Breaking

Browsing Category

ৰাজনীতি

বিটিচিৰ চীফ হিচাপে শপত গ্ৰহণ কৰিলে প্ৰমোদ বড়োৱে

হাগ্ৰামা মহিলাৰীৰ ১৭ বছৰীয়া ৰাজত্বৰ অৱসান ঘটাই বিটিচিত নতুন পৰিষদৰ জৰিয়তে সকলো ৰাইজৰ সৰ্বাংগীন বিকাশ আৰু শান্তিৰ বাবে দৃঢ় প্ৰতিজ্ঞ বুলি ঘোষণা কৰি কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণ ফিল্ডত লক্ষাধিক জনতাৰ প্ৰবল হৰ্ষোল্লাসৰ মাজত চতুৰ্থ
Read More...

AGP এৰি AJP লৈ পাটাচাৰকুছিৰ বিধায়ক পবীন্দ্ৰ ডেকা

অসম গণ পৰিষদক মোক্ষম আঘাট । অসম গণ পৰিষদ এৰিলে বিধায়ক পবীন্দ্ৰ ডেকাই । আৰম্ভণিৰে পৰা ‘কা’ৰ তীব্ৰ বিৰোধিতা কৰি আহিছে পবীন্দ্ৰ ডেকাই। তাকেলৈ বিগত কিছু দিনৰ পৰা অগপ নেতৃত্বৰ ওপৰত মুকলি ক্ষোভ ব্যক্ত কৰি আহিছিল পাটাচাৰকুছিৰ বিধায়কগৰাকীয়ে।
Read More...

হাগ্ৰামা মহিলাৰীকো আমন্ত্ৰণ প্ৰমোদ বড়ো চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানলৈ

ৰাজ্যপালে জনোৱা আহ্বান ক্ৰমে আজি পুৱা ১০ বজাত BTRৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰিব UPPLৰ সভাপতি প্ৰমোদ বড়োৱে৷প্ৰমোদ বড়ো চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত BTCৰ সদ্য প্ৰাক্তন মুৰব্বী হাগ্ৰামা মহিলাৰীকো আমন্ত্ৰণ জনোৱা হৈছে৷ এই সন্দৰ্ভত
Read More...

কোকৰাঝাৰত উৎসৱমুখৰ পৰিৱেশ, আজি BTRৰ মুৰব্বী হিচাপে শপত ল’ব প্ৰমোদ বড়োৱে

ৰাজ্যপালে জনোৱা আহ্বান ক্ৰমে আজি পুৱা ১০ বজাত BTRৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰিব UPPLৰ সভাপতি প্ৰমোদ বড়োৱে৷ BTRৰ প্ৰথমজন মুখ্য কাৰ্যবাহী সদস্য হ'ব প্ৰমোদ বড়ো৷ কিয়নো এতিয়া বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ পৰা উন্নীত হৈছে
Read More...

বি পি এফৰে মিত্ৰতা ভংগ বিজেপিৰ; বিজেপিৰ নতুন মিত্ৰ দল ইউপিপিএল : ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয়…

নলবাৰী, ১৪ ডিচেম্বৰ : নলবাৰী চহৰৰ সমীপৱৰ্তী জাপাৰকুছিত আজি নলবাৰী উন্নয়ন প্ৰাধিকৰণৰ অধীনত চহৰাঞ্চলত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ শুভাৰম্ভণী অনুষ্ঠানৰ আয়োজন কৰা হয় । নলবাৰী উন্নয়ন প্ৰাধিকৰণৰ অধীনত নলবাৰী চহৰৰ সীমামূৰীয়া গাওঁ সমূহ সামৰি
Read More...

কমল কুমাৰ মেধিৰ কংগ্ৰেছ ত্যাগ

কংগ্ৰেছ দলৰ পৰা পদত্যাগ কমল কুমাৰ মেধিৰ । অসম কংগ্ৰেছৰ মুখপাত্ৰ, আৰটিআই বিভাগৰ অধ্যক্ষ আৰু সাধাৰণ সদস্য পদৰ পৰাও পদত্যাগ । অতি শীঘ্ৰে বিকল্প ৰাজনৈতিক দলত যোগদান কৰিব নেতাগৰাকীয়ে । পাটাছাৰকুছি সমষ্টিৰ পৰা সাম্ভাব্য প্ৰাৰ্থী আছিল কমল কুমাৰ
Read More...

অসম কেবিনেটে চৰকাৰী সাহায্যপ্ৰাপ্ত মাদ্ৰাছা, সংস্কৃত টোল বন্ধ কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে

দেওবাৰে (১৩ ডিচেম্বৰ) মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সভাপতিত্ব কৰা অসম কেবিনেটে ৰাজ্যৰ সকলো চৰকাৰী মাদ্ৰাচা আৰু সংস্কৃত টোল (বিদ্যালয়) বন্ধ কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে । সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাতোৱাৰীয়ে কয় যে
Read More...

বহু প্ৰতীক্ষাৰ অন্তত আজিৰ পৰা উপলব্ধ হ’ব কৰ’ণা ভেকচিন

বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ’ণা মহামাৰীৰ প্ৰতিষেধকৰ বাবে অপেক্ষা কৰি আছিল বিশ্ববাসীয়ে। সকলো অপেক্ষাৰ অন্তত ব্ৰিটেন আৰু কানাডাৰ পাছতে এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰত কৰ’ণাৰ প্ৰতিষেধক ফাইজাৰ ব্যৱহাৰৰ বাবে অনুমতি প্ৰদান কৰা হৈছে । আজিৰে পৰা
Read More...

“বিটিচিত পুনৰ হ’ব বিপিএফৰ চৰকাৰ” : হাগ্ৰামা,হৰ্ছ ট্ৰেডিঙৰ আশংকাত BJP-UPPL

হাগ্ৰামা মহিলাৰীয়ে সাংবাদিকৰ সন্মুখত কৰা এটা বক্তব্যই কঁপনি তুলিছে BJP-UPPLৰ ভিতৰচঁৰাত । হাগ্ৰামা মহিলাৰীয়ে সাংবাদিকক কৈছিল যে, “বিটিচিত পুনৰ হ'ব বিপিএফৰ চৰকাৰ। ২২জন বিজয়ী প্ৰাৰ্থীৰ সমৰ্থনৰ তালিকা লৈ চৰকাৰ গঠন কৰিম” ।
Read More...

অখিল গগৈৰ মুক্তিৰ দাবীত নলবাৰী চহৰত পোষ্টাৰ লগাই প্ৰতিবাদ সাব্যস্ত কৰিলে নলবাৰীৰ কৃষক মুক্তি সংগ্ৰাম…

নলবাৰী, ১৩ ডিচেম্বৰ: কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি য়ে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে । বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চৰকাৰক কৃষক নেতা অখিল গগৈৰ মুক্তিৰ
Read More...