গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযান স্থানীয় বাৰ্তা By দৈনন্দিন বাৰ্তা Last updated Jul 14, 2022 0 1,529 Share বংগ অভিমুখে যোৱা এখন ট্ৰাক আটক কৰে শিমুলটাপু আৰক্ষীয়ে ইটা কঢ়িওৱা ট্ৰাকৰ পৰা মদৰ কাটুন উদ্বাৰ ইটাৰ ভিতৰত লুকাই আনিছিল মদৰ কাটুন সমুহ ট্ৰাকখনৰ নম্বৰ আছিল- BRO6. – GD – 2444 বৰপেটাৰ পৰা পশ্চিম বংগৰ জলপাই গুৰি লৈ যোৱা কথা আছিল ট্ৰাক খন ASSAMHIMANTA BISWA SARMA 0 1,529 Share