Breaking

Browsing Category

ৰাজনীতি

ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মিত্রতা বিয়নী মেলঃ আঙুৰলতা ডেকা

আমাৰ বিজেপি চৰকাৰৰ দিনত ইমানেই উন্নয়ণৰ কাম হৈছে যে ৰাইজে আকৌ বিজেপি দলৰ চৰকাৰেই বিচাৰিব ৷ গতিকে মিত্ৰজোঁট, মহামিত্ৰ এইবোৰ ক’ৰবাতেই পৰি ৰ’ব ৷ বিজেপিৰ লক্ষ্য আৰু উদ্দেশ্যক কোনেও প্ৰতিহত কৰিব নোৱাৰে ৷" এই মন্তব্য বটদ্ৰৱা সমষ্টিৰ
Read More...

বিলাসীপাৰাৰ পশ্চিম সমষ্টিৰ বোৱাল কামৰী গাওঁত দুই শতাধিক পুৰুষ – মহিলা বিজেপিত যোগদান

পশ্চিম অসমৰ ধুবুৰী জিলাৰ ২৬ নং বিলাসীপাৰা পশ্চিম বিধান সভা সমষ্টি খনত ভাৰতীয় জনতা পাৰ্টিৰ মেডিকেল বিভাগৰ ৰাজ্যিক সদস্য তথা ধুবুৰী পূৱ জিলা কমিটিৰ প্ৰভাৰী ডঃ ছাইফুৰ ৰহমানৰ নেতৃত্বত বৃহস্পতিবাৰে বৰকান্দা গাওঁ পঞ্চায়তৰ বোৱাল কামৰী গাওঁত এখন
Read More...

একোৱা মুণ্ডাই এৰিলে কংগ্ৰেছৰ দায়িত্ব ।দলো এৰিব নেকি প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে

নিৰ্বাচন সমাগত ,এই সময়ছোৱাত সলনি হৈছে একাংশৰ নিৰ্বাচনী ৰণ কৌশল ।দল সলনি কৰিছে একাংশ প্ৰতাপী নেতাই।আজি ডিব্ৰুগড় ৰাজীৱ ভৱনত অনুষ্ঠিত এখনি গুৰুত্বপূৰ্ণ সভাত আনুষ্ঠানিকভাৱে তেওঁ দায়িত্ব এৰি জ্যেষ্ঠ নেতা দেৱৰঞ্জন গগৈক তেওঁ দায়িত্ব অৰ্পণ কৰে।আৰু
Read More...

সৰ্ববৃহৎ নিযুক্তি ! অভিলেখ সৃষ্টিৰে সৰুসজাইত ২৯,৭০১ গৰাকী শিক্ষক-শিক্ষয়ত্ৰীক নিযুক্তি

ৰাজ্যৰ শিক্ষাখণ্ডত সৰ্ববৃহৎ নিযুক্তি। আজি সৰুসজাইত অনুষ্ঠিত হয় ৰাজ্যৰ শিক্ষা বিভাগৰ সৰ্ববৃহৎ নিযুক্তি প্ৰদান প্ৰক্ৰিয়া । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ২৯,৭০১ গৰাকী শিক্ষকক নিযুক্তি পত্ৰ
Read More...

অসম জাতীয় পৰিষদৰ কুমাৰীকাটাত আঞ্চলিক সমিতি গঠন

তামুলপুৰ সমষ্টিৰ অন্তৰ্গত কুমাৰীকাটাত কুমাৰীকাটা সামূহিক ভৱন প্ৰাংগণত অলপতে অসম জাতীয় পৰিষদৰ কুমাৰীকাটা আঞ্চলিক সমিতিখন গঠন কৰা হয়। কুমাৰীকাটা অঞ্চলৰ জাতীয়তাবাদী শিৱিৰৰ শতাধিক লোকে অংশগ্ৰহণ কৰা আৰু অসম জাতীয় পৰিষদৰ তামুলপুৰ সমষ্টিৰ
Read More...

বিৰোধী দলপতিৰ মৰ্যাদা বাহাল থাকিব দেৱব্ৰত শইকীয়াৰ

বিধানসভাৰ বিৰোধী দলপতিৰ মৰ্যাদা বাহাল থাকিব দেৱব্ৰত শইকীয়াৰ । বিধানসভা সচিবালয়ে জাৰি কৰিছে এই নিৰ্দেশনা। পূৰ্বৰ দৰে সকলো সা-সুবিধা পাব দেৱব্রত শইকীয়াই। এই লৈ বহুদিন ধৰি চলি আছিল বিতৰ্ক।ৰায়ৰ পিছতে এতিয়া পূৰ্বৰ সকলো সুবিধা আৰু সন্মান পাব
Read More...

বৰদৌলগুৰিত এজেপি,ৰাইজৰ দলক মহাজোঁটত চামিল হবলৈ আহ্বান কংগ্ৰেছ নেত্ৰীৰ

সমাগত বিধান সভাৰ নিৰ্বাচন । দৰং জিলাতো তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দল সমূহৰ ৷ এই বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যখনৰ অন্যান্য সমষ্টিৰ দৰে ছিপাঝাৰ সমষ্টিতো তৎপৰ হৈ পৰিছে ৰাজ্যখনৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ । বুধবাৰে বৰদৌলগুৰি যুৱ
Read More...

জাতীয়তাবাদী সত্তা হেৰুৱাই পেলোৱা আছুৰ জাতীয় সত্তা এতিয়া কফিনৰ ভিতৰত প্ৰেতাত্মা হ’ল : মন্ত্ৰী…

সদৌ অসম ছাত্ৰ সন্থাই জাতীয়তাবাদী সত্তাক কফিনত ভৰাই শেষ গজালটো মাৰি দুই গজ মাটিৰ তলত পুতি পেলালে ৷ আছুৰ জাতীয় সত্তা এতিয়া প্ৰেতাত্মা হ'ল ৷ প্ৰেতাত্মা আকৌ আছুৰ শৰীৰলৈ উভতি নাহে ৷ আছুৰ সাধাৰণ সম্পাদক শঙ্কৰ জ্যোতি বৰুৱাই অসম গণ পৰিষদক
Read More...

বকোত বি জে পিৰ পৃষ্ঠা প্ৰমুখ সন্মিলনত ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস

ভাৰতীয় জনতা পাৰ্টীৰ নীতি নিৰ্দেশনা আৰু আদৰ্শক দলীয় কৰ্মীৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা জনকল্যাণ মুলক আঁচনিৰ বিষয়ে ভোটাৰক অৱগত কৰিবলৈ আজি কামৰূপ জিলাৰ বকোত আয়োজন কৰা হৈছে দলৰ পৃষ্ঠা প্ৰমুখ সন্মিলন সভা। দিনৰ ২
Read More...

মাজুলীৰ মথাউৰি,পথ নিৰ্মাণ তথা কামাখ্যা মন্দিৰৰ উন্নয়নৰ বাবে ১,৩৭৫ কোটি টকা আৱণ্টন

বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ মথাউৰি আৰু পথ নিৰ্মাণ তথা শক্তিশালী কামাখ্যা মন্দিৰৰ উন্নয়নৰ বাবে পঞ্চদশ বিত্ত আয়োগে মুঠ ১,৩৭৫ কোটি টকাৰ আবণ্টনত অনুমোদন দিছে। পঞ্চদশ বিত্ত আয়োগৰ অধ্যক্ষ এন কে সিঙে কালি সদনত এই সম্পৰ্কীয় প্ৰতিবেদন দাখিল
Read More...