Breaking

Browsing Category

ৰাজনীতি

সুখবৰ, প্ৰত্যাহাৰ কৰা হ’ব পেট্ৰ’ল-সুৰাৰ ওপৰত আৰোপ কৰা অতিৰিক্ত কৰ

২০২১ বৰ্ষৰ প্ৰথম দিনটোতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে আগবঢ়ালে সুখবৰ। ফ্ৰেব্ৰুৱাৰী মাহৰ পৰা প্ৰত্যাহাৰ কৰা হ’ব পেট্ৰ’ল- সুৰাৰ ওপৰত আৰোপ কৰা অতিৰিক্ত কৰ। কেৱল ইমানেই নহয়, কোৰোণা ভাইৰাছৰ মহা সক্ৰমণৰ সময়ত অৰ্থনৈতিক দিশত
Read More...

৪ জানুৱাৰীত অনুষ্ঠিত হ’ব বিটিচিৰ কাৰ্যবাহী পৰিষদৰ বৈঠক

বিটিচিৰ শপতগ্ৰহণৰ পিছতে বিভিন্ন কাৰ্যবাহী বিষয়াসকলৰ মাজত বিতৰণ কৰা হয় বিভাগ। ৪ জানুৱাৰীত অনুষ্ঠিত হ’ব কাৰ্যবাহী পৰিষদৰ বৈঠক । এই কথা জনালে মুখ্য কাৰ্যবাহী বিষয়া প্ৰমোদ বড়োৱে । উপ মুখ্য কাৰ্যবাহী বিষয়া গোবিন্দ্ৰ চন্দ্ৰ বসুমতাৰীক
Read More...

বিশ্বৰ সবাতোকৈ জনপ্ৰিয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰ্চা কেৱল দেশতেই নহয়, সমগ্ৰ বিশ্বতে হোৱা দেখা যায়। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তাৰ আকৌ এবাৰ প্ৰমাণ হ’ল । কৰ’ণাৰ সময়চোৱাত মোদীয়ে সমগ্ৰ বিশ্বতে বিশেষ চৰ্চাত আছে।  বিশ্বৰ নেতা সকলৰ
Read More...

বিজেপি গুৱাহাটী মহানগৰ জিলাৰ কাৰ্য্যনিৰ্বাহক সভা : ২০২১ বিধান সভা নিৰ্বাচনত বিজেপিয়ে চৰকাৰ গঠন কৰিব

মহানগৰীৰ দিছপুৰ স্হিত গড়কাপ্তানী প্ৰশিক্ষণ কেন্দ্ৰত আজি বিজেপি গুৱাহাটী মহানগৰ জিলাৰ কাৰ্য্যনিৰ্বাহক সভা এখন অনুষ্ঠিত হয় ৷ জিলা সভাপতি মৃগেন শৰনীয়াৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত বিশিষ্ট ব্যক্তি হিচাপে দলৰ জেষ্ঠ্য নেতা তথা মন্ত্ৰী
Read More...

অসমক ইছলামিক ৰাষ্ট্ৰ হোৱাৰ পৰিকল্পনা কেতিয়াও বাস্তৱ হ’ব নিদিয়ে বিজেপিয়ে : জয়ন্ত মল্ল বৰুৱা

বিজেপি হোজাই জিলাৰ কাৰ্য্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰিবলৈ আহি জয়ন্ত মল্ল বৰুৱাৰ বিস্ফোৰক মন্তব্য । বদৰুদ্দিন আজমল সম্পৰ্কত মন্তব্য কৰি কয় যে, "অসমত এক চক্ৰই গ্ৰাস কৰিবৰ কাৰনে চেষ্টা কৰি আছে, যত অসম বা উত্তৰ পূৰ্বাঞ্চলক ইছলামিক ৰাষ্ট্ৰ কৰাৰ
Read More...

ৰাজ্যত বন্ধ হ’ল চৰকাৰী মাদ্ৰাছা : গৃহীত হ’ল বিল

সদনত গৃহীত হ'ল আছাম ৰিপিলিং বিধেয়ক ২০২০। এই বিধেয়কৰ ভিত্তিতেই ৰাজ্যত বন্ধ হ'ল চৰকাৰী মাদ্ৰাছা। মাদ্ৰাছা ৰূপান্তৰিত হ'ব চৰকাৰী স্কুললৈ। চৰকাৰী ধনেৰে ধৰ্মীয় শিক্ষা দিয়া নহ'ব বুলি উল্লেখ হিমন্ত বিশ্ব শৰ্মাৰ। ধৰ্মীয় শিক্ষাৰ বিপৰীতে
Read More...

গোৱালপাৰাৰ ৰনুৱাত AIUDF দলৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা

সমাগত বিধানসভা নিৰ্বাচন ৷এই নিৰ্বাচনক লৈ তৎপৰ ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দল ৷পিছে এনে ক্ষনত পিছ পৰি নাথাকিল গোৱালপাৰ জিলাৰ পুৱ গোৱালপাৰা সমষ্টি ৷সমষ্টিখনত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে AIDUF দলৰ ৷দলটোৰ জিলা উপ সভাপতি তথা টিকট প্ৰত্যাশী
Read More...

বকোত সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সম্পাদিকা কৃষ্ণা দাসক সম্বৰ্ধনা

কামৰূপ জিলাৰ বকোত আজি সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সম্পাদিকা কৃষ্ণা দাসে পদাৰ্পণ কৰি কংগ্ৰেছ দলৰ কৰ্মীবৃন্দক উৎসাহিত কৰি তোলে৷উল্লেখ্য যে সমাগত অসম বিধান সভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাত বকো সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ মাজত নিজ নিজ দলৰ
Read More...

কলিয়াপানী মণ্ডল মহিলা মৰ্চাৰ সাংগঠনিক কায্যৰ্নিবাহক সভা অনুষ্ঠিত

কাকজান ২৯ ডিচেম্বৰঃ যোৰহাট জিলাৰ টীয়ক বিধান সভা সমষ্টি কলিয়াপানী মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ  মংগলবাৰে  কলিয়াপানী মণ্ডল মহিলা মৰ্চাৰ উদ্যোগত সাংগঠনিক কায্যৰ্নিবাহক সভা অনুষ্ঠিত হয়। কলিয়াপানী মহিলা মৰ্চাৰ  সভানেত্ৰী নীলিমা বৰুৱাৰ
Read More...

আনুষ্ঠানিক ভাৱে গেৰুৱা হ’ল অজন্তা নেওগ আৰু ৰাজদ্বীপ গোৱালা

আজি দিনৰ ১১ বজাত ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত সদ্য কংগ্ৰেছ ত্যাগী অজন্তা নেওগ আৰু ৰাজদ্বীপ গোৱালায়ে পিন্ধিলে গেৰুৱা বসন ৷ কংগ্ৰেছ নেত্ৰী তথা গোলাঘাটৰ প্ৰাক্তন বিধায়িকা, সদ্য পদত্যাগী কংগ্ৰেছ বিধায়ক
Read More...