Breaking

চিৰাঙৰ কাজলগাঁৱত আৰক্ষী উপ-পৰিদৰ্শকক উৎকোচ লােৱাৰ বাবে গ্ৰেপ্তাৰ…

0 45

উৎকোচ লৈ পুনৰ গ্ৰেপ্তাৰ আৰক্ষী বিষয়া। চিৰাঙৰ কাজলগাঁৱত আৰক্ষী উপ-পৰিদৰ্শকক গ্ৰেপ্তাৰ।

ঢালিগাঁও টাউন আৰক্ষী চকীৰ উপ-পৰিদৰ্শক চিণ্টু দাসক গ্ৰেপ্তাৰ।

জব্দকৃত বাহন মোকলাই দিয়াৰ নামত ১০ হাজাৰ টকা লৈছিল উৎকোচ। উপ-পৰিদৰ্শক চিণ্টু দাসক সোধা-পোছা অব্যাহত।

Leave A Reply

Your email address will not be published.