ৰাজনীতি

Priyanka Gandhi Vadra: প্ৰিয়ংকাৰ দৰে সাহস নাই পাকিস্তানী সাংসদৰ! পেলেষ্টাইন লিখা বেগৰ প্ৰশংসা প্ৰাক্তন পাক মন্ত্ৰীৰ

সোমবাৰে ‘পেলেষ্টাইন’ লিখা মোনা লৈ সংসদত উপস্থিত হৈছিল প্ৰিয়ংকা গান্ধী৷ ইয়াৰ পাছতেই পাকিস্তানৰ প্ৰাক্তন মন্ত্ৰী ফাৱাদ হুছেইনে প্ৰিয়ংকা গান্ধী প্ৰশংসা কৰি কয় ‘আমাৰ ইয়াত এনে কৰিবলৈ কাৰোৰে সাহস নাই’৷(Priyanka Gandhi Vadra)

Nehru Letters Controversy: পণ্ডিত জৱাহৰলাল নেহৰুৰ চিঠিসমূহ প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয়ত জমা দিবলৈ ৰাহুল গান্ধীলৈ পত্ৰ প্ৰেৰণ পি এম মিউজিয়ামৰ

প্ৰধানমন্ত্ৰী মিউজিয়ামে কয় যে এই নথিসমূহ ৰাজহুৱা সম্পত্তি। এই বিষয়ত বিজেপি সাংসদ সম্বিত পাত্ৰই কয় যে এই চিঠিবোৰত কি আছে যিটো গান্ধী পৰিয়ালে দেশৰ জনসাধাৰণে জনাটো নিবিচাৰে।(Nehru Letters Controversy) 

Advantage Assam 2.0:এডভাণ্টেজ অসম ২.০ৰ সন্দৰ্ভত ভূটানৰ থিম্ফুত ব্যৱসায়িক সন্মিলন আৰু ৰোড শ্ব’’ত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

অসম চৰকাৰৰ উদ্যোগত অহা বৰ্ষৰ ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এডভান্টেজ আসাম(Advantage Assam 2.0) ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ চামিট-২০২৫ ৰ লগত সংগতি ৰাখি আজি সন্ধিয়া ভূটানৰ ৰাজধানী থিম্ফুৰ লা মেৰিডিয়ান হোটেলত আয়োজন কৰা এক ব্যৱসায়িক সন্মিলনত(Business Conference and Road Show) ভূটানৰ প্ৰধানমন্ত্ৰী দশো শ্বেৰিং টবগেৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশ গ্ৰহণ কৰে।

Arvind Kejriwal: ‘তিনিটা প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলোঁ’, দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে স্বীকাৰ কৰিলে কেজৰিৱালে!

পাঁচ বছৰ পূৰ্বে বিধানসভা নিৰ্বাচনৰ সময়ত তেওঁৰ দলে দিল্লীবাসীক দিয়া তিনিটা প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে। এই মন্তব্য দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ সভাপতি অৰবিন্দ কেজৰিৱালৰ।(Arvind Kejriwal)

International: আফগানিস্তানত মন্ত্ৰালয়ৰ ভিতৰত বি*স্ফোৰণ, নি*হত এজন মন্ত্ৰী

আফগানিস্তানৰ ৰাজধানী কাবুলত আ*ত্মঘাতী বোমা বি*স্ফোৰণত নিহত হয় আফগানিস্তানৰ শৰণাৰ্থী পৰিক্ৰমা মন্ত্ৰী খলিল উৰ-ৰহমান হাক্কানী। বুধবাৰে (১১ ডিচেম্বৰ) কাবুলস্থিত মন্ত্ৰালয়ৰ কাৰ্যালয়ত সংঘটিত বি*স্ফোৰণত মন্ত্ৰীগৰাকীৰ...

Popular