Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

মানাহ ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ মৃত্যু

প্ৰকৃতিপ্ৰেমী সকলৰ বাবে দুখবৰ। বুধবাৰে পুৱতি নিশা বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত এজনী গঁড়ৰ মৃত্যু হয় । খবৰ পোৱা অনুসৰি, ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁ‌হবাৰী বনাঞ্চলত আন গড়ৰ আক্ৰমণত মৃত্যু হয় ৰাষ্ট্ৰীয় উদ্যানখনৰ ২২ নম্বৰ
Read More...

ক’ভিড আক্ৰান্তৰ মৃত্যুক কেন্দ্ৰ কৰি খুমটাই চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি

আজি পুৱাৰ ভাগত গোলাঘাটৰ খুমটাই চাহ বাগিচাত  উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'য়  । খুমটাই চাহ বাগিচাৰ ক্ষুব্ধ শ্ৰমিকে ঘেৰাও কৰিলে বাগিচাৰ মুখ্য কাৰ্যালয়।  বাগিচা খনত কৰ্মৰত এগৰাকী মহিলা শ্ৰমিক ক'ভিড -১৯  ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পিছতেই
Read More...

ওৰাঙত অতি উদ্বেগজনক ভাবে বৃদ্ধি পাইছে ক’ভিড পজিটিভৰ সংখ্যা ৩২২ ,মৃত্যু-৫

সমগ্ৰ অসমৰ লগতে ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ ওৰাং,মাজবাট,ৰৌতা আদি এলেকা,অঞ্চল সমুহত কভিড ১৯ মহামাৰী উদ্বেগজনক ভাবে তীব্ৰ গতিত বৃদ্ধি পাব ধৰিছে । জিলা খনৰ ৭০নং মাজবাট বিধান সভা সমষ্টিৰ
Read More...

ওদালগুৰিত ক’ৰণা পৰীক্ষা ২৭৭৮ গৰাকী, আক্ৰান্তৰ সংখ্যা মুঠ ১৩২ গৰাকী :ভয়াবহ ৰূপত মৃত্যুৰ সংখ্যা…

ৰাজ্যখনত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ কৰোনা মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে ক'ৰুণাত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা  দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। স্বাস্হ্য বিভাগৰ পৰা পোৱা  তথ্য অনুসৰি  ১৮মেলৈ   
Read More...

ধৃত হীৰেণ গগৈৰ পাছতেই ডিগবৈৰ গ্ৰেনেড বিস্ফোৰণত জড়িত আনজন অভিযুক্ত ৰঞ্জিত চাংমাইক আটক তিনিচুকীয়া…

তিনিচুকীয়া আৰক্ষীৰ বৃহৎ সফলতা। ডিগবৈ টিংৰাইৰ গ্ৰেনেড বিস্ফোৰণত জড়িত আন এজন অভিযুক্ত ৰঞ্জিত চাংমাইক কৰায়ত্ত কৰিছে তিনিচুকীয়া আৰক্ষীয়ে। ধৃত ৰঞ্জিত চাংমাইৰ ঘৰ লক্ষীপথাৰ দেওঘৰীয়া গাঁৱত। 220 পালচাৰ বাইকখনৰ চালক আছিল ৰঞ্জিত চাংমাই। 
Read More...

গোৱালপাৰা চহৰ দিনৰ ১২ বজাতেই জনশূন্য ।প্ৰশাসনক সহযোগ কৰিবলৈ আহ্বান গোৱালপাৰা আৰক্ষীৰ

 ক'ৰনা মহামাৰীয়ে ৰাজ্যত উদ্দেগ জনক ভাৱে এক জটিল ৰূপ ধাৰণ কৰালৈ চাই ৰাজ্য চৰকাৰে জনসাধাৰণক সজাগ আৰু সচেতন হ'বলৈ জাৰি কৰিছে কোভিড প্ৰ'টকলৰ নতুন নীতি নিৰ্দেশনা। চৰকাৰৰ কোভিড প্ৰ'টকলৰ নতুন নীতি নিৰ্দেশনা অৰ্থাৎ নতুন এছ অ পিয়ে জলা কলা খুৱাইছে
Read More...

অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ আহ্বন ৰাইজৰ দলৰঃ ক্ৰয়-বিক্ৰয় নিৰীক্ষণৰ বাবে ফ্লাইং…

ইফালে মহামাৰী কৰ’ণাৰ সন্ত্ৰাস আৰু আনফালে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে ভয়াৱহ ভবিষ্যতৰ মাজলৈ ঠেলি দিছে দেশৰ দৰিদ্ৰ জনতাক । চৰকাৰে শাক-পাচলিকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰন কৰিবলৈ সক্ষম হোৱা নাই
Read More...

নৱনিযুক্ত আৰক্ষী অধীক্ষকৰ মহানুভৱতা :নগাঁৱত আবদ্ধ হৈ থকা কেৰেলাৰ বাছ চালকৰ দুৰ্দশাৰ বুজ ল’লে…

বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেৰেলাৰ পৰা অসমলৈ শ্ৰমিক কঢ়িয়াই অনা শতাধিক বাছ চালক বৰ্তমান ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে। জানিবপৰা মতে, এইবাৰৰ বিধানসভা নিৰ্বাচনত ভোটদানৰ বাবে বহু সহস্ৰাধিক সংখ্যালঘূ শ্ৰমিক কেৰেলাৰ পৰা অসমৰ বটদ্ৰৱা সমষ্টি,
Read More...

মৰিগাঁৱৰ নৱ নিযুক্ত আৰক্ষী অধিক্ষ্যক অৰ্পণা নটৰাজনৰ পৰ্য্যবেক্ষণ জিলাৰ বিভিন্ন চিকিৎসালয়

নৱ নিযুক্ত আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনৰ পৰিদৰ্শন মৰিগাঁৱৰ বিভিন্ন কন্টেইনমেন্ট জ'ন। সোমবাৰে মৰিগাঁৱত আনুষ্ঠানিক ভাৱে যোগদান কৰাৰ পিছত মঙলবাৰে প্ৰথমটো কাৰ্যসূচী ৰূপে আৰক্ষী অধীক্ষক গৰাকীক দেখা গল বহু কেইটা কন্টেইনমেন্ট জ'নলৈ  ইয়াৰ
Read More...

গোঁসাইগাঁওৰ গুৰুফেলাৰ বজাৰত সাত জনৰ দেহত কভিড পজিটিভ ধৰা পৰাৰ পিছত তৎপৰ হৈ উঠিছে প্ৰশাসন আৰু…

কৰোণা মহামাৰীয়ে সমগ্ৰ ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সমান্তৰাল কৈ গোঁসাইগাও মহকুমাৰ অন্তৰ্গত গুৰুফেলাতো কৰোনাৰ ত্ৰাসৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।গোঁসাইগাঁও মহকুমাৰ সৰু এখন গুৰুফেলাত বজাৰত সাঁত জন লোকৰ দেহত কৰোনাৰ পজিটিব দেখা দিছে।কৰোণা
Read More...