Breaking

মোদীৰ ৰাছিয়া ভ্ৰমণঃ ভাৰত-ৰাছিয়া বাৰ্ষিক শিখৰ সন্মিলনত অংশ ল’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে…

0 45

আজি ৰাছিয়াত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

প্ৰধানমন্ত্ৰীয়ে অংশ ল’ব ভাৰত-ৰাছিয়া বাৰ্ষিক শিখৰ সন্মিলনত।

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পাছত প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথমটো মস্কো ভ্ৰমণ।

ৰাষ্ট্ৰপতি পুটিনৰ সৈতে ব্যক্তিগত বৈঠকতো মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদী।

প্ৰধানমন্ত্ৰীৰ ৰাছিয়া ভ্ৰমণক লৈ এতিয়া বিশ্বজুৰি চৰ্চা চলিছে।

Leave A Reply

Your email address will not be published.