Breaking

Browsing Category

ৰাজনীতি

হোজাই জিলা কৰ্মচাৰী পৰিষদৰ ২৭ তম বাৰ্ষিক অধিৱেশন আৰু মুকলি সভা

আজি দিনযোৰা কাৰ্যসূচীৰে লংকা আঞ্চলিক কৰ্মচাৰী পৰিষদৰ আতিথ্যত লংকা হাইস্কুলৰ প্ৰেক্ষাগৃহতে হোজাই জিলা কৰ্মচাৰী পৰিষদৰ ২৭ তম বাৰ্ষিক অধিবেশন আৰু মুকলি সভা অনুষ্ঠিত হয়। অনুষ্ঠানত সভাপতিত্ব কৰে হোজাই জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ফাইজ মহাম্মদ
Read More...

মুকালমুৱাত হজ ভৱনৰ আধাৰশিলা স্থাপন : একেখন সভাত ৮০ টা পৰিয়ালক ভূমি পত্তা বিতৰণ

বৰক্ষেত্ৰীৰ হজযাত্ৰী সকলৰ বাবে এটা সুখবৰ।আজি মুকালমুৱাৰ নিকটৱৰ্তী নাৰায়ণপুৰ গাৱত হজযাত্ৰীৰ বাবে সকলো সা-সুবিধা থকা এটা অত্যাধুনিক হজ ভৱনৰ আধাৰশিলা স্হাপন কৰা হয়।বৰক্ষেত্ৰী অঞ্চলৰ প্ৰায় তিনি শতাধিক হাজী আৰু সহস্ৰাধিক লোকৰ উপস্থিতিত হজ
Read More...

চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম অসমীয়া ভাষাতে গ্ৰহণ কৰিব পৰা যাব : প্ৰধানমন্ত্ৰী মোদী

সকলো হিংসা-ভেদ ভাবৰ উৰ্দ্ধলৈ গৈ  উত্তৰ পূৰ্বাঞ্চলে এতিয়া বিকাশৰ বাটেৰে আগুৱাই গৈছে। এই বিকাশৰ ধাৰা প্ৰৱাহিত কৰাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে অসমে। আজি ঢেকিয়াজুলিৰ ভোচপাৰাত এখন বিশাল জনসভাত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনেদৰে
Read More...

কৃষক আন্দোলনক সমৰ্থন কৰা বাবে ব্ৰিটিছ অভিনেত্ৰী জামিলালৈ ধৰ্ষণৰ ভাবুকি

কৃষক আন্দোলনক সমৰ্থন কৰাৰ পিছৰে পৰা আহিছে ধৰ্ষণৰ ভাবুকি। ছচিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে এই কথা জনালে ব্ৰিটিছ অভিনেত্ৰী জামিলা জামিলে। দ্য গুড প্লেছ ছবিত কৰা অভিনয়ৰ বাবে পৰিচিত জামিলা। অভিনেত্ৰীগৰাকীয়ে জনাইছে যে প্ৰথমৰে পৰা
Read More...

১১ ফেব্ৰুৱাৰিত উচ্চতম ন্যায়ালয়ত অখিল গগৈৰ জামিন আবেদনৰ শুনানি

অসম বিধানসভাৰ নিৰ্বাচন চমু আহিছে। কৃষক নেতা তথা বৰ্তমান ৰাইজৰ দলৰ নেতা অখিল গগৈ এতিয়াও কাৰাগাৰতে বন্দী হৈ আছে। বিজেপি চৰকাৰৰ ৰোষত পৰি এটাৰ পাছত আন এটা গোচৰত বন্দী কৰি ৰখা অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যৰ বিভিন্ন দল-সংগঠনে আনকি প্ৰতিবাদো
Read More...

পূৰ্বোত্তৰ বিকাশত আগৰণুৱা হৈছে অসম’-প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঢেকিয়াজুলিত এখন জনসভা সম্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত কেইবাটাও অভিলাসী প্ৰকল্পৰ শুভাৰম্ভণি কৰে। প্ৰধানমন্ত্ৰীৰ লগতে অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী
Read More...

আজি ঢেকিয়াজুলিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল জনসভা সম্বোধন

আজি ঢেকিয়াজুলিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন বিশাল জনসভা সম্বোধন কৰে। অনুষ্ঠানৰ মাজতে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আধাৰশিলা স্থাপন কৰে বিশ্বনাথ চাৰিয়ালি আৰু চৰাইদেউত স্থাপন হ'বলগীয়া চিকিৎসা মহাবিদ্যালয়ৰ।সভাত প্ৰধানমন্ত্ৰীৰ
Read More...

গণ সুৰক্ষা পাৰ্টীৰ প্ৰক্ষেপিত প্ৰাৰ্থীক সমৰ্থন নকৰে চাপাগুৰি সমষ্টিৰ অবড়ো ভোটাৰে

 আসন্ন বিধান সভা নিৰ্বাচনৰ পৰিপ্ৰক্ষিতত ক্ৰমাৎ গৰম হৈ পৰিছে ৰাজনৈতিক ক্ষেত্ৰ। ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে জয়লাভৰ দাবীৰে অনানুষ্ঠানিকভাৱে প্ৰচাৰ চলোৱা দেখা গৈছে। ৰাজ্যিক নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই যদিও
Read More...

উত্তৰ-পূৱৰ কৰ্কট ৰোগৰ প্ৰথমগৰাকী চাৰ্জিকেল অঙ্ক’ল’জিষ্ট এইবাৰ টীয়ক সমষ্টিৰ সম্ভাৱ্য…

নিৰ্বাচন সমাগত । চৌদিশে এতিয়া বলিছে নিৰ্বাচনী বতাহ।সপ্ৰয়াসীসকল কাষ চাপিছে সাধাৰণ ভোটাৰ। যোৰহাট লোকসভা সমষ্টিৰ অধীনৰ ১০২ নং টীয়ক বিধানসভা সমষ্টিত এইবাৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে এগৰাকী বিশষ্ট চিকিৎসকে। উত্তৰ পুৰ্বাঞ্চলৰ প্ৰথমগৰাকী
Read More...

প্ৰধান মন্ত্ৰী, পেট্ৰলিয়াম মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী প্ৰতিকৃতি দাহ।মাজুলীত যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবদী…

মুল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা যুৱ-ছাত্ৰ পৰিষদৰঃ বিকাশ শইকীয়া , উজনি-মাজুলীঃ ৫ ফেব্ৰুৱাৰীঃদ্বীপ জিলা মাজুলীত আজি পেট্ৰল ডিজেল আৰু অন্যান অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত অসম
Read More...