Breaking

Browsing Category

ৰাজনীতি

১২ জানুৱাৰীত ৫০ হাজাৰ টকাকৈ লাভ কৰিব ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীয়ে

১২ জানুৱাৰীত ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীয়ে লাভ কৰিব ৫০ হাজাৰ টকাকৈ । এই কথা ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। স্বয়ম আঁচনিৰ জৰিয়তে ২ লাখ নিবনুৱা যুৱতীয়ে আত্মসংস্থাপনৰ বাবে লাভ কৰিব ৫০ হাজাৰ টকাকৈ । বৃহস্পতিবাৰে কৰিমগঞ্জত বিজেপিৰ
Read More...

বালিতাৰা মণ্ডল কংগ্ৰেছৰ উদ্যোগত কৰ্মী সভা

নলবাৰী, ২৪ ডিচেম্বৰ: বিজেপি দলৰ সৈতে যিটো ৰাজনৈতিক দলৰ সম্পৰ্ক ভাল নহয় সেইটো দলৰ সৈতে কংগ্ৰেছ দলৰ মিত্ৰতা হোৱাৰ সম্ভাৱনা আছে । বিজেপি দলে ৰাইজক বিভিন্ন আঁচনিৰ প্ৰলোভন দি কিনিব বিচাৰিছে কিন্তু নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে এই প্ৰলোভন
Read More...

আস্থা ভোটত পৰাজয় : পুনৰ আইনী যুঁজৰ হুংকাৰ হাগ্ৰামা মহিলাৰীৰ

প্ৰমোদ বড়ো নেতৃত্বাধীন পৰিষদৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল BPF দল । ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতেই আজি আস্থা ভোটৰ সন্মুখীন হৈছিল প্ৰমোদ বড়ো । সকলো উৎকন্ঠাৰ অন্তত আস্থা ভোটত  ২২ পাৰিষদৰ ভোটেৰে BTCৰ চীফ হিচাপে নিৰ্বাচিত হৈছিল প্ৰমোদ
Read More...

বড়োলেণ্ডৰ বিজয়ে নিশ্চিত কৰিছে ২১ত বিজেপিৰ চৰকাৰ হ’ব’ : মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

কৰিমগঞ্জত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকৰ সামৰণি ভাষণত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য 'বিটিচিৰ নিৰ্বাচনে বিজেপিৰ অশ্বমেধ যজ্ঞ সম্পন্ন কৰিলে, বড়োলেণ্ডৰ বিজয়ে নিশ্চিত কৰিছে ২১ত বিজেপিৰ চৰকাৰ হ'ব' । বিজেপিত আমি যোগ দিছিলো
Read More...

প্ৰিয়ংকা গান্ধীক আটক কৰিলে আৰক্ষীয়ে

অকৃষকসকলে ব্যাহত ৰখা প্ৰতিবাদক সমৰ্থন জনাই আজি বৃহস্পতিবাৰে ৰাহুল গান্ধীৰ নেতৃত্বত ৰাষ্ট্ৰপতি ভৱনলৈ কংগ্ৰেছ নেতাসকলে এক ৰেলী বাহিৰ কৰিছিল । এই ৰেলীত আৰক্ষীয়ে বাধা প্ৰদান কৰে আৰু লগতে আটক কৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীকো । আনফালে,
Read More...

মৰাণত আয়োজন কৰা টাইপা কেন্দ্ৰীয় অধিৱেশন অবৈধ !

সংগঠনৰ পৰা বহিষ্কৃত একাংশই নেতাই “টাই আহোম যুৱ পৰিষদ, টাইপা নাম লৈ মৰাণত ২৬, ২৭ আৰু ২৮ ডিচেম্বত অনুষ্ঠিত কৰিছে কেন্দ্ৰীয় অধিৱেশন । বুধবাৰে সংবাদমাধ্যমক সম্বোধন কৰি যুটীয়া সম্পাদক গৰাকীয়ে কয়-মৰাণত অনুষ্ঠিত হ’ব লগা অধিৱেশনখন টাইপা
Read More...

কৃষকৰ সুবিধাৰ্থে কেন্দ্ৰীয় চৰকাৰৰ ১৮ হাজাৰ কোটি টকাৰ বিশেষ আঁচনি

এফালে চলি আছে কৃষি আইনৰ বিৰোধিতাৰে কৃষকৰ প্ৰতিবাদ । আনহাতে নৰেন্দ্ৰ মোডী নেত্বৃতাধীন কেন্দ্ৰীয় চৰকাৰে কৃষকৰ সুবিধাৰ্থে ঘোষণা কৰিলে এক নতুন আঁচনি । ন কোটি কৃষকৰ সুবিধাৰ্থে ১৮ হাজাৰ কোটি টকাৰ কৃষক সন্মান নিধি ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ ।
Read More...

হাগ্ৰামাৰ সকলো চেষ্টা অথলে গল : ২২ পাৰিষদৰ আস্থা ভোটেৰে BTCৰ চীফ হিচাপে নিৰ্বাচিত প্ৰমোদ বড়ো

সকলো উৎকন্ঠাৰ অন্তত ২২ পাৰিষদৰ আস্থা ভোটেৰে BTCৰ চীফ নিৰ্বাচিত হ'ল প্ৰমোদ বড়ো । সকলো চেষ্টা অথলে গল হাগ্ৰামাৰ । বিটিচিৰ আস্থা ভোটত প্ৰমোদ বড়োৰ জয় । আস্থা ভোটত UPPL-BJP-GSPৰ সন্মিলিত শক্তিৰ মুঠ ২২জন পাৰিষদৰ ভোট লাভ কৰিলে প্ৰমোদ বড়োৱে ।
Read More...

আজি ৰাজপথত নামিল ৰাহুল গান্ধী, কৃষকৰ বাবে ৰাষ্ট্ৰপতি ভৱনলৈ কংগ্ৰেছেৰ সমদল

নতুন কৃষি আইনৰ বিৰুদ্ধে দিল্লীত অব্যাহত আছে কৃষকৰ আন্দোলন । আজি পুৱা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৃষকৰ বাবে বিজয় চ’কৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ সমদল কৰে । ৰাহুল গান্ধীৰ নেতৃত্বত এই সমদলত অংশগ্ৰহণ কৰে আন কংগ্ৰেছী সাংসদ সকলেও ।
Read More...

এইবাৰ দল এৰিলে প্ৰদেশ কংগ্ৰেছৰ সম্পাদক পলাশ তামূলীয়ে

এতিয়া কংগ্ৰেছ দল ত্যাগ কৰি ইজনৰ পিছত সিজন জ্যেষ্ঠ নেতাই যোগদান কৰিছে অন্য দলত । প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগ, জ্যেষ্ঠ কংগ্ৰেছ নেতা অপূৰ্ব ভট্টাচাৰ্য আৰু কমল মেধিৰ পিছত এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সম্পাদকৰ পদ ত্যাগ কৰিলে যুৱনেতা পলাশ তামূলীয়ে ।
Read More...