Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

লকডাউনৰ সুযোগ লৈ একাংশ পাচলি ব্যৱসায়ীৰ লুণ্ঠন : জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰা মূল্যতকৈ তিনিগুণ…

নাজিৰা  সম্প্ৰতি ক’ৰ'ণাতংক তথা লকডাউনৰ আতংকময় পৰিস্থিতিৰ মাজতেই নাজিৰা মহকুমাবাসী জনগণক পদে পদে খেদিছে শাক-পাচলি তথা নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ আতংকই৷ চৰকাৰ তথা মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ চূড়ান্ত অসহায়তাৰ
Read More...

খাটিখোৱা শ্ৰমিকক মাস্ক বিতৰণ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ

ডিমৌ ক'ৰ’ণা সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সকলোৱে লৈছে বিভিন্ন সাৱধানতামূলক ব্যৱস্থা। কিন্তু বাদ পৰি ৰৈছে চাহ শ্ৰমিকসকল। সেয়ে ডিমৌত আটছাৰ উদ্যোগত প্ৰতি দিনাই নিজৰ ভাতমুঠি মোকলাবলৈ প্ৰখৰ ৰ'দত বাগানত পাত চিঙাত ব্যস্ত থকা শ্ৰমিকসকলক একোটাকৈ
Read More...

নাজিৰা, শিমলুগুৰি নগৰত এক তৃতীয়াংশ দোকান খোলাৰ ব্যৱস্থা : ৰেড জ’নৰ পৰা অহা ৯ জনৰ পৰীক্ষাৰ…

নাজিৰা কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা তৃতীয় পৰ্যায়ৰ লকডাউনৰ নিৰ্দশনাৱলী সন্দৰ্ভত অসম চৰকাৰে জাৰি কৰা নিয়মবোৰ মানি চলি নাজিৰা মহকুমা প্ৰশাসনে প্ৰয়োজনীয় কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত
Read More...

সদৌ মৰান ছাত্ৰৰ প্ৰতিষ্ঠা দিবস তিনিচুকীয়াত

তিনিচুকীয়া মৰাণ জনজাতিক জনজাতিকৰণ আৰু ষষ্ঠ অনুসুচীভুক্ত স্বায়ত্ত শাসন চৰকাৰৰ প্ৰতিশ্ৰুতি অনুসৰি সময় মতে প্ৰদান নকৰিলে সংগ্ৰাম অধিক কঠোৰভাৱে চলাই নিয়া হ'ব। মৰাণ জনজাতিৰ স্বাধিকাৰৰ লগতে সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন তথা সমন্বয় আৰু
Read More...

দৰং জিলাৰ দেউমৰনৈ অসামৰিক চিকিৎসালয়ত স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা

ওদালগুৰি মহামাৰী ক’ভিড-১৯ৰ বিৰুদ্ধে যোদ্ধাৰ ভূমিকা লোৱা  দেওমৰনৈ অসামৰিক চিকিৎসালয়ৰ সকলো স্বাস্থ্য কৰ্মীক দৃষ্টি নামৰ ছ’চি মিডিয়া গ্ৰুপৰ উদ্যোগত এক বিশেষ সম্বৰ্ধনা আয়োজন কৰা হৈছিল ৷ ক’ভিড-১৯ য়ে বিশ্বত যি মহামাৰীৰ ৰূপ ধাৰণ কৰিছে
Read More...

নাজিৰাত ‘কা’ আন্দোলনৰ কাৰাৰুদ্ধ নেতাৰ মুক্তিৰ দাবীত ঘৰৰ পদূলিত বন্তি প্ৰজ্বলন বীৰ লাচিত…

নাজিৰা  বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি চিতু বৰুৱা আহ্বানত কৃষক নেতা অখিল গগৈ, ধৈৰ্য্য কোঁৱৰ, মানস কোঁৱৰ, বিতু সোণোৱালকে প্ৰমুখ্যে কৰি 'কা' আন্দোলনৰ নেতৃত্ব বহন কৰা সকলো ৰাজনৈতিক কাৰাৰুদ্ধ নেতাৰ মুক্তিৰ দাবীত আৰু সকলোৰে
Read More...

জামুগুৰিহাটৰ কিশোৰী ধৰ্ষণকাৰী আৰক্ষী জোৱানক কাৰাগাৰলৈ প্ৰেৰণ

জামুগুৰিহাট জামুগুৰিহাটৰ লুঙিবজাৰত লকডাউনৰ মাজতেই এগৰাকী কিশোৰীক ধৰ্ষণ কৰা ১১নং বেটেলিয়নৰ আৰক্ষী জোৱান ফুলেন ডেকাক মঙলবাৰে কাৰাগাৰলৈ প্ৰেৰণ কৰে৷ কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত ঘটনা সন্দৰ্ভত তদন্ত কৰি আৰক্ষীয়ে  ভাৰতীয়
Read More...

মাৰ্ঘেৰিটাত বন্দুকেৰে খুচি যুৱকৰ পেট ফালিলে আৰক্ষীয়ে

মাৰ্ঘেৰিটা দেশত তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হোৱাৰ সমান্তৰালকৈ সোমবাৰৰ পৰা ৰাজ্যত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ ঘোষণা কৰা হয় সান্ধ্য আইন৷ সান্ধ্য আইন ৰূপায়ণৰ ক্ষেত্ৰত ৰাজ্যজুৰি দেখা গ’ল অসম আৰক্ষীৰ ব্যাপক তৎপৰতা৷ তিনিচুকীয়া জিলাৰ
Read More...

হাতী মানুহৰ সংঘাতৰ তীব্ৰ ৰূপ ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তত

ওদালগুৰি সমগ্ৰ বিশ্বত ক’ৰ'ণাৰ আতংক তথা আৰ্থিক আৰু খাদ্যৰ সংকটে দেখা দিছে সময়তে ওদালগুৰি জিলাৰ ভাৰত -ভুটান সীমান্তত দিনক দিনে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত৷ যোৱা সোমবাৰৰ সন্ধিয়া প্ৰায় ৬ বজাত ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ
Read More...

সুলভ মুল্যৰ কেৰাচিন বিক্ৰী কৰি ৰঙাঘৰত সোমাল দোকানীসহ ২ যুৱক

খাৰুপেটীয়া দলগাঁৱৰ সমবায় সমিতিসমূহৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপন হৈ থকাৰ মাজতে এইবাৰ বৰুৱাঝাৰ সমবায় সমিতিৰ এজন সুলভ মূল্যৰ দোকানীক ক'লা বজাৰত কেৰাচিন বিক্ৰীৰ অপৰাধত মঙলবাৰে দৈপাম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ
Read More...