ৰাজনীতি

Dr Manmohan Singh: ৯২ বছৰ বয়সত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ দেহাৱসান, প্ৰধানমন্ত্ৰীগৰাকীৰ বিয়োগত ৭ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা…

প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ দেহাৱসান। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ বিয়োগত ৭ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা।(Dr Manmohan Singh)

orunodoi 3.0। কোনে আবেদন কৰিব নোৱাৰিব অৰুণোদয় আঁচনিৰ বাবে?

orunodoi 3.0। কোনে আবেদন কৰিব নোৱাৰিব অৰুণোদয় আঁচনিৰ বাবে?

Gandhi Family: নতুন দিল্লীৰ আইকনিক কোৱালিটি ৰেষ্টুৰেণ্টত গৰম গৰম চোলে ভাতুৰে সোৱাদ ল’লে গান্ধী পৰিয়ালে

ঠাণ্ডাত গৰম গৰম চোলে ভাতুৰে সোৱাদ ল'লে ৰাহুল-প্ৰিয়ংকা আৰু জোঁৱাইয়েক আৰু শাহু ছোনিয়াৰ গান্ধীয়ে।(Gandhi Family)

Narendra Modi’s Kuwait Visit: কুৱেইটত উপস্থিত মোডী, দুয়োখন দেশৰ সম্পৰ্কত গুৰুত্ব, প্ৰতিৰক্ষাৰ আলোচনাৰ সম্ভাৱনা! মোডীৰ কুৱেইট ভ্ৰমণক সমালোচনা কংগ্ৰেছৰ

১৯৮১ চনত ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে কুৱেইট ভ্ৰমণ কৰিছিল। তাৰ পিছত আন কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে কুৱেইট ভ্ৰমণ কৰা নাছিল। ৪৩ বছৰৰ পাছত শনিবাৰে কুৱেইটৰ ৰাজকুমাৰৰ আমন্ত্ৰণত নৰেন্দ্ৰ মোদীয়ে কুৱেইট ভ্ৰমণ কৰে।(Narendra Modi’s Kuwait Visit)

Bhutan and Assam।অসম-ভূটানৰ মাজত থকা ঐতিহ্যপূর্ণ সম্পর্ক অধিক সুদৃঢ়কৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা

Bhutan and Assam। ৰয়েল ভূটান চৰকাৰৰ আমন্ত্রণমর্মে চাৰিদিনীয়া ভ্রমণসূচীৰে সম্প্রতি ভূটান ভ্রমণৰত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই মঙলবাৰে ভ্ৰমণৰ দ্বিতীয়টো দিনত ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকক সাক্ষাৎ কৰি অসম-ভূটানৰ মাজত থকা ঐতিহ্যপূর্ণ সম্পর্কক অধিক সুদৃঢ়কৰণৰ ক্ষেত্রত এক গুৰুত্বপূর্ণ আলোচনাত মিলিত হয় ।

Popular