Breaking

অলিম্পিকৰ ফাইনেলত ভিনেশ ফোগাটক অযোগ্য ঘোষণাক লৈ প্ৰতিবাদৰ পোষকতা প্ৰধানমন্ত্ৰীৰ…

0 29

অলিম্পিকৰ ফাইনেলত ভিনেশ ফোগাটক অযোগ্য ঘোষণাক লৈ প্ৰতিবাদৰ পোষকতা প্ৰধানমন্ত্ৰীৰ । এই সন্দৰ্ভত IOAৰ সভাপতি পি টি উষাৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ।

ভিনেশ ফোগাটক সহায় হোৱাকৈ যিকোনো বিকল্প উপায় গ্ৰহণৰ আহ্বান প্ৰধানমন্ত্ৰীগৰাকীৰ ।

যিহেতু ১০০ গ্ৰাম ওজন অধিক হোৱাৰ বাবে অলিম্পিকৰ ৫০ কেজি ফাইনেলৰ পৰা বাহিৰ কৰিলে ফোগাটক ।

Leave A Reply

Your email address will not be published.