Breaking

২৬ জুলাইত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী ! যোগদান কৰিব শিৱসাগৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেন মহনে…

0 42

২৬ জুলাইত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী। ৰাইজৰ দলত যোগ দিব সদ্য দলত্যাগী ২ বিজেপি নেতাই।

শদিয়া জিলা বিজেপিৰ প্ৰাক্তন সভাপতি যুধিষ্ঠিৰ গগৈয়ে কৰিব যোগদান।

যোগদান কৰিব শিৱসাগৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেন মহনে।

Leave A Reply

Your email address will not be published.