Breaking

Browsing Category

ৰাজনীতি

১০ ডিচেম্বৰত নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ ডিচেম্বৰত নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰিব । এই অনুষ্ঠানত শাৰীৰিকভাৱে বা ভাৰ্চুৱেল মোডৰ যোগেৰে সকলো দলৰ নেতা আৰু প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। নতুনকৈ নিৰ্মান হব লগা সংসদ ভৱনৰ নক্সা শনিবাৰে এক
Read More...

কাইলৈ বিটিচিৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

কাইলৈ অৰ্থাৎ সোমবাৰে বিটিচিত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব । তাৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। নিৰ্বাচনৰ লগত জড়িত সকলো বিষয়া- কৰ্মচাৰীয়েও নিজৰ নিজৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ যাবলৈ সাজু হৈছে ৷ কাইলৈ অনুষ্ঠিত হ’ব হব লগা
Read More...

৩ দিনীয়াকৈ অনুষ্ঠিত হ’ব অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ

অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ দিন ঘোষণা । ৩ দিনীয়াকৈ অনুষ্ঠিত হ'ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন। ২৮, ২৯ আৰু ৩০ ডিচেম্বৰত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন । কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপনৰ সম্ভাৱনা এই অধিৱেশনত।
Read More...

৮ ডিচেম্বৰত ভাৰত বন্ধ

ডিজিটেল ডেস্ক : শুকুৰবাৰে বিজ্ঞান ভৱনত  কেন্দ্ৰীয়  কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ আৰু ৰে’ল মন্ত্ৰী পীয়ুষ গোৱেল ৪০টা কৃষক সংগঠনৰ সৈতে আলোচনাত মিলিত হৈছিল। সেইদৰে  কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙেও
Read More...

বদৰুদ্দিন আজমলৰ বিৰুদ্ধে দিছপুৰ থানাত সত্যৰঞ্জন বৰাৰ গোচৰ

AIUDFৰ সভাপতি বদৰুদ্দিন আজমলৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ ৰুজু কৰে বিতৰ্কিত নেতা সত্যৰঞ্জন বৰাই । বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সত্যৰঞ্জন বৰাৰ গুৰুতৰ অভিযোগ, ‘বিদেশী সন্ত্ৰাসবাদীৰ ফাণ্ড লৈ চলাইছে আজমল ফাউণ্ডেছন। বিদেশী সন্ত্ৰাসবাদীৰ ফাণ্ড লৈ
Read More...

মৰিগাঁও জিলাৰ তিৱা নিৰ্বাচনৰ প্ৰাথী তালিকা প্ৰকাশ

 মৰিগাঁও, ৪ ডিচেম্বৰ : মৰিগাঁও জিলাৰ তিৱা স্বায়ত্ব পৰিষদৰ ২০২০ চনৰ সাধাৰন নিৰ্বাচনৰ বাবে ইতিমধ্যে মনোনয়ন পত্ৰসমূহ  মৰিগাঁও জিলা প্ৰশাসনে গ্ৰহণ কৰে। জানিব পৰা মতে  সেইবোৰ ৫৯টা বৈধ বুলি মৰিগাঁও জিলা প্ৰশাসনে জনাই। ইয়াৰে জামাদাৰী (ST
Read More...

তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ২৭ নং কাকী সমষ্টিৰ বাবে চুড়ান্ত প্ৰতিদ্বন্দী প্ৰাৰ্থীৰ তালিকা…

হোজাই, ৪ ডিচেম্বৰ: অহা ইং ১৭ ডিচেম্বৰ, ২০২০ তাৰিখে হ'বলগীয়া তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন হোজাই জিলাৰ অন্তৰ্গত ২৭ নং কাকী (মুক্ত) সমষ্টিৰ বাবে চুড়ান্ত প্ৰতিদ্বন্দী প্ৰাৰ্থী সকলৰ তালিকা প্ৰকাশ কৰি হোজাই জিলা তথ্য আৰু জনসংযোগ
Read More...

ভেটাপাৰা বৰসজাই উচ্চ মাধ্যমিক বিদ্যালয়ত বিজেপিৰ স্বচ্ছ ভাৰত অভিযান

অনলাইন বাৰ্তা, ৪ ডিচেম্বৰ : ভাৰতীয় জনতা পাৰ্টি গুৱাহাটী মহানগৰ জিলা স্বচ্ছ ভাৰত অভিযান কোষে আজি ভেটাপাৰা বৰসজাই উচ্চ মাধ্যমিক বিদ্যালয়ত স্বচ্ছতা অভিযানৰ কাৰ্যসূচী ৰুপায়ন কৰে ৷ পূৱা ৮ বজাত আৰম্ভ কৰা চাফাই কাৰ্য্যসূচীত গুৱাহাটী মহানগৰ
Read More...

এটা বেচৰকাৰী সংস্থাৰ অভিযোগ, সন্ত্ৰাসবাদৰ ধনেৰে চলি আছে আজমল ফাউণ্ডেচন ! হিমন্ত বিশ্ব শৰ্মাই কিহৰ…

আজমল ফাউণ্ডেচনৰ বিৰুদ্ধে উত্থাপিত হৈছে এক ভয়ংকৰ অভিযোগ । বিশ্বজুৰি সন্ত্রাস সৃষ্টি কৰা কেইবাটাও দুর্ধর্ষ সন্ত্রাসবাদী সংগঠনৰে সম্পৰ্কিত বিদেশী সংস্থাৰ পৰা আজমল ফাউণ্ডেচনে পুঁজি লাভ কৰাৰ গুৰুতৰ অভিযোগ লিগেল ৰাইটছ অবজাৰভেটৰী নামৰ এটা
Read More...

টংলাত প্ৰতিবাদী আছু কর্মীৰ ওপৰত নিৰ্মম প্ৰহাৰৰ প্ৰতিবাদত অৱস্হান ধৰ্মঘট

টংলা, ৩ডিচেম্বৰ : সদৌ ওদালগুৰি জিলা ছাত্র সন্থাৰ আহ্বানক্ৰমে বৃহস্পতিবাৰে টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত টংলা আঞ্চলিক ছাত্র সন্থাই প্ৰতিবাদী আছু কর্মীৰ ওপৰত নিৰ্মম প্ৰহাৰৰ প্ৰতিবাদত মুখত কলা কাপোৰ বান্ধি ৰাতিপুৱা ১১ বজাৰ পৰা দিনৰ
Read More...