Breaking

ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা লৈ ফোন প্ৰধানমন্ত্ৰী মোদীৰ…

0 15

আজি ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা লৈ ফোন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ এই কথা সামাজিক মাধ্যমযোগে জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।

এই ভয়াৱহ সংকটত সকলো প্ৰকাৰে ৰাজ্যবাসীক সহায় কৰাৰ আশ্বাস প্ৰধানমন্ত্ৰী মোদীৰ৷

Leave A Reply