T20 বিশ্বকাপ জয়ী টীম ইণ্ডিয়াৰ খেলুৱৈক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ…

প্ৰধানমন্ত্ৰী দিল্লীস্থিত বাসগৃহত T20 বিশ্বকাপ জয়ী টীম ইণ্ডিয়াৰ খেলুৱৈক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ।

অধিনায়ক ৰোহিত শৰ্মাসহ দলটোক সাক্ষাৎ কৰি টীম ইণ্ডিয়াৰ খেলুৱৈক অভিনন্দন জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

ৰাহুল দ্ৰাবিড়ক প্ৰধানমন্ত্ৰীৰ সৈতে এইদৰে দেখা গ’ল।

Related Articles