Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

আলফাৰে সম্পৰ্কত অভিযুক্ত নাজিৰাৰ গেলেকী থানাত তিনি আচামী ক’ভিডত আক্ৰান্ত

নাজিৰা মহকুমাৰ অন্তৰ্গত গেলেকী আৰক্ষী থানাত তদন্তৰ স্বাৰ্থত অনা তিনিজনকৈ আচামী ক'ভিডত পৰীক্ষা কালত এই ৰোগত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে । জানিব পৰা মতে আলফা স্বাধীন সংগঠনৰ সৈতে যোগাযোগ ৰক্ষা কৰি অহাৰ অভিযোগত  পুলিন বৰগোহাঞি,(৫২) উজ্বল
Read More...

নিউয়ৰ্কত জিলিকিল অসমীয়া ছবি ‘বৰষুণ’

ক’ৰণা মহামাৰীৰ মাজতেই অসম বাসীৰ বাবে এটা ভাল খবৰ। হললৈ অহাৰ পূর্বেই অহা ৪-১৩ জুনলৈ নিউয়ৰ্কত হবলগীয়া ‘নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল’ত এখন অসমীয়া ছবিয়ে দুটাকৈ শিতানত মনোনয়ন লাভ কৰিছে। ‘নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল’ত জিলিকিল 
Read More...

ক’ভিডত আক্ৰান্ত হৈ বোকাজানৰ জ্যেষ্ঠ সাংবাদিক ৰুবুল দিহিঙীয়াৰ মৃত্যু

বোকাজানৰ জ্যেষ্ঠ সাংবাদিক ৰুবুল দিহিঙীয়াৰ মৃত্যু। কোভিডত আক্রান্ত হৈ গুৱাহাটীৰ জি এম চি এইচত মৃত্যু সাংবাদিকগৰাকীৰ। নিশা ১২.৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে সাংবাদিকগৰাকীয়ে। সাংবাদিকতাৰ উপৰি বোকাজানৰ বিভিন্ন সামাজিক কাম-কাজত
Read More...

জামুগুৰিহাটত হিমন্ত বিশ্ব শৰ্মাৰ আধাৰশিলা ভাঙিলে দূস্কৃতিকাৰীয়ে

চতিয়াৰ চৰ চাপৰিত সন্দেহজনক নাগৰিকৰ দপদপনি অব্যাহত ৷ চতিয়া সমষ্টিৰ চৌকী ঘাটত কোনো দূস্কৃতিকাৰীয়ে এটি আধাৰশিলা ভাঙি পেলোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ উল্লেখ্যযে যোৱা বৰ্ষত চতিয়া সমষ্টিৰ অন্তৰ্গত চৌকী ঘাটত এখন আইন মহাবিদ্যালয়
Read More...

নতুন SOP বলৱৎ হোৱাৰ পিছত মাজবাট আৰক্ষীৰ তৎপৰতা

মহামাৰী ক'ভিড -১৯ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে নতুন এচ ও পি জাৰি কৰাৰ সময়ত ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে মাজবাট আৰক্ষীয়েও এচ ও পি ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱা দেখা গৈছে। এই লৈ আজি ঠিক এঘাৰ বজাত মাজবাট নগৰখনৰ দোকান -পোহাৰ বন্ধ হোৱাৰ পিছত ১২ বজাৰ
Read More...

ওদালগুৰি জিলাত ক’ভিড আক্ৰান্তৰ সংখ্যা- ১২৪৭ গৰাকী :তীব্ৰতৰ ৰূপত মৃত্যুৰ সংখ্যা ২৫ গৰাকীলৈ…

ৰাজ্যখনত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ ক'ভিড ১৯ ৰ  মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে  দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। স্বাস্হ্য বিভাগৰ পৰা পোৱা  তথ্য অনুসৰি  ১৬ মেত   ওদালগুৰিত ২৬ গৰাকী  কভিড ১৯ত 
Read More...

ওদালগুৰিত লাখ লাখ টকাৰ ক্ষতিৰ সন্মুখীন হৈ মুৰে কপালে হাত দিব লগা হৈছে কৃষক সকলে

ওদালগুৰি জিলাৰ মাজবাট বিধানসভা সমষ্টিৰ ৰৌতা, মেৰাবিল , গৰৈমাৰী ঠাইৰ লগতে জিলাখনৰ বেছিভাগ অঞ্চলত দৈনন্দিন জীৱন অতিবাহিত কৰিবলৈ কৰ্ম সংস্থাপন বিচাৰি হাবাথুৰি খাই বহিঃৰাজ্যত ব্যক্তিগত প্ৰতিষ্ঠান, শ্বপিং মল , চকীদাৰ
Read More...

সংবাদ প্ৰতিষ্ঠানৰ মূখ্য কাৰ্যালয়ত বন্ধন বেংকৰ মাস্ক-ছেনিটাইজাৰ বিতৰণ

দেশজুৰি তীব্ৰগতিত কৰ’নাৰ গণসংক্ৰমণ অব্যাহত২০২০ চনতকৈও অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰ’না ভাইৰাছে৷ ক’ভিড-১৯ত হাজাৰ হাজাৰ লোক আক্ৰান্ত হোৱাৰ লগতে বহু লোকে প্ৰাণ হেৰুৱাইছে৷ দিনে দিনে বাঢ়ি গৈছে আক্ৰান্ত ৰোগীৰ সংখ্যা৷ প্ৰশাসনে কৰ’নাৰ সংক্ৰমণ হ্ৰাস
Read More...

বনমন্ত্ৰীয়ে স্মৃতিসৌধ নিৰ্মাণ কৰিম বুলি কোৱাটো দুৰ্ভাগ্যজনক:গৰজি উঠিছে দল-সংগঠন তথা প্ৰকৃতিপ্ৰেমী…

নগাঁৱৰ বামুণী পাহাৰত ১৮ টাকৈ হাতীৰ কৰুণ মৃত্যুৰ পিছত ঘটনাস্থলীত যোৱা কালি উপস্থিত হৈ নিহত হস্তীকুলৰ প্ৰতি সন্মানৰ্থে এটি স্মাৰক স্থাপনৰ আশ্বাস প্ৰদান কৰিছিল বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই। কিন্তু বনমন্ত্ৰীৰ এই সিদ্ধান্তক একেমুখে বিৰোধীতা
Read More...

ক’ভিড ১৯ৰ বিৰুদ্ধে যুজঁ দিবৰ বাবে সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ বিশ্বনাথ প্ৰশাসনৰ

জিলাখনত ক্ৰমান্বয়ে ক'ভিড-১৯ ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে কিয়নো ইয়াৰ অবিহনে অসামৰিক বা আৰক্ষী প্ৰশাসনে বিছৰা ধৰণৰ ফলাফল পাব নোৱাৰে । সেই হেতুকে জিলাখনৰ
Read More...