Breaking

Browsing Category

ৰাজনীতি

৫ ফেব্ৰুৱাৰীত ২৯,৭০০ গৰাকী শিক্ষকক নিযুক্তি

আজি জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ শিক্ষাবিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সংবাদমেলত শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশীকৰণৰ লগতে বিভিন্ন পৰ্যায়ত অভিলেখসংখ্যক শিক্ষক নিযুক্তি দিয়াৰ কথা ঘোষণা
Read More...

দুমুনিচকী আঞ্চলিক ছাত্ৰ সন্থাই দাহ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি

তেজপুৰ আৰু শুৱালকুচিত গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰা অৱস্থাত সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীক আৰক্ষীয়ে কৰা বৰ্বৰ আক্ৰমণৰ প্ৰতিবাদত সোমবাৰে সন্ধিয়া ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত  দুমুনিচকীত দুমুনিচকী আঞ্চলিক ছাত্ৰ সন্থাই  গৃহ বিভাগৰ দায়িত্বত
Read More...

কেন্দ্ৰীয় বাজেট অৰ্থনীতি, কৃষিক্ষেত্ৰৰ পৰা আৰম্ভ কৰি শিক্ষা আৰু আন্তঃগাথঁনি উন্নয়নত সহায়ক…

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কালি সংসদত দাখিল কৰে কেন্দ্ৰীয় বাজেট । বাজেটত অসমৰ উন্নয়নৰ বাবে কেইবাটাও বিশেষ প্ৰস্তাৱ সন্নিবিষ্ট কৰা হৈছে । বাজেটত অহা তিনিবছৰত অসমত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ আৰু উন্নয়নৰ বাবে বৃহৎ পৰিমাণৰ
Read More...

উপৰাষ্ট্ৰপতি ভেংকাইয়া নাইডুএ কালি ৰাষ্ট্ৰীয় জনজাতীয় সমাৰােহ আদি মহােৎসৱ মুকলি কৰে

উপৰাষ্ট্ৰপতি ভেংকাইয়া নাইডু এ নতুন দিল্লীৰ দিল্লীহাটত কালি ৰাষ্ট্ৰীয় জনজাতীয় সমাৰােহ আদি মহােৎসৱ মুকলি কৰাৰ পাছত এটা ফেচবুক পষ্টৰ জৰিয়তে জনজাতি লােকসকলৰ বিশেষ পৰিচয় সংৰক্ষণৰ উদ্দেশ্যে বিকাশৰ আৰ্হি প্ৰস্তুত কৰাৰ বাবে আহ্বান জনাইছে।
Read More...

৬০০ গৰাকী নিৰ্বাচিত লেখক-লেখিকাক সম্বৰ্ধনা অসম চৰকাৰৰ

অসম চৰকাৰৰ অসম ভাষা গৌৰৱ আৰু প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত ৰাজ্যৰ সকলো থলোৱা ভাষাৰ ৬০ বছৰৰ অনূৰ্ধ ৬০০ গৰাকী নিৰ্বাচিত লেখক-লেখিকাক সম্বৰ্ধনা পত্ৰৰ লগতে ৫০ হাজাৰকৈ টকা
Read More...

বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অসমৰ বাবে দিলে সুখবৰ

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ডিজিটেল পদ্ধতিৰে দাখিল কৰিলে ২০২১-২০২২বৰ্ষৰ বাজেট । সংসদত প্ৰথমবাৰৰ বাবে দাখিল কৰা হ'ল কাগজবিহীন বাজেট। ২০২১-২২ৰ বাজেটত অসমৰ বাবে বিশেষ পেকেজ ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। আগন্তুক তিনিটা
Read More...

১১ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ জোৰা বাজেট অধিবেশন

অহা ১১ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ ৩দিন জোৰা বাজেট অধিবেশন অনুষ্ঠিত হ'ব। ১১ফেব্ৰুৱাৰীৰ পুৱা চাৰে ৯ বজাত ৰাজ্যপালৰ ভাষণেৰে বিধানসভাৰ কার্যক্রমণিকা আৰম্ভ হ'ব। সেইদিনাই বিত্তমন্ত্রী হিমন্ত বিশ্ব শৰ্মা এ সদনত ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে
Read More...

অখিল গগৈৰ মুক্তিৰ দাবীত হোজাইৰ আকাশ বতাহ কপাই তুলিলে ৰাইজৰ দলে

আজি হোজাই জিলাৰ অন্তৰ্গত ইছলাম নগৰত ৰাইজৰ দলৰ হোজাই জিলা সমিতিৰ কাৰ্যালয় আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয় ৷ ৰাইজৰ দলৰ হোজাই জিলা সমিতিৰ সভাপতি কমল চন্দ্ৰ বৰুৱা, ৰাজ্যিক সাধাৰণ সম্পাদিকা দিলোৱাৰা বেগম চৌধুৰীয়ে ফিতা কাটি ৰাইজৰ দলৰ হোজাই
Read More...

অসমৰ বাবে ৪৩৭.১৫ কোটি টকাৰ বান সাহাৰ্য কেন্দ্ৰীয় চৰকাৰৰ

নিৰ্বাচনৰ প্ৰাকক্ষণত অসমলৈ বৃহৎ অনুদান আগবঢ়াইছে কেন্দ্ৰীয় বিজেপি চৰকাৰে । বিগত বৰ্ষত বান অৰ্থাত প্ৰাকৃতিক দুৰ্যোগত ক্ষতিসাধন হোৱা ৫ খন ৰাজ্যলৈ ১,৭৫১.০৫ কোটি টকাৰ আৰ্থিক অনুদান আগবঢ়াই । এই ৫ খন ৰাজ্যৰ ভিতৰত আছে অসম, অৰুণাচল প্ৰদেশ, 
Read More...

লাইকা দধীয়াৰ ভূমিহীন ১৩০০পৰিয়ালক প্ৰদান কৰা হব ১ লাখ টকাকৈ

লাইকা দধীয়াৰ ১৩০০ ভূমিহীন পৰিয়ালৰ পুনৰ সংস্থাপনৰ বাবে প্ৰতিটো পৰিয়ালক ১ লাখ টকাকৈ প্ৰদান কৰাৰ কথা ঘোষণা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । মৰিগাৱৰ নেলীত অনুষ্ঠিত সদৌ অসম ট্ৰাইবেল সংঘৰ ৩৮তম ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় অধিবেশনত
Read More...