ৰাইজৰ বাৰ্তা

শিক্ষাবিদ-সমাজকৰ্মী মতি বৰাৰ স্মৃতিচাৰণ সভা

গহপুৰৰ বৌদ্ধিক সমাজৰ উদ্যোগত শিক্ষাবিদ তথা সমাজকৰ্মী মতি বৰাৰ এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হৈ যায়। ১৭ নবেম্বৰ বিয়লি ১.৩০ বজাৰ পৰা অনুষ্ঠিত স্মৃতিচাৰণ সভাত...

মাকৰিত পাঁচদিনীয়াকৈ অনুষ্ঠিত হ’ব শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ

গোৱালপাৰা চহৰৰ মাকৰি কালী মন্দিৰ প্ৰাংগনত বৃহস্পতিবাৰৰ পৰা আৰাম্ভ হল গোৱালপাৰা জিলাৰ ৫৭ সংখ্যক মাকৰি সাৰ্বজনীন শ্ৰীশ্ৰী ৰাস মহোৎসৱ । মাকৰি কালি মন্দিৰ প্ৰাংগনত...

বিতৰ্কিত তিনি কৃষি আইন প্ৰত্যাহাৰ কৰাৰ পিছত কৃষক নেতা ৰাকেশ টিকাইৰ প্ৰতিক্ৰিয়া

নিউজ ডেস্কঃ অৱশেষত বিতৰ্কিত তিনি কৃষি আইন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিলে কেন্দ্রীয় চৰকাৰে। এই ঘোষণাৰ পিছত কৃষক নেতা ৰাকেশ টিকাইতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে...

বিটিচি বিধানসভাত গৃহীত পাঁচখন বিধেয়ক

বৃহস্পতিবাৰে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বিধান সভাৰ শৰৎ কালীন অধিৱেশনত পাঁচখন বিধেয়ক গৃহীত হৈছে। গৃহীত হোৱা বিধেয়কবোৰ নিম্নলিখিত ধৰণৰ- ১. বড়োলেণ্ড বাছনি বিধেয়ক-২০২১ (বিএছবি)২. বড়োলেণ্ড ৰিভলভিং ফাণ্ড...

ঢেকীয়াজুলিত ডক্টৰ বাণীকান্ত কাকতিৰ স্মৃতি দিৱস পালন

ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চৰ উদ্যোগত যোৱাহ১৫ নবেম্বৰত ঢেকীয়াজুলি ৰাজহুৱা পুথিঁভৰালত  শিক্ষাবিদ-গৱেষক ডক্টৰ বাণীকান্ত কাকতিদেৱৰ স্মৃতি দিৱস পালন কৰা হয় ৷ বিয়লি ২-৩০ বজাত বন্তি...

Popular