Breaking

অসম ৰাজ্যিক আশিহাৰা কাৰাটে চেম্পিয়নশ্বিপত উজলিল দেৰগাঁৱৰ খেলুৱৈ…

0 25

শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ভোটপাৰা ষ্টেডিয়ামত ১৯ আৰু ২০ জুলাইত অনুষ্ঠিত হৈ যোৱা চতুৰ্থ বাৰ্ষিক অসম ৰাজ্যিক আশিহাৰা কাৰাটে চেম্পিয়নশ্বিপত দেৰগাঁও আশিহাৰা কাৰাটে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহন কৰি দেৰগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।ইয়াৰে ভিতৰত আকাশ জ্যোতি বনিয়া সোণ, ৰোশনী চেত্ৰী সোণ, বলেন্দ্ৰ ডাও সোণ, আৰুচি গোহাঁই সোণ, নিহাল ঠাকুৰ সোণ, অংকিতা ৰায় সোণ, পূৰ্বা নন্দিনি দত্ত সোণ, বিনীতা দেৱী সোণ, জান পাছুং সোণ, ৰিমজিম বৰুৱা সোণ, কৌশিকী সভাপণ্ডিত সোণ, কৃষ্ণ মনি পেগু সোণ, ইছা চেত্ৰী সোণ, দেৱজিত বৰা সোণ, নাজৰানা জন্নত হুছেইন সোণ, মনীষ ৰয় সোণ, অভিমন্যু লোহাৰ সোণ, ওম চাহু সোণ, চাহিল আলী ৰূপ, অনিন্দিতা দাস ৰূপ, নিশিতা গগৈ ৰূপ, ডেভিদ সোণোৱাল ৰূপ, ইশিতা নাগবংশী ৰূপ, জামিৰ আলী ৰূপ, পিহু শইকীয়া ৰূপ, তন্ময় নাথ ব্ৰঞ্জ, কৃতি দাস ব্ৰঞ্জ, এনিশা বৰা ব্ৰঞ্জ, য়াকিন ৰহমান ব্ৰঞ্জ, দীপিকা মিৰ্ধা ব্ৰঞ্জ ইয়াৰে আকাশ জ্যোতি বণিয়াই চিনিয়ৰ পুৰুষৰ শাখাত শ্ৰেষ্ঠ খেলুৱৈ আৰু চিনিয়ৰ মহিলা শাখাত ৰশ্নি চেত্ৰীয়ে শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয়।

দলটোৰ তত্বাৱধানত আছিল চেনচাই কৃষ্ণ বাহাদুৰ দর্জী আৰু চেনচাই আমিন খান।দেৰগাঁও আশিহাৰা কাৰাটে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ এই সাফল্যত দেৰগাঁৱৰ বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ সচেতন ব্যক্তিয়ে সন্তোষ প্রকাশ কৰিছে।

Leave A Reply

Your email address will not be published.