Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

পশ্চিম কাৰ্বি আংলং জিলাৰ শিশু নগাঁৱৰ পৰা নিৰুদ্দেশ

হামৰেণ পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ থানাৰ অন্তৰ্গত আমট্ৰেঙৰ ছিং ক্ৰ পুলক গাঁৱৰ নিবাসী লংছিং টেৰণৰ পুত্ৰ ৰূপন টেৰণ যোৱা ২৫ মাৰ্চ তাৰিখৰ পৰাই নিৰুদ্দেশ হৈ আছে৷ সপ্তম শ্ৰেণীত ছাত্ৰ ৰূপন বয়স ১২-১৩ বছৰ হ’ব বুলি প্ৰাপ্ত তথ্যত প্ৰকাশ৷
Read More...

বোকাজান আৰক্ষীৰ নেতৃত্বত নাগালেণ্ড, মণিপুৰৰ সহস্ৰাধিক লোক অসমত প্ৰৱেশ

বোকাজান দেশত তৃতীয় লক ডাউন পূৰ্ণ গতিত অব্যাহত থকাৰ সময়ত ৰাজ্যৰ আন্তঃৰাজ্যিক সীমান্ত খুলি দিয়াত অসম নাগালেণ্ড সীমান্তৰ লাহৰিজানত যোৱা দেওবাৰৰ পৰা মঙলবাবকে তিনিটা দিনত অসমৰ বিভিন্ন প্ৰান্তৰ প্রায় ১১০০ লোকে প্ৰৱেশ কৰে। বিভিন্ন কাৰণত
Read More...

তৃতীয় পৰ্যায়ৰ লকডাউনৰ দ্বিতীয় দিনা জনাৰণ্যত পৰিণত নাজিৰা

নাজিৰা তৃতীয় পৰ্যায়ৰ লকডাউনৰ দ্বিতীয় দিনা অৰ্থাৎ মঙলবাৰে জনাৰণ্যত পৰিণত হ’ল নাজিৰা আৰু শিমলুগুৰি নগৰ। ইয়াৰ লগে লগে জনসাধাৰণ, যানবাহন আৰু মুকলি হোৱা ব্যৱসায়ীক প্ৰতিষ্ঠানে নাজিৰা মহকুমাটোলৈ স্বাভাৱিক জীৱনযাত্ৰা ঘূৰি অহাৰ ইংগিত দিলে।
Read More...

দুলীয়াজান অইলৰ ৭০০০ লিটাৰ চোৰাং কনণ্ডেণ্টছেট তেল জব্দ আৰক্ষীৰ : ৰঙাঘৰলৈ ২

দুলীয়াজান সোমবাৰে নিশা দুলীয়াজান আৰক্ষী আৰু নাওহলীয়া আৰক্ষীয়ে যুটীয়া অভিযান চলাই অইল ইণ্ডিয়া লিমিটেডৰ বৃহৎ চোৰাং কনণ্ডেণ্টছেট তেল জব্দ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে সোমবাৰে নিশা দুলীয়াজানৰ এটা আৰক্ষী দলে গোপন সূত্ৰৰ পম খেদি ২ নং
Read More...

বাৰিষা আগমনত গৰাখহনীয়া, কৃত্ৰিম বান ৰোধত তৎপৰতা গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগৰ

গোলাঘাট গোলাঘাট সমষ্টিৰ দুখন ডাঙৰ নৈ ধনশিৰি আৰু দৈয়াং। এই নদী দুখনত প্ৰত্যেক বাৰিষাত তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি হয়৷ ইয়াৰ লগতে সৰু নদী ঘিলাধাৰী, মকৰং, কাকডোঙা, চেলচেলি, চিচুপানী আদি বাম হৈ কৃত্ৰিম বানৰ সৃষ্টি কৰি আহিছে। গোলাঘাটৰ
Read More...

গোলাঘাটত সত্য সাই সেৱা সমিতিৰ দ্বাৰা খাদ্য সামগ্ৰী বিতৰণ

গোলাঘাট দীৰ্ঘদিনীয়া লকডাউন চলি থকাৰ পৰিপ্ৰেক্ষিতত সাধাৰণ খাটি খোৱা ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। এনে লোকসকলক কিঞ্চিৎ সহায় কৰাৰ উদ্দেশ্যে গোলাঘাটৰ শ্ৰী সত্য সাই সেৱা সমিতিৰ দ্বাৰা খাদ্য সামগ্ৰী বিতৰণ কৰা হয়।
Read More...

হাটশিঙিমাৰীত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰৱেশ পথত অটোমেটিক ছেনিটাইজৰ মেচিন স্থাপন জনস্বাস্থ্য…

হাটশিঙিমাৰী ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ হাটশিঙিমাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগে গ্ৰহণ কৰিছে নতুন পদক্ষেপ। বিভাগটোৰ বিষয়া-কৰ্মচাৰীৰ সহযোগত টেকনিকেল অফিচাৰ আকিব সৰকাৰ আৰু ইলিয়াছ আহমেদে নিজৰ প্ৰচেষ্টাত প্ৰস্তত কৰি উলিয়াইছে
Read More...

গোলাঘাটৰ ব্যক্তিগত শিক্ষানুষ্ঠানৰ শিক্ষকৰ আৰ্থিক সাহায্য প্ৰদান

গোলাঘাট গোলাঘাটৰ ব্যক্তিগত খণ্ডৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান শ্ৰী সত্য সাই বিদ্যা বিহাৰ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী তথা কৰ্মচাৰীবৃন্দই ৰাজ্য চৰকাৰৰ ক'ভিড-১৯ পুঁজিলৈ তেওঁলোকৰ দৰমহাৰ পৰা মুঠ ৪৩,৩৬৫ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায়৷
Read More...

সোণতলীৰ বগুৰীগুৰি গাঁও পঞ্চায়তত চৰকাৰী চাউল বিতৰণত দুৰ্নীতি : কৰ্তৃপক্ষক অভিযোগ দাখিল বঞ্চিত…

সোণতলী চৰকাৰী চাউল বিতৰণৰ অনিয়ম জড়িত এজন অৱসৰী গাঁওবুঢ়াৰ পুত্ৰই নিজৰ ইচ্ছামতে হিতাধিকাৰীৰ মাজত চাউল বিতৰণ কৰি প্ৰকৃতক বঞ্চিত কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ লগতে বঞ্চিতৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। লকডাউনত সমগ্ৰ ৰাজ্যৰ
Read More...

এছবিআইত সঘন বিজুতি : গ্ৰাহক সেৱা কেন্দ্ৰত দুৰ্ভোগ।

টিংখাং ভাৰতীয় ষ্টেট বেংকৰ কাৰিকৰী বিজুতিৰ বাবে গ্ৰাহকসকল সঘনে দুৰ্ভোগ ভূগিব লগা হৈছে। বিগত প্ৰায় এমাহ ধৰি এছ বি আইত হোৱা বিজুতিৰ বাবে গ্ৰাহকসকলৰ মাজত হাহাকাৰময় পৰিৱেশ সৃষ্টি হৈছে। মূলত কাৰিকাৰী বিজুতিৰ বাবে বেংকটোৰ কামকাজ এক প্ৰকাৰে
Read More...