Breaking

Browsing Category

ৰাজনীতি

কুইপৰ দুই অপহৃত বিষয়া এতিয়া ক’ত : কি কলে পৰেশ বৰুৱাই

অৰুণাচলৰ চাংলাং জিলাৰ ডায়ুনৰ কুইপ কোম্পানীৰ তৈল উৎপাদন ক্ষেত্ৰৰ পৰা যোৱা ২১ ডিচেম্বৰ তাৰিখে শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰ নামৰ দুজন ব্যক্তিক আলফা(স্বা)য়ে অপহৰণ কৰি নিছিল । আলফা(স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই সংবাদ
Read More...

শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিৰে নগাঁৱত নিৰ্মাণ হ’ব মাধৱ কন্দলী কলাক্ষেত্ৰ

গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত নগাঁৱত  নিৰ্মাণ হব মাধৱ কন্দলী কলাক্ষেত্ৰ । আনহাতে নগাঁও চহৰৰ মৰিকলং বিলক  মুম্বাইৰ মেৰিণা বীচ্চৰ আৰ্হিত পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবেও এখন অভিলাষী আঁচনি গ্রহণ কৰাৰ লগতে কলঙৰ পাৰত এখন সুদীৰ্ঘ
Read More...

আগন্তুক নিৰ্বাচনৰ বাবে বিজেপিৰ প্লেন সাজু

আগন্তুক নিৰ্বাচনৰ সন্দৰ্ভত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ উপস্থিতিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আৰু বহুতো অসম বিজেপিৰ নেতা সকলৰ মাজত আগন্তুক নিৰ্বাচন সন্দৰ্ভত আলোচনা হয় । এই সভাৰ পিছত সংবাদমাধ্যমৰ আগত
Read More...

আমেৰিকাৰ ৰাষ্ট্ৰপতিক পিছ পেলালে প্ৰধানমন্ত্ৰী মোদীয়ে

আমেৰিকাৰ হিংসাত্মক মূলক কাৰ্যৰ পিছত ৰাষ্ট্ৰপতি ড’ণাল্ড ট্ৰাম্পৰ টুইটাৰ একাউন্ট নিসিদ্ধ কৰিছিল টুইটাৰে। ইয়াৰ পিছতে টুইটাৰত বিশ্বৰ সৰ্বাধিক ফলোৱাৰ থকা ব্যক্তিৰ তালিকাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম প্ৰথম স্থানত অন্তৰ্ভূক্ত হয়।
Read More...

অসমত পুনৰ মিত্ৰজোটৰ চৰকাৰ হব : অতুল বৰা

৫৬ নং কমলপুৰ সমষ্টিৰ বিহদিয়াত আজি একপ্ৰকাৰ বিধায়ক সত্যব্ৰত কলিতাৰ হৈ নিৰ্বাচনী ৰণশিঙা বজাই অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই ঘোষণা কৰিলে অসমত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত পুনৰ মিত্ৰজোটৰ চৰকাৰ গঠন হব। অহা এপ্ৰিল মাহত হ'বলগীয়া বিধান সভা
Read More...

কংগ্ৰেছৰ শাসনকালত উন্নয়ন আধাৰশিলাতে আৱদ্ধ আছিল : ৰূপক শৰ্মা

নগাঁৱত পুণৰ পাঁচ শতাধিক সংখ্যালঘু লোকৰ বিজেপিত যোগদাননগাঁৱত কেইবাটাও উন্নয়ন মূলক আঁচনিৰ শুভাৰম্ভ বিগত কিছুদিন ধৰি নগাঁও সদৰ সমষ্টিত কংগ্ৰেছকে ধৰি আন দলৰ পৰা বিজেপিত যোগদান পৰ্ব অব্যাহত আছে। বিশেষকৈ বিগত সময়চোৱাত বিধায়ক ৰূপক
Read More...

ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে এইবাৰ থিয় দিছে নিজ দলৰে শীৰ্ষ নেতৃত্ব

ট্ৰাম্পৰ দলৰ শীৰ্ষ নেতৃত্বই এইবাৰ থিয় দিছে ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে। আজি ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপন কৰা হ’ব মহাভিযোগ। ৪ জানুৱাৰী তাৰিখে আমেৰিকাৰ কেপিটেল হিল স্থিত সংসদ ভৱনত ট্ৰাম্পৰ সমৰ্থকে কৰা উদ্ভণ্ডালী আৰু মাৰপিটৰ পিছতে ট্ৰাম্পৰ
Read More...

অসম জাতীয় পৰিষদৰ মাজুলী জিলা গঠনৰ প্ৰস্তুতি

উজনি-মাজুলীঃ মাজুলী বিধান সভা সমষ্টিত অসম জাতীয় পৰিষদৰ কাৰ্যকৰ্ত্তা সকলে দলটোক শক্তিশালি কৰাৰ লক্ষ্যৰে জনসাধাৰণৰ কাষচপা দেখা গৈছে ৷  আজি দলটোৰ গড়মূৰৰ অস্থায়ী কাৰ্যালয়ত হৰেণ বৰাৰ সভাপতিত্বত আহ্বায়ক সমিতিৰ এখন সভা অনুস্থিত হয় ৷  সভাত
Read More...

বোকাখাতত কৃষি আৰু উদ্যান শস্য বিষয়ক আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ আয়োজন

অহা ২১ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈকে বোকাখাতত তিনি দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া "ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনী, ২০২১ ত আন্তঃৰাষ্ট্ৰীয় ভাৰ্চুৱেল অংশগ্ৰহণ " শীৰ্ষক প্ৰদৰ্শনীৰ প্ৰস্তুতি সন্দৰ্ভত বিষদভাবে আলোচনা কৰিবৰ বাবে এখনি
Read More...

বিশ্বনাথ চাৰিআলি ষ্টেডিয়ামত ৬০ লাখ টকীয়া পেভেলিয়নৰ আধাৰশিলা স্থাপন

উন্নত মানবিশিষ্ট পেভেলিয়নৰে এইবাৰ ক্ৰীড়াক্ষেত্ৰত এখোজ আগবাঢ়িছে বিশ্বনাথ চাৰিআলি ষ্টেডিয়াম। আনকি বি চি চি আইৰ অন্তৰ্গত ঘৰুৱা  ক্ৰিকেট খেলো অনুষ্ঠিত হ'ব বিশ্বনাথৰ ষ্টেডিয়ামত। আজি এই কথা ঘোষণা কৰিছে অসম ক্ৰিকেট সন্হাৰ সম্পাদক দেৱজিৎ
Read More...