ৰাইজৰ বাৰ্তা

তৃণমূল কংগ্ৰেছে চিবি আই-ইডিৰ বিৰুদ্ধে বিধানসভাত আগবঢ়াইছে বিশেষাধিকাৰ প্ৰস্তাৱ

পশ্চিম বংগত, কেন্দ্ৰ বনাম ৰাজ্য চৰকাৰৰ ৰাজনীতি চলি আছে। একে ধৰণে, তৃণমূল কংগ্ৰেছে বংগ বিধানসভাত চিবিআই আৰু ইডিৰ বিৰুদ্ধে এক বিশেষাধিকাৰ প্ৰস্তাৱ উত্থাপন কৰিছে।খবৰ...

বিটিচি বিধান সভাৰ দুদিনীয়া শৰৎ অধিৱেশন আৰম্ভ

আজি কোকৰাঝাৰৰ বিটিচি বিধান সভা গৃহত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বিধান সভাৰ দুদিনীয়া শৰৎ কালীন অধিৱেশন আৰম্ভ হয়। অধিৱেশনখনৰ অধ্যক্ষতা কৰিছিল বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বিধান...

আৰক্ষীক শক্তিশালী কৰিবলৈ বিএছএফৰ বৰ্ধিত অধিকাৰ ক্ষেত্ৰ

বিএছএফৰ বৰ্ধিত অধিকাৰক্ষেত্ৰই আৰক্ষীৰ হাত শক্তিশালী কৰাত সহায় কৰিব। এইটো ৰাজ্যিক আৰক্ষীৰ প্ৰচেষ্টাশক্তিশালী আৰু পৰিপূৰক কৰাৰ লক্ষ্যৰে এক সক্ষম ব্যৱস্থা।বুধবাৰে এক বিবৃতি জাৰি কৰাৰ...

আইচিচি ক্ৰিকেট সমিতিৰ নতুন অধ্যক্ষ গাংগুলী

বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীক আইচিচি পুৰুষ ক্ৰিকেট সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। খেল পৰিচালনা সমিতিয়ে ১৭ নৱেম্বৰত এই কথা ব্যক্ত কৰে। গাংগুলীয়ে সহকৰ্মী...

ৰাজ্যিক কাৰাটে প্ৰতিযোগিতালৈ ৰঙিয়াৰ বৃহৎ দল

গুৱাহাটীস্থ দেশভক্ত তৰুণৰাম ফুকন ইন্দ'ৰ ষ্টেডিয়ামত অহা ২০ আৰু ২১ নবেম্বৰত অনুষ্ঠিত হ'বলগীয়া আগন্তুক অসম ৰাজ্যিক কাৰাটে প্ৰতিযোগিতালৈ ৰঙিয়া জিলা কাৰাটে সন্থাই ১০০ জনীয়া...

Popular