ৰাজনীতি

BJP wins in Samaguri:চামগুৰিত বিজেপিৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মা জিকাৰ আঁৰত সংখ্যালঘু ভোটাৰ

সকলো জল্পনা কল্পনাৰ সামৰণি পেলাই অৱশেষত বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই(Diplu Ranjan Sarmah) চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত শেষ হাঁহি মাৰিবলৈ(BJP wins in Samaguri) সক্ষম হয়।

BJP defeated Congress in Dhalai:ধলাইত ৯ হাজাৰ ৯৮টা ভোটত জয়ী বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাস

ধলাইত বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসৰ জয়লাভ(BJP defeated Congress in Dhalai)। কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থক পৰাস্ত কৰে তেওঁ।(Assam By-Election) বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে। প্ৰায় ৯ হাজাৰ ৯৮টা ভোটত জয়ী নীহাৰ ৰঞ্জন দাস।

Family-centric politics:চামগুৰিত অৱসান ঘটিল ৰকিবুলৰ পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ

২৪ বছৰীয়া দীৰ্ঘ বিৰতিৰ পাছত অৱশেষত চামগুৰিৰ(Samaguri) পৰা অৱসান ঘটিল ৰকিবুল হুছেইনৰ পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ(Family-centric politics)।

Hemant Soren: ২৬ নৱেম্বৰত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব হেমন্ত ছোৰেনে

২৬ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত মমতা বেনাৰ্জী, ৰাহুল গান্ধী, অখিলেশ যাদৱ, অৰবিন্দ কেজৰিৱালে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।(Hemant Soren)

AGP defeated the Congress: বঙাইগাঁৱত কংগ্ৰেছক ৩৫,১৬৪টা ভোটৰ ব্যৱধানত পৰাজিত কৰি অগপৰ দীপ্তিময়ী চৌধুৰীৰ জয়

অৱধাৰিতভাবেই ৩২নং বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল অগপ(AGP defeated the Congress) তথা মিত্ৰজোটৰ(Alliance) হাতলৈ গ'ল৷ অক্ষত হৈ থাকিল অগপ দলৰ দুৰ্গ বঙাইগাঁও৷ সমষ্টিটোৰ পৰা নিৰ্বাচিত হ'ল অগপ দলৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী(Diptimoy Chowdhury)৷

Popular