Breaking

Browsing Category

ৰাজনীতি

দিছপুৰ খন হিমন্ত বিশ্ব শৰ্মাৰ পৈত্রিক সম্পত্তি নহয় – বিধায়ক আমিনুল ইছলাম

মুকালমুৱাত  আজি এ আই ইউ ডি এফৰ এখন কৰ্মী সভাত বিস্ফোৰক মন্তব্য কৰে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে। শিক্ষা ও বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি ধিংৰ বিধায়ক আমিনুল ইছলামে কয় দিছ্পুৰ খন হিমন্ত বিশ্ব শৰ্মাৰ পৈত্রিক সম্পত্তি নহয়,
Read More...

চাওতালক জনগোষ্ঠীয় মৰ্যাদাৰ দাবী, অন্যথা নিৰ্বাচনত বৰ্জন কৰিব বিজেপিক

অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ চাওতাল জনগোষ্ঠী। এই জনগােষ্ঠীটোক শীঘ্ৰেইঅর্থাৎ নির্বাচনৰ পূর্বেই চৰকাৰে জনগােষ্ঠীয় মর্যাদা নিদিলে বিজেপিক বর্জন কৰা হ'ব বুলি কাজিৰঙাত সদৌ চাওতাল ছাত্র সন্থাৰ কেন্দ্রীয়সমিতিয়ে এক সংবাদমেল যােগে জানিবলৈ দিয়ে
Read More...

BTRত ১ ফেব্ৰুৱাৰীৰ পৰা মাটিৰ কিনা-বেচাৰ অনুমতি

কোকৰাঝাৰত কালিৰে পৰা অনুষ্ঠিত হৈছে বিটিআৰ চুক্তিৰ এবছৰ সম্পূৰ্ণ হোৱাৰ বাবে বিজয় উৎসৱ। সেই উদ্দেশ্য কালিৰ দিনটোত কোকৰাঝাৰত উপস্থিত হৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক তথা অসমৰ স্বাস্থ্য
Read More...

২৪ ঘণ্টাৰ বাবে মুখ্যমন্ত্ৰীয়েহৈ ১৯ বছৰীয়া সৃষ্টিয়ে কি কি কাম কৰিলে ?

অনিল কাপুৰৰ নায়ক(২০০১) ছবি খনৰ কথা হয়তো আপোনাৰ মনত আছে ! ছবিখনত মাত্ৰ ২৪ ঘণ্টাৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহিছিল অনিল কাপুৰ। কিন্তু এইবাৰ চিনেমাত নহয়, সঁচাকৈয়ে সংঘটিত হ'ল তেনে এক ঘটনা। ২৪ জানুৱাৰীত এদিনৰ বাবে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ
Read More...

বঙাইগাঁৱত আছুই দাহ কৰিলে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে আজি বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাইও জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি দাহ কৰাৰ লগতে ৰাজহুৱা স্থানত ক'লা পতকা উত্তোলন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ আছুকৰ্মীয়ে বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ মুখ্য
Read More...

বিজেপি চৰকাৰে আদানী,আম্বানী আৰু অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহৰ পক্ষতহে কাম কৰি আহিছে !

যুৱ প্ৰজন্মক সংস্থাপন দিয়াত বিজেপি মিত্ৰজোঁটৰ চৰকাৰখন চূড়ান্তভাৱে ব্যৰ্থ হোৱা বুলি অভিযোগ আনি  ইয়াৰ বাবে চৰকাৰক জবাবদিহি কৰি আজি নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত আমবাগানত যুৱ কংগ্ৰেছে  যুৱ একতা সমাৰোহ অনুষ্ঠিত কৰে। মুলতঃ সমাগত
Read More...

মাজুলীত কংগ্ৰেছৰ চাইকেল ৰেলী

মুল্য বৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ, কৃষক বিৰোধী কৃষি আইন বাতিল ,গণতান্ত্ৰিক ভাৱে আন্দোলন কৰা আন্দোলনকাৰীক হাৰাশাস্তি কৰা আদিৰ প্ৰতিবাদত সমগ্ৰ অসমৰ লগতে আজি মাজুলীতো জিলা কংগ্ৰেছ কমিটিৰ দ্বাৰা সোনোৱাল চৰকাৰৰ বিৰুদ্ধে এক চাইকেল ৰেলি উলিয়ায় ।
Read More...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণত শিৱসাগৰত দিয়া ভাষনৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৰিপুন বৰাৰ

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণত শিৱসাগৰত দিয়া ভাষনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই গহপুৰৰ নিজা বাসগৃহত সম্বোধন কৰি এখন সংবাদ মেলত কৃষকৰ বাবে গোৱা গানৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে
Read More...

শ্ৰীৰামপুৰত সহস্ৰাধিক বি জে পিত যোগদান

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত ফাইলাগুৰিত আজি বি জে পি দলৰ এখন দলীয় সভাত অঞ্চলটোৰ বিভিন্ন ৰাজনৈতিক দলৰ এক হাজাৰ সদস্য বি জে পি দলত আনুষ্ঠানিক ভাবে যোগদান কৰে ।উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টীৰ শ্ৰীৰামপুৰ মণ্ডল কমিটীৰ সভাপতি
Read More...

মোদী-অমিতৰ আগমনত ৰাজ্যজুৰি আছুৰ ক’লা দিৱস পালন

আজি ‘আছু’ৰ ৰাজ্যজুৰি ক’লা দিৱস পালন৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ বিৰোধিতাৰে এই প্ৰতিবাদী কাৰ্যসূচী৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন কৰা হৈছে ক’লা দিৱস৷ উল্লেখ্য যে, শুকুৰবাৰে ‘আছু’ৱে ৰাজ্যৰ বিভিন্ন ঠাইত ৰূপায়ণ কৰিছিল জোঁৰ সমদলৰ
Read More...