গুৱাহাটী: ‘আত্মনির্ভৰ ভাৰত অভিযান’ প্রকল্পত ৪১টা কয়লা খনিৰ বাণিজ্যিকীকৰণৰ সূচনা কৰিলে প্রধানমন্ত্রীয়ে৷ বৃহস্পতিবাৰে এই প্রকল্পৰ সূচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়, শক্তিক্ষেত্ৰত ভাৰতক আত্মনির্ভৰ কৰাত চৰকাৰৰ ডাঙৰ পদক্ষেপ৷ দুটা পৰ্যায়ত চৰকাৰে ৪১টা কয়লা খনি বেচৰকাৰীৰ হাতত তুলি দিব৷ তাৰ ইলেকট্রনিক নিলাম প্রক্রিয়া কেন্দ্ৰই আৰম্ভ কৰিছে৷ ক’ৰোনা ভাইৰাছ আৰু লকডাউনৰ বাবে দেশৰ অৰ্থনীতিৰ ঘটি মাৰিবৰ বাবে ‘আত্মনির্ভৰ ভাৰত অভিযান’ প্ৰকল্পত ২০ লাখ কোটি টকাৰ আর্থিক পেকেজ ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰীয়ে৷ এই পৰিস্থিতিত এতিয়া কয়লা ক্ষেত্ৰ বেচৰকাৰীকৰণৰ সিদ্ধান্ত ল’লে চৰকাৰে৷ এই প্ৰক্ৰিয়া আৰম্ভ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, কয়লাৰ বজাৰ এতিয়া উন্মুক্ত। ই সকলো ক্ষেত্ৰতে সহায় কৰিব৷
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Smart Meter:স্মার্ট মিটাৰ এপিডিচিএলক ঘূৰাই দিলে ক্ষোভিত ৰাইজে !
- MISING AUTONOMOUS COUNCIL: মিচিং স্বায়ত্ততশাসিত পৰিষদৰ নতুন পৰিষদীয় সমষ্টি সীমা নির্ধাৰণক লৈ অভিযোগ !
- Cyber Crime: ৯ জন চাইবাৰ অপৰাধীক আটক !
- Arijit Singh: মঞ্চখনেই মোৰ বাবে মন্দিৰঃ অৰিজিত সিং
- Arunodoi 3.0: অৰুণোদয় ৩.০ঃ এক ৰেচন কাৰ্ড-এক অৰুণোদয়
- Animal Fat Used Laddu Prasadam: মন্দিৰৰ প্ৰসাদৰ লাড়ুক লৈ বিতৰ্ক! লাড়ুত জন্তুৰ চৰ্বি মিহলাই বুলি অভিযোগ এগৰাকী মুখ্যমন্ত্ৰীৰ
- Urinary Tract Infection: প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা, বিষ প্ৰস্ৰাৱ সংক্ৰমণৰ লক্ষণ!
- Father Killed Son: শিৱসাগৰত চাঞ্চল্যকৰ কাণ্ড! পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ
- Shri Shri Rudra Mahayagya: খানাপাৰাত শ্ৰীশ্ৰী ৰুদ্ৰ মহাযজ্ঞ- কামেশ্বৰী মহা আৰাধনাৰ সফল সামৰণি
- Swacchata hi seva: স্বচ্ছতাই সেৱা অভিযানৰ অংশ হিচাবে অসমত ৩৫০০ গছপুলি ৰোপণ