Breaking

Browsing Category

ৰাজনীতি

ৰাহুল গান্ধীৰ প্ৰধান মন্ত্ৰী মোদীক প্ৰশ্ন “ভাৰতত ক’ভিড টীকাকৰণ কেতিয়া”

প্ৰায়েই বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি অহা দেখা পোৱা যায় কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় অধ্যক্ষ ৰাহুল গান্ধীক । এইবাৰ ৰাহুল গান্ধী সৰৱ হোৱা পৰিলক্ষিত হৈছে ক’ৰ’না ভেকচিনকলৈ । ৰাহুল
Read More...

২৪ ডিচেম্বৰত আস্থা ভোটৰ সন্মুখীন হ’ব প্ৰমোদ বড়ো

বিটিচি নিৰ্বাচন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক লৈ প্ৰমোদ বড়োৰ প্ৰতিক্ৰিয়া । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ত সুখী প্ৰমোদ বড়ো । ২৪ ডিচেম্বৰ ৰাতিপুৱা ১০ বজাত আস্থা ভোটৰ সন্মুখীন হ’ব প্ৰমোদ বড়ো । সামাজিক মাধ্যম যোগে এই কথা ব্যক্ত
Read More...

আজি সোণোৱাল চৰকাৰৰ মন্ত্ৰীগোটৰ বৈঠকৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

আজি অনুষ্ঠিত হয় সোণোৱাল চৰকাৰৰ মন্ত্ৰীগোটৰ বৈঠক। বৈঠকত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । বৈঠকত বড়ো ভাষাক চৰকাৰী সহযোগী ভাষাৰূপে স্বীকৃতি দিয়া হয় । এতিয়াৰে পৰা সহযোগী ভাষাৰূপে ব্যৱহৃত হ’ব বড়ো ভাষা । অসম মালা
Read More...

কৰ’ণাৰ সংক্ৰমণ সীমিত হ’লেই কা বলৱৎ হোৱাৰ ইংগিত অমিত শ্বাহৰ

দেওবাৰে পশ্চিম বংগত এখন সভাত অংশ গ্ৰহণ কৰি অমিত শ্বাহে মন্তব্য কৰে যে, “কৰ'ণা ভেকছিনৰ টিকাকৰণ আৰম্ভ হোৱাৰ পিচতেই নাগৰিকত্ব সংশোধনী আইনক লৈ বিভিন্ন নীতি গ্ৰহণ কৰিব কেন্দ্ৰীয় চৰকাৰে। কৰ'ণাৰ সংক্ৰমণ সীমিত হ'লেই কা বলৱৎ হোৱাৰ ইংগিত অমিত
Read More...

নিশা সকলোধৰণৰ নিৰাপত্তাৰক্ষী ত্যাগ হাগ্ৰামাৰ : পুৱা হাগ্ৰামালৈ কেবিনেট পৰ্যায়ৰ নিৰাপত্তা

যোৱা নিশা নিজৰ সকলোধৰনৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী নিজেই ত্যাগ কৰিছিল বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ।  বিপিএফ দলৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে তেওঁৰ ঘৰৰ পৰা নিৰাপত্তাৰক্ষীসকলক উলিয়াই দিছিল আৰু যাৰ ফলত
Read More...

আকৌ অখিল গগৈৰ কাষ চাপিল কমল কুমাৰ মেধি

কেইদিনমান আগত কংগ্ৰেছ দল ত্যাগ কৰা এসময়ৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধিয়ে কালি ২১ ডিচেম্বৰ তাৰিখে ৰাইজৰ দলত যোগদান কৰে ।ৰাইজৰ দলৰ মঠঘৰীয়াস্থিত কাৰ্যালয়ত কমল কুমাৰ মেধিৰ লগতে বহু কংগ্রেছী কৰ্মীয়ে ৰাইজৰ দলত
Read More...

নগাঁও পেঞ্চনাৰ ভৱনত আন্তঃগাঠনি উন্নয়নৰ অনুদান বিতৰণ বিধায়ক ৰূপক শৰ্মাৰ

নগাঁও, ২১ ডিচেম্বৰ : নগাঁও চহৰস্হিত  পেঞ্চনাৰ ভৱনৰ আন্তঃগাঠনি উন্নয়নৰ বাবে আজি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই আছুতীয়া পূঁজিৰ  ৭ লাখ টকাৰ অনুদান আগবঢ়ায়। এই উপলক্ষে পেঞ্চনাৰ ভৱনত অনুষ্ঠিত  সভাত অসম পেঞ্চনাৰ সন্হাৰ নগাঁও শাখাৰ
Read More...

গোলাঘাটত বিজেপিত যোগদান শতাধিক কংগ্ৰেছ কৰ্মীৰ

কংগ্ৰেছী বিধায়িকা অজন্তা নেওঁগ বিজেপি যাত্ৰাৰ খবৰ সংবাদ মাধ্যমত বিয়পি পৰাৰ লগে লগেই কংগ্ৰেছৰ পৰা বিজেপিলৈ ধাপলি মেলিছে গোলাঘাট জিলাৰ কংগ্ৰেছ কৰ্মীসকল ৷ গোলাঘাট জিলাৰ খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত দক্ষিণ দক্ষিণহেঙেৰা গাওঁ পঞ্চায়তৰ
Read More...

নৰ্থ ইষ্ট ফেষ্টিভেলৰ মঞ্চত পুনৰ “কা”ৰ বিৰুদ্ধে সৰব জুবিন গাৰ্গ

পুনৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সৰব হ’ল জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ। গুৱাহাটীৰ ৰেডিছন ব্লুত দেওবাৰে সন্ধিয়া অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলত গীত পৰিৱেশন কৰাৰ মাজতে "কা"ৰ বিৰুদ্ধাচৰণ কৰি "কা" বাতিলৰ দাবীত ব্যতিক্ৰমী ৰূপত আন্দোলন কৰিব
Read More...

বিজেপিৰ লক্ষ্য ১০০ প্লাছ : অগপ, গণশক্তি, UPPLৰ সৈতে বৈঠকত বহিব অমিত শ্বাহ

আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ ১০০ প্লাচ লক্ষ্য আগত ৰাখি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বৈঠকত মিলিত হ’ব অসম গণ পৰিষদ, গণশক্তি আৰু প্ৰমোদ বড়োৰ ইউ পি পি এলৰ সৈতে। অহা ২৬ ডিচেম্বৰত গুৱাহাটীত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী
Read More...