ৰাজনীতি

Jharkhand Election: ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনলৈ(Jharkhand Election) মাজত আৰু বেছি সময় নাই। এনে সময়তে ঝাৰখণ্ডৰ ভূমিৰ পৰাই সেই ৰাজ্যৰ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই পূৱ সিংভূমৰ জামছেদপুৰত এক সভাত ভাষণ দি ঝাৰখণ্ডৰ চৰকাৰক তীব্ৰ সমালোচনা।

Chutia Students’ Union: জনজাতিকৰণৰ দাবীত যোৰহাটত চুতীয়া ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

ছয় জনগোষ্ঠীক জনজাতিকৰণ তথা বিভিন্ন সমস্যা সমাধানৰ দাবীৰে আজি(Chutia Students' Union) পুনৰ এবাৰ উত্তাল হৈ পৰে যোৰহাট।

Indian Coalition Politics: ভাৰতীয় মিত্ৰজোঁটৰ ৰাজনীতিত আঞ্চলিক দলসমূহৰ ভূমিকা

মিত্ৰজোঁট চৰকাৰৰ অৰ্থ হ’ল উমৈহতীয়া বুজাবুজি বা এজেণ্ডাৰ ভিত্তিত এটাতকৈ অধিক ৰাজনৈতিক দল বা গোট একত্ৰিত(Indian Coalition Politics) হোৱা আৰু চৰকাৰ গঠন কৰা। সাধাৰণতে যেতিয়া সংসদীয় গণতন্ত্ৰত এটা দলে একক সংখ্যা গৰিষ্ঠতা নেপায় তেতিয়া এটাকৈও অধিক দল লগ হৈ এটা বহু দলীয় জোট বন্ধন কৰে আৰু এই বহু দলীয় মিত্ৰজোঁটে চৰকাৰ গঠন কৰে।

Ratan Naval Tata: ভাৰতৰ ৰতনৰ প্ৰস্থান…

আজি শ্ৰী ৰতন টাটাজীৰ(Ratan Naval Tata) মৃত্যুৰ এমাহ পূৰ্ণ হ'ল। যোৱা মাহৰ আজিৰ দিনটোতে, যেতিয়া মই তেওঁৰ মৃত্যুৰ খবৰ পাইছিলো, মই সেই সময়ত আছিয়ান সন্মিলনলৈ যোৱাৰ বাবে প্ৰস্তুতি চলাই আছিলো।

Donald Trump 2.0: বিশ্বগুৰুৰ দিশত ভাৰত! শপত লৈয়ে ভাৰতলৈ আহিব ট্ৰাম্প

বিশ্বগুৰুৰ দিশত ভাৰত! শপত লৈয়ে ভাৰতলৈ আহিব ট্ৰাম্প(Donald Trump 2.0)। দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ’বলৈ অগ্ৰসৰ হৈছে ড’নাল্ড ট্ৰাম্প।

Popular