Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

কোভিড পৰিস্থিতিৰ বুজ লবলৈ বৰপেটাত যোগান মন্ত্ৰী ৰঞ্জিৎ দাস, অত্যাৱশ্যকীয় সামগ্ৰীৰ দামৰ…

 সাম্প্ৰতিক কোভিডজনিত পৰিস্থিতিৰ সুযোগ লৈ কোনো ব্যৱসায়ীয়ে যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম অনৈতিকভাবে বৃদ্ধি কৰিব নোৱাৰে তাৰ বাবে জিলা প্ৰশাসনক সতৰ্ক দৃষ্টি ৰাখিবলৈ আহ্বান জনাইছে আজি বৰপেটা জিলাৰ কোভিড পৰিস্থিতিৰ বুজ লোৱাৰ বাবে অহা যোগান
Read More...

আকৌ বলাৎকাৰৰ ঘটনা, টীয়কৰ চেলেংহাটত কিশোৰী বলাৎকাৰৰ গোচৰত গ্ৰেপ্তাৰ দুই যুৱক

সমগ্ৰ ৰাজ্য কঁপাই যোৱা চুমিলা ৰংহাপী আৰু দীপশিখা হত্যাকাণ্ড ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই যোৰহাট জিলা টীয়কৰ  চেলেংহাটৰ হেমলাই চাহ বাগিচাত পুনৰ এগৰাকী কিশোৰীক বলাৎকাৰৰ ঘটনা পোহৰলৈ আহিছে। ভুক্তভোগী কিশোৰীৰ মাতৃৰ ভাষ্য অনুসৰি, যোৱা মাহৰ ১৮
Read More...

মৰিগাঁৱত উপস্থিত মন্ত্ৰী পিযুষ হাজৰিকা শপত গ্ৰহণৰ পিছত প্ৰথম বাৰ গৃহ জিলাত জিলা প্ৰশাসনৰে বৈঠক…

শনিবাৰে মৰিগাঁৱত উপস্থিত কেবিনেট মন্ত্ৰী পিয়ুষ হাজৰিকা অসম চৰকাৰৰ এজন কেবিনেট মন্ত্ৰী হিছাপে দায়িত্ব লোৱা পিছত প্ৰথম বাৰৰ বাবে মৰিগাৱত উপস্থিত হয়।মৰিগাঁৱত উপস্থিত হৈয়ে জিলা খনৰ একমাত্ৰ নৱ নিযুক্ত  কেবিনেট মন্ত্ৰী গৰাকীয়ে মৰিগাঁও জিলা
Read More...

এজন বিধায়কৰ পত্নীৰ মহানুভৱতা ,পথাৰত কৰ্মৰত হালোৱা-ৰোৱনীৰ বাবে ঘৰত ৰন্ধা দুপৰীয়াৰ আহাৰ নিজে ঠেলাত…

নগাঁও জিলাৰ বেবেজীয়াৰ পশ্চিমাঞ্চলৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত চাবুকধৰা-নদলবৰীৰ এগৰাকী কৰ্মোদ্যমী মহিলা ৷ ক’ৰোনা মহামাৰীৰ দ্বিতীয় লহৰৰ এই ভয়াৱহ পৰিস্থিতিৰ মাজতে এইগৰাকী উদ্যমী তথা মানৱদৰদী মহিলাই নিজ গৃহত নিজ হাতেৰে
Read More...

কৰিয়াজানত বন্য হস্তীয়ে একে নিশাই ভাঙি তহিলং কৰিলে ৪ টাকৈ বাসগৃহ *বন্য হস্তী আক্ৰমণত কথমপি প্ৰাণ…

তিনিচুকীয়া জিলাৰ কৰিয়াজনত বন্য হস্তী তাণ্ডৱ|আজি যোৱা নিশা খাদ্য সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা এটা বন্য হস্তীয়ে ভাঙি তহিলং কৰিলে ৪ টাকৈ বাসগৃহ| প্ৰাপ্ত খৱৰ অনসৰি যোৱা নিশা প্ৰায় ১০:৩০ৰ পৰা পুৱতি নিশা ১:০০ বজাৰ লৈকে বন্য
Read More...

বিহালী আৰক্ষীৰ বৃহৎ সাফল্য।বৰগাং মৰাণ গাৱৰ অপহৃত চাৰি শিশু উদ্ধাৰ ইটানগৰত।অপৰাধীক গ্ৰেপ্তাৰ কৰি…

বিহালী আৰক্ষী থানা অন্তর্গত বৰগাংমৰাণ গাওঁ আৰু টংবাৰী গাওঁৰ পৰা বিগত ছয়মাহৰ ভিতৰত অপহৰণ কৰি নিয়া হয় চাৰি টাকৈ শিশু ।ইফালে এই ৪ টা শিশু উদ্ধাৰ বাবে অহৰহ চেষ্টা কৰিছিল বৰগাং মৰণা গাওঁৰ গাওঁৰক্ষী
Read More...

ক’ভিড নীতি নিয়ম ভঙ্গ কৰা লোকৰ বিৰুদ্ধে নাজিৰা প্ৰশাসনৰ বিশেষ অভিযান

 সাম্প্ৰতিক ক'ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত লখিমী দত্তৰ তত্বাৱধানত চক্ৰ বিষয়া শান্তনু গগৈ, সহকাৰী আয়ুক্ত প্ৰীতম গগৈ, ৰুবী কুমাৰী ৰায়, তন্ময় চেতিয়া, চক্ৰ বিষয়া (সংলগ্ন)
Read More...

আজিৰ পৰা চাহ বাগিচাত প্ৰযোজ্য হ’ব নতুন কোভিড বিধি। আক্ৰান্ত শ্ৰমিকক কৰিব নোৱাৰিব হোম…

আজিৰ পৰা চাহ বাগিচাত প্ৰযোজ্য হ'ব নতুন কোভিড বিধি। বাগিচাসমূহত দিনে দিনে কোৰোণাৰ সংক্ৰমণ বৃদ্ধি পোৱাত চৰকাৰে বাগিচাৰ বাবে জাৰী কৰিছে নতন কোভিড বিধি।কোৰোণাত আক্ৰান্ত কোনো শ্ৰমিকক কৰিব নোৱাৰিব হোম কোৱাৰেণ্টাইন। উপযুক্ত সুবিধা থকা সমূহিক ভৱন,
Read More...

Breaking News : ডিফুত ৰাজপথত গুলীচালনা। এজন যুৱক নিহত।

ডিফুৰ ধনশিৰি পথৰ হাতীকেম্পত এজন যুৱকক গুলীয়াই হত্যা।দেৱজিৎ সিনহা নামৰ যুৱকজনক গুলীয়াই হত্যা অচিনাক্ত যুৱকৰ।শূন্য দূৰত্বৰ পৰা পিষ্টলেৰে মূৰত গুলীয়াই হত্যা কৰে দেৱজিৎ সিনহাক।ম'বাইল ব্যৱসায়ী দেৱজিৎ সিনহাৰ ঘৰ ডিফু চহৰৰ শীতলাবাৰীত।ধনশিৰিৰ
Read More...

আদিবাসী সকলৰ বিভিন্ন দল সংগঠনে আজি “কলা দিৱস” উদযাপন কৰে।

আদিবাসী-বড়োৰ গোষ্ঠী সংঘৰ্ষৰ পঁচিশ বছৰ।কিন্তু আজিৰ দিনটো কোনেওঁ‌ পাহৰা নাই।বিগত ১৯৯৬ আৰু ৯৮ চনত সংঘটিত হোৱা হিংসাৰ দাবালন আজিও মানস পটত ভাঁহি থকা চাওতাল সকলৰ বাবে ১৫ মে’ তাৰিখটো আখ্যায়িত হোৱা আদিবাসী জনগোষ্ঠীৰ লোকসলে আজিৰ দিনটো কলা
Read More...