Breaking

Browsing Category

ৰাজনীতি

ৰাজমিস্ত্ৰীক এমচিএলএ পাতিলে বিজেপিয়ে; বিজয়উৎসৱত আৱেগিক হৈ পৰিল বঢ়মপুৰৰ ইন্দ্ৰ

 নগাঁও, ২০ডিচেম্বৰ: সদ্যঘোষিত তিৱা স্বায়ত্ব শাসিত পৰিষদীয় নিৰ্বাচনত নগাঁও জিলাৰ অন্তৰ্গত ১০ টা পৰিষদীয় সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা ১০গৰাকী বিজেপি প্ৰাৰ্থীৰ ভিতৰত এজন প্ৰাৰ্থীৰ নাম  বিশেষ ভাৱে চৰ্চিত হৈছে । পেচাত  সাধাৰণ ৰাজমিস্ত্ৰীৰ কাম
Read More...

নলবাৰীত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী

নলবাৰী, ২০ ডিচেম্বৰ: নলবাৰীৰ অসম ৰাজ্যিক গ্ৰামীণ অভিযান মিছনৰ উদ্যোগত আত্মসহায়ক গোটৰ মাজত বেংকৰ ঋণ প্ৰদান কাৰ্যসূচীৰ ওপৰত আজি নলবাৰী জিলাৰ বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত মহিলাৰ এখন বিশাল সভা অনুষ্ঠিত হয়।এই অনুষ্ঠানত দুৰ্যোগ 
Read More...

আছুৰ লৰাই ক’লা পতাকা দেখালে যুৱ মৰ্চাৰ লৰাইয়ো আছুৰ লৰাক ক’লা পতাকা দেখুৱাব !

‘কা’ বিৰোধী আন্দোলনৰ সময়চোৱাত বিজেপিৰ বহুকেইজনো মন্ত্ৰী-বিধায়ক সন্মুখীন হব লগা হৈছিল ক’লা পতাকাৰ । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো কেইবাবাৰো আছুৰ লৰাই ক’লা পতাকাৰ দেখুৱা দেখিবলৈ পোৱা গৈছিল । কিন্ত এতিয়াৰে পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক
Read More...

নগাঁৱত কংগ্ৰেছৰ ক্লিনছুইপ; অপতিৰোধ্য বিজেপিৰ নগাঁৱত ১০টা সমষ্টিতে জয়, এখনো আসন নাপালে কংগ্ৰেছে

নগাঁও, ১৯ডিচেম্বৰ: আজি ফলাফল ঘোষিত তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত নগাঁও জিলাৰ তিৱা পৰিষদীয় সমষ্টিৰ ভোটাৰে সম্পূৰ্ণ ৰূপে প্ৰত্যাখান কৰিলে কংগ্ৰেছ দলক। তিৱা স্বায়ত্বশাসিত পৰিষদৰ নগাঁও জিলাৰ অন্তৰ্গত ১০টা সমষ্টিত বিজেপি দলে বিজয়ধ্বজা
Read More...

প্ৰতিবাদী কৃষকৰ বাতৰি কাকত : প্ৰতিবাদস্থলীতে আৰম্ভ হল কিষান IT Cell

প্ৰচণ্ড শীতকো নেওঁচি বিগত প্ৰায় ২২টা দিন ধৰি ৰাজপথত নিজৰ পাপ্য অধিকাৰ বিচাৰি থিয় হৈ আছে কৃষক সকল । নিজৰ স্থিতিত তেওঁলোক অটল কৃষকসকল ।বিভিন্ন পক্ষৰ না না হেচাঁ আৰু প্ৰলোভনেও তেওঁলোকক মনাব পৰা নাই । তেওঁলোকৰ এটাই কথা, “যি দাবীৰে ওলাই
Read More...

তিৱা পৰিষদত অপ্ৰতিৰোধ্য বিজেপি : মৰিগাঁওৰ অন্তিম ফলাফল

আজি আনুষ্ঠিত হৈ আছে তিৱা পৰিষদৰ নিৰ্বাচনৰ ভোটগননা । নগাঁৱ জিলাৰ অন্তিম ফলাফলত আটাইকেইটা সমষ্টিতে বিজেপি দলে জয়লাভ কৰিছে । আনহাতে মৰিগাঁও জিলাৰ ভোটগননাৰ ফলাফল ঘোষণা কৰা হৈছে । শেহতীয়া ফলাফল অনুসৰি :- ১ নং জামাদাৰি সমষ্টিত জয়ী
Read More...

তিৱা পৰিষদত অপ্ৰতিৰোধ্য বিজেপি : নগাঁৱৰ অন্তিম ফলাফল

আজি আনুষ্ঠিত হৈ আছে তিৱা পৰিষদৰ নিৰ্বাচনৰ ভোটগননা । নগাঁৱৰ অন্তিম ফলাফলত অপ্ৰতিৰোধ্য ৰূপত বিজেপি । 23 নং জৰাবাৰী সমষ্টি বিজেপিৰ গীতামণি কলিতা ভূঞা জয়ী। 21 নং টোপাকুছী সমষ্টিত বিজেপিৰ সুৰুজ কোঁৱৰ জয়ী। 25 নং চহৰী সমষ্টিত বিজেপিৰ
Read More...

অজন্তা নেওগৰ লগতে ৰাজদ্বীপ গোৱালা বিজেপিলৈ যোৱাটো নিচ্ছিত কৰিলে কংগ্ৰেছ দলে

সৰুপথাৰৰ বিধায়িকা ৰ'জলীনা তিৰ্কীৰ গোলাঘাটৰ ঘৰত উপস্হিত ৰূপজ্যোতি কুৰ্মী, দেৱব্ৰত শইকীয়া । ৰ'জলীনা তিৰ্কীৰ ঘৰত হৈ ৰূপজ্যোতি কুৰ্মীৰ মন্তব্যঃ অজন্তা নেওগৰ লগতে ৰাজদ্বীপ গোৱালা যাব বিজেপিলৈ । এই কথা কোনো বিৰুধী দলৰ মন্তব্য নহয় । এই কথা
Read More...

বিজেপিত যোগদানৰ পূৰ্বেই অজন্তা নেওগক কংগ্ৰেছৰ পৰা অপসাৰণ

চৰ্চা অনুসৰি, ২৬ ডিচেম্বৰত গোলাঘাটৰ কংগ্ৰেছ বিধায়িকা অজন্তা নেওগে বিজেপিত যোগ দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে! কেইদিনমান আগত বিধায়িকা গৰাকীয়ে মুখ্যমন্ত্ৰী আৰু বৃত্তমন্ত্ৰীক সাক্ষাত কৰিছিল। যোগদানৰ বিষয়টো এতিয়ালৈকে নিশ্চিত হোৱা নাই যদিও
Read More...

বাঘজান কাণ্ড : অইলৰ পৰিকল্পিত ষড়যন্ত্র !

গুৱাহাটীৰ চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত আয়োজিত এক সংবাদমেলত মানৱ অধিকাৰ কৰ্মী সোণেশ্বৰ নৰহে কয় যে হোটেল লিলিত বহি লাখ লাখ টকা খৰচ কৰিবলৈ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ ধন থাকে, কিন্তু বাঘজান কাণ্ডৰ গৱেষণামূলক বিষয়বোৰত খৰচ কৰিবলৈ চৰকাৰখনৰ ধন নাই৷
Read More...