ৰাজনীতি

US Presidential Election 2024: কোনে মাৰিব শেষ হাঁহি। আজি আমেৰিকাত ৰাষ্ট্ৰপতি নির্বাচন

আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি হোৱাৰ মূল যুঁজখন ৰিপাব্লিকান ড’নাল্ড ট্ৰাম্প আৰু ডেম’ক্ৰেট কমলা হেৰিছৰ মাজত। সকলো সমীক্ষা আৰু অন্যান্য অনুমানৰ ভিত্তিত ২০২৪ চনত অতি কঠিন প্ৰতিযোগিতা হ’ব বুলি কোৱা হৈছে।(US Presidential Election 2024)

By Eelection। ‘বিৰোধী ঐক্য মঞ্চ আমি বিচাৰো আৰু ‘২৬ত হ’বই, তাত কোন কোন থাকে সময়ত দেখা যাব’

এইবাৰ মই ৰাইজক আমাৰ সপক্ষে আৰু শাসক পক্ষৰ বিপক্ষে ভোটদানৰ বাবে এটা আগ্ৰহ দেখা পাইছো ৷ সাধাৰণতে উপ নিৰ্বাচন বিলাকত শাসক পক্ষই খুব সুন্দৰকৈ ৱাক অভাৰ পোৱাই দেখা যায়(By Eelection)৷

EVM: মই নিজেও ইভিএমটোৰ ওপৰত ব্যক্তিগতভাবে সন্দেহবাদীঃ দেৱব্ৰত শইকীয়া

মই নিজেও ইভিএমটোৰ(EVM) ওপৰত ব্যক্তিগতভাবে সন্দেহবাদী৷ এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ(Debabrata Saikia)৷ দেওবাৰে বঙাইগাঁৱত সমষ্টিটোৰ উপ নিৰ্বাচনৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ব্ৰেজনজিৎ সিংহৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতাগৰাকীক সাংবাদিকে ইভিএম প্ৰসংগত সোধাত এইদৰে কয়৷

Assam bypolls । বিহালীত কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী পীয়ুষ হাজিৰকাৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ

(Assam bypolls )ৰাজ্যত উপ-নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে, সিমানে ক্ৰমাৎ গৰম হৈ পৰিছে নিৰ্বাচনী বতাহ৷ এইবেলি ৰাজ্যৰ উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টিসমূহৰ ভিতৰত প্ৰধানকৈ দুটা সমষ্টিয়ে সমগ্ৰ ৰাজ্যবাসীৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ তাৰে এটা হৈছে চামগুৰি আৰু আনটো হৈছে বিহালী৷ চামগুৰি সমষ্টিত কংগ্ৰেছৰ শক্তিশালী নেতা তথা বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইন কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ঠিয় দিছে৷ ফলত সমষ্টিটোত কংগ্ৰেছ আৰু বিজেপিৰ মাজত তয়াময়া নিৰ্বাচনী যুঁজ হ’ব বুলি ধাৰণা কৰা হৈছে ৷ (pijush hazarika) (পীয়ুষ হাজিৰকা)

Age Controversy: ঝল, মুছলমানক সন্তুষ্ট কৰাই জেএমএণৰ উদ্দেশ্য…

ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচন দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনত বিজেপিয়েও প্ৰচাৰ জৰদাৰ কৰি তুলিছে। এই প্ৰচাৰত মুখ্য ভূমিকা গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(Age Controversy)।

Popular