Breaking

Browsing Category

ৰাজনীতি

কোকৰাঝাৰত বিশাল অনুষ্ঠানৰে নতুন চৰকাৰৰ শপতগ্ৰহণ !

আজি বিটিচিৰ নতুন চিইএম হিচাপে দায়িত্ব অৰ্পণ কৰা হয় প্ৰমোদ বড়োক। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰমোদ বড়োক বিটিচি প্ৰধান হিচাপে ঘোষণা কৰে। ইয়াৰ পিছতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰণজিত দাস, প্ৰমোদ বড়ো আৰু নৱ শৰণীয়াই এক যৌথ সংবাদমেলৰ
Read More...

UPPL-BJPৰ মিত্ৰতাক বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ মোহৰ

UPPL-BJPৰমিত্ৰতা সন্দৰ্ভত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ  টুইট । টুইট যোগে বিজেপি-ইউপিপিএলৰ মিত্ৰতাক আনুষ্ঠানিক মোহৰ জে পি নাড্ডা আৰু অমিত শ্বাহৰ   । BTCৰ নিৰ্বাচনত NDAৰ সংখ্যাগৰিষ্ঠতা থকাৰ দাবী শ্বাহৰ। নতুন সহযোগী ইউ পি পি এল তথা প্ৰমোদ
Read More...

হোটেল লিলিত বিটিচি চৰকাৰ গঠনৰ কুচকাৱাজ

বিটিচি নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে এতিয়া চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ হৈছে। মহানগৰীৰ ছয়মাইলস্থিত হোটেল লিলিত নৱনিৰ্বাচিত পাৰিষদৰ বৈঠক অনুষ্ঠিত হৈছে । বৈঠকত মিলিত হৈছে বিজেপিৰ শীৰ্ষ নেতা সকল, বিটিচি নিৰ্বাচনত জয়যুক্ত হোৱা
Read More...

মন্ত্ৰী হিমন্তৰ সৈতে নিশা ২ বজাত বৈঠক

অন্ত পৰিল বিটিচি নিৰ্বাচনৰ ভোট গণনা । ১২ ডিচেম্বৰৰ পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈ ১৩ ডিচেম্বৰৰ মাজ নিশালৈ চলিল ভোট গণনা । ভোট গণনা অন্তত কোনো এটা দলেই বিটিচিত সংখ্যা গৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহ’ল।
Read More...

BTC নিৰ্বাচনৰ ভোটগননাত বৃহত্‍ উত্থান পতন ! শেহতীয়া খবৰ

আকৰ্ষণীয় হৈ পৰিছে বিটিচি নিৰ্বাচন । নিৰ্বাচনৰ ভোটগননাত দেখা পোৱা গৈছে বৃহত্‍ উত্থান পতন । ভোট গণনাৰ সময়ৰ পৰাই পিছ পৰি থকা বিপিএফ দলৰ শেহতীয়াকৈ উত্থান দেখিবলৈ পোৱা গৈছে। বৰ্তমান সময়লৈকে ১৪ খনকৈ আসনত অগ্ৰগতি লাভ কৰিছে BPF দলে
Read More...

নলবাৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ “জাতীয় গৰ্জন” শীৰ্ষক কাৰ্যসূচীৰ আয়োজন

নলবাৰী, ১২ ডিচেম্বৰ : সমগ্ৰ অসমত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যোৱা ১০, ১১ আৰু ১২  তাৰিখে আয়োজন কৰা "জাতীয় গৰ্জন" কাৰ্যসূচীৰ অংশ ৰূপে আজি নলবাৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নলবাৰী চহৰৰ এন টি ৰোডস্থিত মাৰুতি ষ্টেণ্ডত এই জাতীয় গৰ্জন
Read More...

মৰিগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত ঠিকা আবন্টনৰ নামত টকাৰ উজান

গৌতম কুমাৰ কাকতি মৰিগাঁও, ১২ডিচেম্বৰ : কেন্দ্ৰীয় চৰকাৰে পাইপযোগে দেশৰ প্ৰতিখন গাঁও প্ৰতিটো পৰিয়ালৰক খোৱাপানী যোগান ধৰাৰ বাবে জলজীৱন মিছনৰ দৰে যি অভিলাসী আঁচনি গ্ৰহণ কৰিছে, সেই আঁচনিৰ কাম ঠিকাদাৰক দিয়াৰ বাবদ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ
Read More...

ভোটগণনাৰ সময়ত শান্তি-সম্প্ৰীতি বজাই ৰখাৰ আহ্বান কোকৰাঝাৰ জিলা উপায়ুক্ত

কোকৰাঝাৰ জিলাৰ উপায়ুক্ত ভাস্কৰ ফুকনে ভোটগণনাৰ সময়ত শান্তি-সম্প্ৰীতি বজাই ৰখাৰ লগতে যিকোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰাৰ পৰা বিৰত থাকিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও,পৰ্বতঝৰা আৰু কোকৰাঝাৰ সমষ্টিত স্থাপন কৰা তিনিটা
Read More...

বড়োভূমিত আৰম্ভ ৰাজনৈতিক জল্পনা-কল্পনা : কাৰ মুখত বিৰিঙিব হাঁহি !

বহুকেইজন বাঘা বাঘা ৰাজনৈতিক নেতাৰ ব্যাপক প্ৰচাৰৰ পিছত বিটিচিত বিপুল সংখ্যক লোকে ভোটদান কৰিছিল । আজি শনিবাৰে বিটিচিৰ ৪খন জিলাত অনুষ্ঠিত হৈছে ভোটগণনা । বড়োভূমিত কোন জয়ী হ’ব বা কোন পৰাজিত হ’ব কাৰ মুখত বিৰিঙিব হাঁহি, ইয়াকে লৈ ভোটাৰৰ
Read More...

গায়িকাৰ ৰূপত বিধায়িকা আঙুৰলতা ডেকাৰ নিৰ্বাচনী প্ৰচাৰ

নগাঁও, ১১ ডিচেম্বৰ: সদ্যসমাপ্ত বিটিচি নিৰ্বাচনত  প্ৰচাৰ কাৰ্য চলোৱাৰ অন্তত এতিয়া পুনৰ আগন্তুক তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰত নামি পৰিছে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা। আজি তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত  ব্যস্ত 
Read More...