Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ

শোণিতপুৰ জিলাৰ ৰঙাপৰা থানাৰ অৰ্ন্তগত ধুলাপাদুং চাহ বাগিছাৰ  ৪ নং শ্রমিক লাইনত যোৱা কালি নিশা এটা বনৰীয়া হাতীয়ে দুটাকৈ ঘৰ ভাঙি তহিলং কৰে। নিশা প্ৰায় ৩ টা মান বজাত  বনৰীয়া হাতীয়ে বাৰজু কালিন্দি আৰু বিজুলী কালিন্দিৰ  বাসগৃহ ভাঙি লণ্ড
Read More...

নুমলীগড়ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত পুখুৰী সদৃশ গাতত একাঠু পানী:

বোকাখাত নুমলীগড়ৰ ধনশিৰি দলঙৰ সমীপৰ পূব দিশত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুখুৰী সদৃশ একাঠু পানী ৰাইজৰ মৰণ ফান্দত পৰিণত হৈছে।চাৰিলেন যুক্ত পথ নিৰ্মাণৰ নামত বৰ্তমান ৰাইজে যাতায়ত কৰি থকা উক্ত পথটো মেৰামতি নকৰাত জীয়াতু ভুগিব লগা হৈছে ৰাইজে।পথটো
Read More...

শিৱসাগৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত ক’ৰনাৰ গণসংক্ৰমণ

 শিৱসাগৰ জিলাতো চহৰে-গাঁৱে দৈনিক ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই অহাৰ সময়তে এইবাৰ শিৱসাগৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত ক’ৰনা ভাইৰাছৰ গণসংক্ৰমণ৷ দুটা দিনৰ পূৰ্বে এজন কয়দী আক্ৰান্ত হোৱাৰ পাছতেই তৎপৰতা অৱলম্বন কৰা শিৱসাগৰ জিলা স্বাস্থ্য
Read More...

এতিয়াৰে পৰা অনলাইনত পাব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পাঠ্যক্ৰমৰ পাঠ্যপুথি

ৰাজ্যৰ দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে এটা বিশেষ খবৰ। অনলাইনত উপলব্ধ হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পাঠ্যক্ৰমৰ পাঠ্যপুথিসমূহ। এক জাননীৰ জৰিয়তে এই কথা জনালে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ চমুকৈ AHSECয়ে।AHSECৰ অফিচিয়েল ৱেবছাইটত
Read More...

একচন আৰম্ভ: নগাঁৱৰ আৰক্ষী অধীক্ষকৰ দায়িত্ৱ লৈয়েই ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে অভিযান আইপিএছ আনন্দ মিশ্ৰৰ

নতুনকৈ নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ দায়িত্ৱ লোৱাৰ পাছতে ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে এছ পি আনন্দ মিশ্ৰৰ অভিযান।নগাঁৱৰ বটদ্ৰৱাত ব্ৰাউন ছুগাৰ আৰু হেৰ'ইনসহ আটক কৰিলে ড্ৰাগছ সৰবৰাহকাৰীক।বটদ্ৰৱাৰ কদমনিত আটক চিৰাজুল ইছলাম নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰী।
Read More...

৪৬ নং ৰাঙ্গাপানী গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰংফুল নেচাৰ লুণ্ঠনৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ

বকো বিধান সভা  সমষ্টিৰ ছমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তত একাংশ ঠিকাদাৰৰূপী জনপ্ৰতিনিধিয়ে পঞ্চায়তী কাম-কাজত লুণ্ঠন চলাবলৈ আৰম্ভ কৰা আৰু সংশ্লিষ্ট বিভাগক সেই লুণ্ঠনৰ অভিযোগ একাংশই বাৰম্বাৰ দিয়া স্বত্বেও ফল নধৰাত বিবুদ্ধিত
Read More...

টীয়কত পানীৰ তলত নবনিৰ্মিত ৰাষ্ট্ৰীয় ঘাইপথ,বাৰিষাৰ আৰম্ভণিতে চপৰা চপৰে এৰাইছে ব্লেকটপিং

কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনিৰ অধীনত ৰাষ্ট্ৰীয় ঘাই পথ সম্প্ৰসাৰণৰ কাম ২০১৪ চনতে আৰম্ভ হৈছিল যদিও আজি পৰ্যন্ত সম্পূৰ্ণ হৈ উঠা নাই।বিগত সময়ত বিভিন্ন বহুজাতিক প্ৰতিস্থানে নিৰ্মাণৰ কাম অব্যাহত ৰাখিছিল আৰু শেহতীয়াকৈ লিংকন এণ্ড ডিগ্নিটি
Read More...

নাজিৰা মহকুমাধিপতিৰ মহকুমাৰ অন্তৰ্গত চাহ বাগানত পৰিভ্ৰমণ : যুদ্ধকালীন প্ৰস্তুতিৰে ক’ভিড কেয়াৰ…

নাজিৰা মহকুমাত ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই অহাৰ পৰিপ্ৰেক্ষিতত মহকুমা প্ৰশাসনৰ তৎপৰতা বাঢ়ি আহিছে। মহকুমাধিপতি লখিমী দত্তই নাজিৰা মহকুমা অন্তৰ্গত বিভিন্ন চাহ বাগান সমূহ নিজেই পৰিদৰ্শন কৰে আৰু ক'ভিডৰ বিষয়ে বুজ লোৱাৰ উপৰিও বাগান সমূহৰ
Read More...

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকে নিম্নোল্লিখিত…

1) ভৱিষ্যতে ক'ভিড ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত অক্সিজেনৰ যাতে অভাৱ নহয় তাৰবাবে কেবিনেটে সিদ্ধান্ত লয় যে-➡️ নতুনকৈ স্থাপন কৰা অক্সিজেন উৎপাদন উদ্যোগলৈ ১০০% বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ'ব।➡️ বন্ধ হৈ থকা অক্সিজেন উৎপাদন উদ্যোগ পুনৰ মুকলি কৰিলেও
Read More...