Breaking

নগাঁও আৰু হোজাই জিলাৰ অভিভাৱক মন্ত্ৰী হ’ব পীযূষ হাজৰিকা…

0 30

নগাঁও আৰু হোজাই জিলাৰ অভিভাৱক মন্ত্ৰী হ’ব পীযূষ হাজৰিকা।

পূৰ্বে দুই জিলাৰ অভিভাৱক মন্ত্ৰী আছিল পৰিমল শুক্লবৈদ্য।

সাংসদ নিৰ্বাচিত হোৱা বাবেই মন্ত্ৰিত্ব এৰিছিল পৰিমল শুক্লবৈদ্যই।

Leave A Reply

Your email address will not be published.