Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

জাগুনত এন ,এছ,চি,এন’ৰ দুধৰ্ষ কেডাৰ আটক

 তিনিচুকীয়া জিলাৰ জাগুনত সেনাবাহিনীৰ বৃহৎ সাফল্য।জাগুন নামফাই সংৰক্ষিত বনাঞ্চলত এক অভিযান চলাই ভাৰতীয় সেনাই যোৱা শুক্ৰবাৰে  এন, এছ, চি, এন (আৰ)ৰ  এজন দুধৰ্ষ কেডাৰ আটক কৰিবলৈ সক্ষম হয়। আটকাধীন কেডাৰ জনৰ নাম লক্ষীকান্ত কুম্বাং (২৯) বুলি
Read More...

অসমীয়া জন-জীৱনৰ লগত সংপিক্ত বাঁহ শিল্পক জীয়াই ৰখা প্ৰয়াস বৰডুমচাৰ এজন যুৱকৰ

 অসম অৰুণাচল প্ৰদেশ সিমান্তৱৰ্তী বৰডুমচাৰ ৰিতুকঁ‌ঠালগুৰি নিৱাসী নৱকান্ত চলিহাৰ অসমীয়া জন-জীৱনৰ লগত সংপিক্ত বাঁহ শিল্পক জীয়াই ৰখা এক অনন্য ব্যতিক্ৰমী প্ৰয়াস |২০০৬ চনতে দুজন বন্ধু ক্ৰমে পৰাগজ্যোতি গোহাঁই আৰু মৃদুল বৰপাত্ৰগোঁহাইৰ সৈতে মিলি
Read More...

ৰ’দত শুকাই বৰষুণত তিতিছে বোকাখাতৰ কৃষকৰ শ্ৰমৰ প্ৰাচুৰ্য,দৰ নাপাই চোতালতে পৰি ৰৈছে হাজাৰ…

ৰাজ্যখনৰ আন আন অঞ্চলৰ লগতে বাৰিষা উপৰ্যুপৰি অহা বানত ডুব যায় বোকাখাত মহকুমা। কৃষিৰ প্ৰচুৰ সম্ভাৱনা থকাৰ পাছতো মহকুমাটোৰ কৃষক সকলে বছৰটোৰ ভালেখিনি সময় বানপানীৰ লগতে বন্যজন্তুৰ উপদ্ৰৱ, খৰাং আদি অলেখ সমস্যাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে।
Read More...

ক’ভিড পৰিস্থিতিৰ পৰ্যালচনাৰ বাবে ধুবুৰীত মন্ত্ৰী অজন্তা নেওগ

অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে আজি ধুবুৰী জিলাৰ ক'ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে৷ আজি দুপৰীয়া ধুবুৰীত উপস্থিত হোৱাৰ পিছতে মন্ত্ৰী গৰাকীয়ে ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কেবাজনো জনপ্ৰতিনিধি, জিলা
Read More...

এনএছ চি এন(কে-য়া)ৰ কৱলত চাৰিজনকৈ ব্যক্তি

নগা উগ্ৰপন্থী সংগঠন এনএছচিএন (কে-য়া) অপহৰণ কৰিলে দুই গাড়ী চালকক। এজন অসমৰ আনজন নগালেণ্ডৰ মন জিলাৰ বাসিন্দা। নগালেণ্ডৰ মন জিলাৰ লংৱাৰপৰা পংচাও লৈ নিৰ্মীয়মান ১৮ কিলোমিটাৰ জোৰা এটা পথৰ নিৰ্মাণ কাৰ্যত জড়িত আছিল দুয়োজন লোক। এঘাৰ মে'ৰ নিশাই
Read More...

ডিগবৈৰ টিংৰাইত বিস্ফোৰণত নিহতৰ আত্মীয়লৈ ৫ লাখ টকাকৈ সাহাৰ্য। ঘটনাস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ।

ডিগবৈৰ টিংৰাইত গ্ৰেনেড  বিস্ফোৰণত নিহতৰ আত্মীয়লৈ ৫ লাখ টকাকৈ সাহাৰ্য ঘোষণা ৰাজ্য চৰকাৰৰ। আজি ঘটনাস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰে।মন্ত্ৰী সঞ্জয় কিষাণ আৰু নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈৰ সৈতে বিস্ফোৰণথলী
Read More...

ডিগবৈৰ বিস্ফোৰণ, আলফা (স্বাঃ)ৰ বিবৃতি

শুকুৰবাৰে ডিগবৈ টিংৰাইত সংঘটিত হয় গ্ৰেনেড বিস্ফোৰণ। টিংৰাইৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত সংঘটিত হোৱা বিস্ফোৰণটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ৩ জনকৈ লোক। আনহাতে ইয়াৰে এজন ডিগবৈ চিকিৎসালয়লৈ নি থকা অৱস্থাতে নিহত হৈছে। বিস্ফোৰণ সংঘটিত
Read More...

দফলাপোটা পানী যোগান আচনিত ২০বছৰে পানী এটুপি পানীও নাই

ওদালগুৰি জিলাৰ পূব প্ৰান্তত বিশুদ্ধ খোৱা পানী যোগানৰ নামত জন স্বাস্থ্য কাৰিকৰী বিভাগে ৰূপায়ন কৰা আঁচনি সমূহ এক চূড়ান্ত প্ৰহসনলৈ ৰূপান্তৰিত হৈছে । ৰাজহুৱা ধনৰ শ্ৰাদ্ধ পাতি কোটি কোটি টকা খৰচ কৰি ৰাইজক এটুপাল বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ
Read More...

শনিবাৰে পুৱাই ভূমিকম্পৰ জোকৰাণি, কঁপাই গ’ল ৰাজ্য

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি।শনিবাৰে পুৱা ৮.৩৪ বজাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।ভূমিকম্পৰ অভিকেন্দ্ৰ শোণিতপুৰ জিলা বুলি জানিব পৰা গৈছে।ভূ-গৰ্ভৰ পৰা ১৪ কিলোমিটাৰ গভীৰতাত ভূমিকম্পটোৰ অভিকেন্দ্ৰ।ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৰিখটাৰ স্কেলত ৩.৯।
Read More...

ক’ভিডপৰিস্হিতি সন্দৰ্ভত পৰ্যালোচনা সভা: ওদালগুৰিত আই চি ইউ বিচনা বৃদ্ধি কৰাত গুৰুত্ব প্ৰদান…

ক'ভিড১৯ ৰ পৰিস্হিতিৰ বুজ লোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ১৪মেত  বিয়লি ২.৩০ বজাত ওদালগুৰিত উপস্হিত হয়  অসম চৰকাৰৰ পৰিবহন,উদ্যোগ আৰু বানিজ্য মন্ত্ৰী  চন্দ্ৰ মোহন পাটোৱাৰী। মন্ত্ৰী পাটোৱাৰীয়ে পোনে পোনে
Read More...