Breaking

Browsing Category

ৰাজনীতি

পুনৰ অসম ভ্রমণলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোদী

পুনৰ অসম ভ্রমণলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোদী ৷ ৭ ফেব্রুৱাৰীত অসম ভ্রমণ কৰিব লগা প্রধানমন্ত্রী মোদীয়ে যোৰহাট-মাজুলীৰ মাজত প্রস্তাৱিত দলঙৰ ভূমিপূজন কার্যসূচীত অংশ লোৱাৰ লগতে বিশ্বনাথত এখন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলাও স্থাপন কৰিব ৷
Read More...

চিৰাংত কলা আৰু বিজ্ঞান শাখাৰ নিছিমা আদৰ্শ মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন হিমন্ত বিশ্ব শৰ্মাৰ

চিৰাং জিলাৰ কয়লা ময়লাত আজি স্বাস্থ্য তথা শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ উপস্থিতিত কলা আৰু বিজ্ঞান শাখাৰ নিছিমা আদৰ্শ মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে ।
Read More...

স্বৰ্গদেউ চ্যুকাফা হাস্পতালত অত্যাধুনিক মেচিন উদ্ধোধন মুখ্যমন্ত্ৰীৰ

শিৱসাগৰৰ ডিমৌত অৱস্থিত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ চ্যুকাফা মাল্টি স্পেচিয়েলিটি হাস্পতালত এক অত্যাধুনিক "মাল্টি চাৰ্জাৰী মাইক্ৰছকোপ" ৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। ডিমৌৰ দিচাং ৰজাবাৰীস্থিত চ্যুকাফা হাস্পতালত জাৰ্মাণৰ
Read More...

দিল্লীৰ কৃষক আন্দোলনত অংশগ্রহণ কৰা অসমৰ বাৰ গৰাকীৰ বিৰুদ্ধে জামিন বিহীন গোচৰ

অসমৰ পৰা দিল্লীলৈ সোমবাৰে গৈ কৃষক আন্দোলনত যোগ দিছিল অসমৰ বাৰ জনীয়া এটা দলে। পিছত বুধবাৰে সন্ধিয়া উভতি আহি বৰঝাৰ বিমান বন্দৰ কভিড পৰীক্ষা নকৰাৰ অভিযোগত বাৰ গৰাকীৰ বিৰুদ্ধে আজাৰা থানাত  জামিন বিহীন গোচৰ ৰুজু হোৱা লগতে ৰাণীৰ কৃষক নেতা
Read More...

৮ ফেব্ৰুৱাৰীত মহিলাসকললৈ ৰাজ্য চৰকাৰে আগবঢ়াব ৫০ হাজাৰকৈ টকা

নিৰ্বাচন সমাগত। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া ৰাজ্য চৰকাৰে ঘোষণা কৰিছে ইখনৰ পিছত সিখন আঁচনি। কেইদিনমান পূৰ্বে স্বয়ম আঁচনিৰ জৰিয়তে ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীলৈ ৫০ হাজাৰকৈ টকা আগবঢ়োৱাৰ পিছত এইবাৰ ৰাজ্য চৰকাৰ সাজু হৈছে ৰাজ্যৰ মহিলাসকললৈ
Read More...

এতিহাসিক পথৰুঘাটত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

এতিহাসিক পথৰুঘাটত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । শ্বহীদ তৰ্পনৰ পাছতেই সংহত প্ৰশিক্ষণ আৰু দক্ষতা বিকাশ কেন্দ্ৰৰ উন্মোচন কৰি মুকলি সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷ মুকলি সভাত ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ মুঠ ২২জন
Read More...

মাজুলীৰ ভূমিহীন পৰিয়ালক ভূমিৰ অধিকাৰ প্ৰদানত অগ্ৰাধিকাৰ ৰাজ্য চৰকাৰৰ

ৰাজ্যৰ খিলঞ্জীয়া ভূমিহীন পৰিয়ালসমূহক ভূমিৰ অধিকাৰ প্ৰদানৰ বাবে অসম চৰকাৰে নতুন ভূমিনীতিৰ জৰিয়তে গ্ৰহণ কৰা বিশেষ পদক্ষেপৰ অংশ হিচাপে মাজুলী জিলাতো ভূমিপট্টা আৰু ভূমি আৱণ্টন পত্ৰ প্ৰদানৰ ব্যৱস্থা খৰতকীয়া কৰা হৈছে। জিলাখনৰ ভূমিহীন
Read More...

কাৰাগাৰৰ পৰা মুক্তি দিয়া হৈছে তামিলনাডুৰ প্ৰয়াত মুখ্যমন্ত্ৰী জয়াললিতাৰ সংগী ভি কে শশীকলাক

৪ বছৰৰ পিছত কাৰাগাৰৰ পৰা মুক্তি দিয়া হৈছে তামিলনাডুৰ প্ৰাক্তন তথা প্ৰয়াত মুখ্যমন্ত্ৰী জয়াললিতাৰ এসময়ৰ সংগী ভি কে শশীকলাক । ভি কে শশীকলা ৬৬ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগত যোৱা চাৰি বছৰে বাংগালুৰুৰ পাৰাপ্পানা কাৰাগাৰত কাৰাৰুদ্ধ হৈ
Read More...

দিল্লীত আন্দোলনৰত কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত হিংসাত্মক ঘটনা : আৰক্ষীৰ গােচৰ ৰুজু

ৰাজধানী দিল্লীত কৃষি আইন কেইখনৰ বাতিলৰ দাবীত আন্দোলনৰত কৃষকে উলিওৱা ট্ৰেক্টৰ ৰেলীৰ সময়ত কৰা হিংসাত্মক ঘটনাৰ বাবে দিল্লী আৰক্ষীয়ে গােচৰ ৰুজু কৰিছে। আইন উলংঘা কৰা, হিংসাত্মক কার্যত লিপ্ত হােৱা, ৰাজহুৱা সম্পত্তি ক্ষতি কৰা আৰু চৰকাৰী বিষয়াক
Read More...

এম জি এনৰেগা আঁচনিৰ নামত মন্ত্ৰী হিমন্তৰ সমষ্টি জালুকবাৰীৰ শুৱালকুছি, বেজেৰা উন্নয়ন খণ্ডত ব্যাপক…

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টি জালুকবাৰীৰ শুৱালকুছি উন্নয়ন খণ্ডৰ অধিনৰ শিঙিমাৰী গাঁও পঞ্চায়তৰ পাকৰকোনাৰ গৰখীয়া থানলৈ যোৱা পথ নিৰ্মাণত সংঘটিত হৈছে সীমাহীন দুৰ্নীতি। শিঙিমাৰী গাও পঞ্চায়তে এম জি এনেৰেগা আঁচনিৰে নিৰ্মান কৰিছে এই পথ
Read More...