ়াবলৈ আহ্বান জনাইছিল।ইফালে মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সহাৰি জনাইদৈনন্দিন বাৰ্তা
Read More...

ধুবুৰীত আৰক্ষীয়ে বৃহৎ পৰিমানৰ ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্য সহ দুগৰাকী কুখ্যাত ড্ৰাগছ ব্যৱসায়িক…

ধুবুৰী চহৰৰ সমীপতে থকা ঝগৰাৰপাৰৰ ৩য় খণ্ডৰ অঞ্চলত যোৱা নিশা কলেজ নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জয়ন্ত দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে এক গোপন তথ্যৰ ভিক্তিত অভিযান চলাই বৃহৎ পৰিমানৰ ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্য জব্দ কৰে । এই
Read More...

কৃষক নেতা তথা নৱনিযুক্ত বিধায়ক অখিল গগৈক বিধান সভা শপত গ্ৰহণ অনুষ্ঠানলৈ টানি আজুৰি অনা কাৰ্যক তীব্ৰ…

আজি অৰ্থাৎ শুক্ৰবাৰে অসম বিধান সভা অধিবেশনৰ প্ৰথমটো দিনত ৰাজ্যৰ সকলো বিধায়ককে শপত বাক্য পাঠ কৰোৱা হয়  ।  সেই মৰ্মে বিধান সভা অধিবেশনৰ প্ৰথমটো দিনটোত ১০৮ নং শিৱসাগৰ বিধান সভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক তথা শ্ৰমজীৱী কৃষক নেতা অখিল গগৈ ও
Read More...

ৰঙিয়াত মাৰাত্মক ড্ৰাগচৰ ৰমৰমীয়া বেহা,একাংশ কিশোৰ চুৰি কাৰ্য্যত লিপ্ত

ৰাজ্যৰ সৰ্বত্ৰে এতিয়া নিচাজাতীয় সামগ্ৰীৰ অবাধ বেহা । সমান্তৰাল ভাবে ৰঙিয়াটো ব্যপক হাৰত সৰবৰাহ হৈ আছে নিচাজাতীয় সামগ্ৰীৰ বেহা । যাৰ ফলত একাংশ কিশোৰ এই মাৰাত্মক ড্ৰাগচ ৰ কৱলত পৰি অৰ্থৰ অভাৱত চুৰি কাৰ্য্যত লিপ্ত হৈ পৰিছে । শুকুৰবাৰে
Read More...