Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৫০ হাজাৰ টকা আৰ্থিক অনুদান দৰঙৰ অৱসৰী শিক্ষকৰ

জয়দেৱ ডেকা, দৰং দৰঙৰ এগৰাকী অৱসৰী শিক্ষকৰ মহানুভৱতা ৷ বিগত দিন ধৰি চৰকাৰে মহামাৰী ক’ভিড-১৯ৰ বিৰুদ্ধে যি যুদ্ধ কৰি আহিছে আৰু সেই যুদ্ধৰ সৈনিকৰ ৰূপত থকা চিকিৎসক, নাৰ্চ, স্বাস্থ্য কৰ্মী আৰু সংবাদকৰ্মীসকলৰ অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰিবৰ বাবে
Read More...

হাটশিঙিমাৰীৰ হাজিৰহাট টাকিমাৰী উপ-স্বাস্থ্য কেন্দ্ৰত দীৰ্ঘদিন ধৰি চিকিৎসক, স্বাস্থ্য কৰ্মী নথকাৰ…

আব্দুল্লাহ শেখ, হাটশিঙিমাৰীসমগ্ৰ দেশতে অব্যাহত আছে লকডাউন। ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ কৰ্তব্য পালনত দিনে নিশাই ব্যস্ত হৈ পৰিছে ৰাজ্যৰ একাংশ চিকিৎসক আৰু স্বাস্থ্য কৰ্মী। আনফালে আকৌ আন একাংশ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীয়ে নিজৰ কৰ্তব্য পালনত
Read More...

শিৱসাগৰত সাংবাদিকৰ মাজত মাস্ক, ছেনিটাইজাৰ বিতৰণ মন্ত্ৰী যোগেন মহনৰ

আব্দুল মুস্তাক, আছিফ আলী, শিৱসাগৰশিৱসাগৰত কৰ্তব্যৰত সাংবাদিকসকলৰ মাজত মাস্ক, ছেনিটাইজাৰ বিতৰণ কৰে অসমৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহনে৷ শুকুৰবাৰে সন্ধিয়া শিৱসাগৰৰ আৱৰ্ত ভৱনত মন্ত্ৰীজনে এই কাৰ্যসূচী গ্ৰহণ কৰে৷ আনহাতে,
Read More...