Breaking

Browsing Category

ৰাজনীতি

মেলেঙীয়াল গাঁওত অসম দৰ্শন আঁচনিৰ আধাৰশিলা স্থাপন

মদাৰখাত, ১৬ ডিচেম্বৰ : ডিব্ৰুগড়ৰ জিলা লাহোৱাল বিধানসভা সমষ্টিৰ তথা মদাৰখাত মৌজাৰ অন্তৰ্গত ঐতিহাসিক মেলেঙীয়াল গাঁও শ্ৰীশ্ৰী অনিৰুদ্ধ মায়ামৰা নামঘৰলৈ অসম দৰ্শন আঁচনি জৰিয়তে আগবঢ়োৱা দহ লাখ টকাৰ আঁচনি কামৰ আজি ধৰ্মীয় তথা মাংগলিক কৰ্মৰে
Read More...

ডিব্রুগড়ৰ অ’ল ইণ্ডিয়া ৰেডিঅ’, দুৰদৰ্শন কেন্দ্ৰক কেৱল ৰিলে কেন্দ্ৰ হিচাপে পুনৰ নিৰ্ণয়…

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনাৱালে সৰ্বোচ্চ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাৱাদেকাৰলৈ পত্ৰযোগে ডিব্রুগড়ৰ অ'ল ইণ্ডিয়া ৰেডিঅ' আৰু দূৰদৰ্শন কেন্দ্ৰৰ বৰ্তমানৰ স্থিতি বাহাল ৰাখিবলৈ অনুৰোধ জনাইছে । সোনোৱালে ডিব্রুগড়ৰ অ'ল ইণ্ডিয়া
Read More...

বিজয় দিৱস উপলক্ষে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু গৃহ মন্ত্ৰী অমিত শ্বাহে বিজয় দিৱসৰ অনুষ্ঠানত দেশীবাসীলৈ শুভেচ্ছা জনায় । প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে নতুন দিল্লীত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত ১৯৭১ চনৰ ৫০ তম বৰ্ষপুৰ্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন
Read More...

বিটিআৰবাসীৰ বাবে বহুকেইটা আঁচনি ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

পৰিবৰ্তনৰ শ্লোগানেৰে সুদীৰ্ঘ ১৭ বছৰীয়া হাগ্ৰামাৰাজৰ অৱসান ঘটাই বিজেপি-ইউপিপিএল-জিএচপিয়ে মিত্ৰতাৰ চৰকাৰ গঠন কৰিলে বিটিআৰত । কালি ১৫ ডিচেম্বৰ তাৰিখে কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণ ফিল্ডত লক্ষাধিক জনতাৰ প্ৰবল হৰ্ষোল্লাসৰ মাজত
Read More...

ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন হব এইবাৰৰ গণতন্ত্ৰ দিৱসৰ মুখ্য অতিথি

আগন্তুক ২৬ জানুৱাৰীৰ গণতন্ত্র দিৱস উদযাপন অনুষ্ঠানত মুখ্য অতিথিৰ আসনত দেখা যাব ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছনক। ২৭ বছৰৰ পাছত পুনৰবাৰ ভাৰতৰ গণতন্ত্র দিৱস উদযাপন অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰীগৰাকী। পূৰ্বতে ১৯৯৩ চনৰ গণতন্ত্ৰ দিৱসত
Read More...

অন্ত পৰিল নিৰ্বাচনী প্ৰচাৰৰ : জীপ চলাই ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা ৰূপক শৰ্মাৰ : মঞ্চত তিৱা বিহু গাই…

নগাঁও, ১৫ডিচেম্বৰ: কংগ্ৰেছ এতিয়া অচল মুদ্ৰা, ৩২খন আসন লাভ কৰি তিৱা পৰিষদ আমিয়ে গঠন কৰিম- নগাঁৱত আজি এই মন্তব্য বিধায়ক ৰূপক শৰ্মাৰ। তিৱা স্বায়ত্ব শাসিত পৰিষদৰ পুখুৰীপাৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দ্বীপজ্যোতি পাটৰৰ হৈ নিৰ্বাচনী প্ৰচাৰত
Read More...

হোজাই বজাৰৰ বিভিন্ন স্থানত ডাষ্টবিন বিতৰণ কংগ্ৰেছ নেতা কৃষ্ণ কান্ত শৰ্মাৰ

হোজাই, ১৫ ডিচেম্বৰ: প্ৰাক্তন আৰক্ষী উপ মহাপৰিদৰ্শক তথা বৰ্তমানৰ কংগ্ৰেছ নেতা কৃষ্ণ কান্ত শৰ্মাই স্বচ্ছতাৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। কে কে শৰ্মাই হোজাই বজাৰৰ বিভিন্ন ঠাই সমূহত ঘূৰি ডাষ্টবিন বিতৰণ কৰা পৰিলক্ষিত হয়। উপস্থিত
Read More...

বিটিচিৰ চীফ হিচাপে শপত গ্ৰহণ কৰিলে প্ৰমোদ বড়োৱে

হাগ্ৰামা মহিলাৰীৰ ১৭ বছৰীয়া ৰাজত্বৰ অৱসান ঘটাই বিটিচিত নতুন পৰিষদৰ জৰিয়তে সকলো ৰাইজৰ সৰ্বাংগীন বিকাশ আৰু শান্তিৰ বাবে দৃঢ় প্ৰতিজ্ঞ বুলি ঘোষণা কৰি কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণ ফিল্ডত লক্ষাধিক জনতাৰ প্ৰবল হৰ্ষোল্লাসৰ মাজত চতুৰ্থ
Read More...

AGP এৰি AJP লৈ পাটাচাৰকুছিৰ বিধায়ক পবীন্দ্ৰ ডেকা

অসম গণ পৰিষদক মোক্ষম আঘাট । অসম গণ পৰিষদ এৰিলে বিধায়ক পবীন্দ্ৰ ডেকাই । আৰম্ভণিৰে পৰা ‘কা’ৰ তীব্ৰ বিৰোধিতা কৰি আহিছে পবীন্দ্ৰ ডেকাই। তাকেলৈ বিগত কিছু দিনৰ পৰা অগপ নেতৃত্বৰ ওপৰত মুকলি ক্ষোভ ব্যক্ত কৰি আহিছিল পাটাচাৰকুছিৰ বিধায়কগৰাকীয়ে।
Read More...

হাগ্ৰামা মহিলাৰীকো আমন্ত্ৰণ প্ৰমোদ বড়ো চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানলৈ

ৰাজ্যপালে জনোৱা আহ্বান ক্ৰমে আজি পুৱা ১০ বজাত BTRৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰিব UPPLৰ সভাপতি প্ৰমোদ বড়োৱে৷প্ৰমোদ বড়ো চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত BTCৰ সদ্য প্ৰাক্তন মুৰব্বী হাগ্ৰামা মহিলাৰীকো আমন্ত্ৰণ জনোৱা হৈছে৷ এই সন্দৰ্ভত
Read More...