Breaking

কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত গুলীয়াগুলীত চোৰাং চিকাৰীৰ মৃত্যু…

0 28

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত গুলীয়াগুলী।

অগৰাতলী বনাঞ্চলত সংঘটিত হৈছে এই ঘটনা । বনৰক্ষীৰ গুলীত এটা চোৰাং চিকাৰীৰ মৃত্যু।

উদ্ধাৰ এটা থ্ৰী নট থ্ৰী ৰাইফল, ৩ জাঁই সক্ৰিয় গুলী।

Leave A Reply

Your email address will not be published.