Breaking

গৌৰীপুৰ কাণ্ডৰ আন এজন অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

0 159

গৌৰীপুৰ কাণ্ডৰ আন এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে গৌৰীপুৰ আৰক্ষীয়ে৷

নিশা আৰক্ষীৰ মাৰাথন অভিযানত গ্ৰেপ্তাৰ আশ্ৰাফ আলী৷

গৌৰীপুৰ APDCLৰ SDO আৰু কৰ্মচাৰীক অসুৰৰ নিচিনাকৈ ফলা খৰিৰে আক্ৰমন কৰা মুঠ ছয় জন আক্ৰমনকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল আৰক্ষীয়ে৷

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মূল খলনায়ক হাফিজুৰ ৰহমান, চামচুল হক, ৰাশিদুল ইচলাম, মুস্তাকিন ৰহমান, মইনুল হক আৰু আশ্ৰাফ আলীক৷

গৌৰীপুৰ থানাত ৰুজু হোৱা 304/23 নম্বৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ হল ৬ জন আক্ৰমনকাৰী৷

Leave A Reply

Your email address will not be published.