Breaking

Browsing Category

ৰাজনীতি

মঙলবাৰে পুনৰ আলোচনাত বহিব কেন্দ্ৰ-কৃষক সংগঠন

অহা ২৯ ডিচেম্বৰ মঙলবাৰো ষষ্ঠলানি আলোচনা কেন্দ্ৰ-বিদ্ৰোহী কৃষক সংগঠনৰ। কেন্দ্রৰ প্রস্তাৱৰ পৰিপ্রেক্ষিতত শনিবাৰে নিজৰ মাজত আলোচনাত বহিছিল প্রায় ৪০টা কৃষক সংগঠনৰ প্রতিনিধি। তাৰ পিছতেই কেন্দ্রৰ সৈতে আলোচনাত বহাৰ সিদ্ধান্ত লয় তেওঁলোকে।
Read More...

অৰুণাচলত জেডি (ইউ) বিধায়কৰ বিজেপি গমন

অৰুণাচলত নীতিশ কুমাৰৰ দল ভাঙিলে গেৰুৱা শিবিৰে। তাৰ পৰিপ্ৰেক্ষিততে বিৰোধীসকলৰ সৈতে যোগাযোগ ৰাখিবলৈ নীতিশ কুমাৰৰ উদ্দেশ্যে কংগ্রেছ সাংসদ অধীৰৰঞ্জন চৌধুৰীৰ পৰামর্শক কেন্দ্ৰ কৰি এতিয়া জল্পনা তুঙ্গত উঠিছে। ৰাজনৈতিক পর্যবেক্ষকসকলৰ দাবী, বিহাৰতো
Read More...

কালিৰ আমিনগাঁৱৰ বিশাল জনসভাত কি কলে দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে

২০২১ত পুনৰ অসমত বিজেপি চৰকাৰ । আমিনগাঁৱত ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ । উন্নয়ন আৰু বিকাশৰ বতৰা লৈ শনিবাৰে আমিনগাঁৱত কেইবাখনো অভিলাষী আঁচনিৰ শুভাৰম্ভ কৰে গৃহমন্ত্ৰীগৰাকীয়ে । আমিনগাঁৱৰ বিশাল জনসভাখনত কেন্দ্ৰীয়
Read More...

অমিত শ্বাহক সাক্ষাৎ অজন্তা নেওগ আৰু বিধায়ক ৰাজদ্বীপ গোৱালাৰ

অসম ভ্ৰমণত থকা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিলে কংগ্ৰেছৰ দুই বিধায়ক অজন্তা নেওগ আৰু ৰাজদ্বীপ গোৱালাই । যোৱা ২৫ ডিচেম্বৰত কংগ্ৰেছৰ সকলো পদৰ পৰা পদত্যাগ কৰিছিল গোলাঘাটৰ বিধায়িকা অজন্তা নেওগে। ইয়াৰ পাছতেই শনিবাৰে আমিনগাঁৱৰ
Read More...

বটদ্ৰৱা থানৰ শোভা বৰ্ধনৰ বাবে ১৮০ কোটি টকা চৰকাৰৰ

গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । আমিনগাঁৱত দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰিছে এখন বিশাল জনসভা। আজিৰ অনুষ্ঠানতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মুকলি কৰিব চাৰিখনকৈ বিশেষ অভিলাসী আঁচনি। অনুষ্ঠানত উপস্থিত আছে মুখ্যমন্ত্ৰী
Read More...

কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বৰ ৰহস্যজনক ভূমিকাৰ বাবেই যমুনামুখ উদ্ধাৰ কৰিব পৰা নাই কংগ্ৰেছে : মাহমুদ…

ডবকা , ২৬ ডিচেম্বৰ: কংগ্ৰেছ ৰাজ্যিক নেতৃত্বৰ ৰহস্যজনক ভূমিকাৰ বাবেই বাৰে যমুনামুখ সমষ্টিত পৰাজিত হৈছে কংগ্ৰেছৰ বিধান সভাৰ প্ৰাৰ্থী। এই বিস্ফোৰক অভিযোগ বৰ্ষীয়ান কংগ্ৰেছ নেতা তথা যমুনামুখ সমষ্টিৰ প্ৰাক্তন ব্লক কংগ্ৰেছৰ সভাপতি মাহমুদ
Read More...

নিশা প্ৰায় ১২.৩০ বজাত গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ : আজিৰ দিনটোৰ কাৰ্যসূচী কি

নিশা প্ৰায় ১২.৩০ বজাত গুৱাহাটীত উপস্থিত হল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। নিশাৰ শীত নেওচি অমিত শ্বাহক উষ্ম আদৰণি অসমবাসীৰ। ৰাজপথত হাজাৰ হাজাৰ বন্তিৰে স্বাগতম জনোৱাৰ লগতে অসমৰ কলা-সংস্কৃতিৰেও আপ্লুত কৰে । নিশাৰ শীতত খালী ভৰিৰে
Read More...

নগাঁৱত সুশাসন দিৱস উদযাপন : কৃষকসকল হৈছে সমাজৰ অৰ্থনৈতিক ব্যৱস্থাৰ ভেটি গঢ়োতা : ৰূপক শৰ্মা

নগাঁও, ২৫ ডিচেম্বৰ: ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ ৯৬ সংখ্যক জন্ম জয়ন্তী উপলক্ষে সমগ্ৰ দেশ জুৰি উদযাপিত হোৱা "সুশাসন দিৱস" আজি নগাঁৱতো উদযাপন কৰা হয়। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু পঞ্চায়ত গ্ৰামোন্নয়ন
Read More...

সংখ্যালঘু এলেকাৰ বিদ্যালয়ৰ নামৰ আগত ‘ডি’ শব্দ লগোৱাক লৈ ব্যাপক প্ৰতিক্ৰিয়া সদৌ অসম…

হোজাই, ২৫ ডিচেম্বৰ : অসমৰ ভোটাৰ তালিতাত বহু সংখ্যক লোকৰ নামৰ পিছফালে  'ডি' অৰ্থাত সন্দেহজনক শব্দটো দেখিবলৈ পোৱা যায়। এইবাৰ কিন্তু নতুনকৈ সংখ্যালঘু এলেকাৰ বহু শিক্ষা অনুষ্ঠানৰ নামৰ পাছফালে ৰাজ্য শিক্ষা বিভাগে এই 'ডি' অৰ্থাত সন্দেহজনক
Read More...

কাইলৈ গুৱাহাটীত উপস্থিত হ’ব অমিত শ্বাহ : গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় আৰু আইন…

শনিবাৰে পুৱা ১১ বজাত গুৱাহাটীত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ । আমিন গাঁৱত ৮ হাজাৰ নামঘৰলৈ বিতৰণ কৰিব সাহায্য। গুৱাহাটী স্থাপন হ'বলগীয়া দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় আৰু আইন মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব অমিত শ্বাহে।
Read More...