Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

তাহানিৰ আভিজাত্যৰ প্ৰতীক, আজি যেন নষ্টালজিয়া৷এসময়ৰ ভাৰতীয় ৰাজপথৰ সম্ৰাট আজি সকলোৰে বাবে অতিত

 চুবুৰীয়া কোনো এটা শিশুৱে যদি হাতৰ তলুৱাৰে বহুদিনৰ পৰা খামোচ মাৰি ধৰি থকা ধূলিৰ প্ৰলেপখিনি আতঁৰাই গ্লাছেৰে ভিতৰলৈ জুমি চাইছে,কোনোৱে আকৌ তাৰ বুকুত এ বি চি ডি-ক খ গ ঘ-১ ২ ৩ ৪ ৰ আখৰ লিখাৰ আখৰা চলাইছে ৷ বহুতে আকৌ তাৰ আঁৰ লৈ খেলিছে শৈশৱৰ
Read More...

পৰ্যতকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ ৰাইনো ইকো…

ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ খৈৰানীত নতুনকৈ শুভাৰম্ভণি কৰা ৰাইনো ইকো ৰিজৰ্টে এতিয়া ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।ভাৰত ভূটান সীমান্তৰ পাহাৰীয়া অঞ্চলত অৱস্থিত হোৱা হেতুকে প্ৰাকৃতিক পৰিৱেশৰ মাজত কিছু সময় কটোৱাৰ বাবে বিভিন্ন
Read More...

ৰেঞ্জাৰ ভূপেন চন্দ্ৰ দাসৰ চোৰাং কাঠ বেপাৰীৰ গোপন বুজাবুজিত মোক্ষম আঘাত,নগৰবেৰাত ডি, এফ, অ ৰঞ্জিত…

কামৰূপ জিলাৰ নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ বিভিন্ন ঠাইত ৰেঞ্জাৰ ভূপেন চন্দ্ৰ দাসৰ ছত্ৰছায়াত চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপন  হোৱাৰ মাজতে সোমবাৰে জামলাইৰ পৰা স্বয়ং নৱ নিযুক্ত ডি এফ অ ৰঞ্জিত
Read More...

এন এইচ পি চিয়ে দ্ৰুত গতিত বৃদ্ধি কৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যাঃ ক’ভিড পৰিস্থিতি জটিল হোৱাৰ পিছতো…

ধেমাজি জিলাৰ গোগামুখত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা ৷ গোগামুখ ব্লক প্ৰাথমিক চিকিৎসালয়ৰ অধীনত ক’ভিড পৰীক্ষাৰ অন্তত ধৰা পৰা ক’ভিড পজিটিভৰ সংখ্যা বৰ্তমানলৈকে ২৬৮ গৰাকী ৷ ইয়াৰে কেৱল নামনি সোৱণশিৰি জলবিদ্যুৎ
Read More...

গণিতৰ জগতত এটি নতুন সুত্ৰৰ সংযোজন বৰপেটাৰ গণিতজ্ঞ নৌচাদ আলীৰ ।পাটিগণিত আৰু জ্যামিতিৰ ওপৰতো তত্ব…

গণিতৰ জগতত আন এক নতুন সুত্ৰৰ সংযোজন কৰি বিশ্বৰ ভিতৰতে প্ৰথম সূত্ৰ উদ্ভাৱনৰ দাবী কৰিছে বৰপেটাৰ গণিতজ্ঞ নৌচাদ আলীয়ে । ২০১৭ বৰ্ষতে উদ্ভাৱন কৰা এই সুত্ৰটো সবিস্তাৰে প্ৰমাণ কৰি অলপতে এখন গ্ৰন্থও উলিয়াইছে। এই গ্ৰন্থখন অচিৰেই প্ৰকাশ পাব। এই
Read More...

ৰাঙ্গাপানীত কাঠৰ দলং নিৰ্মাণত পঞ্চায়ত প্ৰতিনিধিৰ ব্যাপক দুৰ্নীতি, তদন্তৰ দাবীত উত্তাল প্ৰতিবাদ

কৰোণাৰ ভয়াবহতাৰ মাজতেই নগৰবেৰাৰ ৰাঙ্গাপানীত কভিড প্ৰট’কল মানি পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ৰাইজে সাৱস্ত্য কৰিলে তীব্ৰ প্ৰতিবাদ। ছমৰীয়া উন্নয়ন খণ্ডৰ অধীনস্থ নগৰবেৰাৰ  ৰাঙ্গাপানীত এখন ফুটব্ৰীজ নিৰ্মানৰ কামত পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে
Read More...

ধল পানীয়ে দুখন বাঁহৰ সাঁকো বুৰাই পেলোৱাত ব্যাহত দক্ষিণ বৰপেটা-নগৰবেৰাৰ যাতায়াত

যোৱা তিনি চাৰি দিন ধৰি হোৱা  বৰষুণৰ পানীত সৃষ্টি হোৱা ধলে বৰপেটা জিলাৰ বাঘবৰ আৰু চেঙা সমষ্টিৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰৰ কেইবাটাও বাঁহৰ সাঁকো বুৰ যোৱাৰ লগতে দক্ষিণ বৰপেটা-নগৰবেৰা সংযোগী দুখন বৃহৎ বাঁহৰ সাঁকো উটুৱাই নিয়াত সম্পূৰ্ণৰূপে ব্যাহত
Read More...

মাৰ্ঘেৰিটাত ড্ৰাগছৰ ৰমৰমীয়া বেহাৰৰ অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

সমগ্ৰ তিনিচুকীয়া জিলাখনতে ড্ৰাগছৰ অবাধ প্ৰচলনে উঠি অহা নৱ প্ৰজন্মক ধ্বংস মূখলৈ লৈ গৈছে|দেওবাৰে মাৰ্ঘেৰিটাৰ লিডুত ড্ৰাগছৰ বাবেই সংঘটিত হৈছে এক জঘন্য কাণ্ড |ড্ৰাগছ আসক্ত নিজ পুত্ৰৰ হাততে শাৰিৰীক ভাবে আক্ৰমণৰ বলি হব
Read More...

কোৰোণা ৰোগীৰ বাবে অক্সিজেন, ঔষধ, খাদ্য সামগ্ৰী যোগান ধৰিব অসম জাতীয় পৰিষদে

ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে কোৰোণা মহামাৰীয়ে। কোৰোণাৰ ভয়াৱহ সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰক সাদ্য অনুসৰি সদায় কৰিছে সকলোৱে। তাৰ মাজতে সোমবাৰে অসম জাতীয় পৰিষদৰ নেতৃত্বই সংবাদমেল সম্বোধন কৰি, কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। কোৰোণাত আক্ৰান্ত
Read More...

নগাঁৱত মহামাৰী কভিড-১৯ৰ সংহাৰ অব্যাহত :আজি ১৬৯ গৰাকী আক্ৰান্ত: চাৰি গৰাকীৰ মৃত্যু ,মৃত্যুৰ সংখ্যা…

সমগ্ৰ নগাঁও জিলাত  মহামাৰী কভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা দৈনিক বৃদ্ধি পাবলৈ ধৰিছে। ফলত পৰিস্থিতিয়ে জটিলৰ পৰা জটিলতাৰ দিশে গতি কৰিছে। আজিৰ দিনটোত  পুনৰ ১৬৯ জন লোকৰ দেহত ক'ভিড- ১৯ৰ উপস্থিতি নতুনকৈ ধৰা পৰিছে। এতিয়ালৈকে  কৰোনাৰ দ্বিতীয়
Read More...