Breaking

Browsing Category

ৰাজনীতি

এপিডিচিএল ব্যক্তিগতকৰণৰ বিৰুদ্ধে বিৰোধী ৰাজনৈতিক দলৰ যৌথ বিক্ষোভ

ডিকম, ৩ ডিচেম্বৰঃ ভাৰত চৰকাৰে এপিডিচিএল ব্যক্তিগতকৰণ কৰাৰ বিৰুদ্ধে বিৰোধী ৰাজনৈতিক দলসমূহে ডিব্ৰুগড়ৰ কদমনিস্থিত মুখ্য কাৰ্যলয়ত আজি যৌথ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। ভাৰতীয় জাতীয় কংগ্ৰেছ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, চিপিআই (এম) চিপিআই,
Read More...

সাপটগ্ৰামত ধুবুৰী পূৱ জিলা ভাৰতীয় জনতা পাৰ্টিৰ মহিলা মৰ্চাৰ কাৰ্য্যনিৰ্বাহ সভা অনুষ্ঠিত

বিলাসীপাৰা, ২ ডিচেম্বৰঃ ভাৰতীয় জনতা পাৰ্টিৰ ধুবুৰী পূৱ জিলা মহিলা মৰ্চাৰ সাপটগ্ৰাম চেন্বাৰ হলত আজি এখন কাৰ্য্যনিৰ্বাহসভা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে সভা খনত দলৰ সাংগঠনিক দিশত মূল্যৱান ভাষন প্ৰদান কৰে, ভাৰতীয় জনতা পাৰ্টিৰ ধুবুৰী
Read More...

আজি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈৰ আদ্যশ্ৰাদ্ধ

২৩ নৱেম্বৰত আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে আঁতৰি যোৱা প্ৰয়াত  প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আজি আদ্যশ্ৰাদ্ধ ৷ প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ চৰকাৰী বাসভৱনত আদ্যশ্ৰাদ্ধ উপলক্ষে দেখা গ’ল অনেক গুণমুগ্ধৰ উপস্থিতি৷ আদ্যশ্ৰাদ্ধৰ দিনটোত পুৱাৰে পৰা
Read More...

পঞ্জাৱৰ চি এম অমৰিন্দৰ সিঙে কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ প্রতিবাদ সম্পৰ্কত গৃহ মন্ত্ৰী অমিত শ্বাহক…

কেন্দ্ৰৰ নতুন কৃষি আইনৰ বিৰুদ্ধে কৃষকসকলে চলায় থকা আন্দোলনৰ মাজতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে আজি শুক্ৰবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে। বৈঠকৰ সময়ত পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে অমিত শ্বাহক কৃষি আইনৰ
Read More...

বিখ্যাত কমেডিয়ান কপিল শৰ্মাৰ সমৰ্থন দেশৰ কৃষক আন্দোলনলৈ

দেশত চলি থকা কৃষক আন্দোলনলৈ সমৰ্থন আগবঢ়াইছে ভাৰতৰ বিখ্যাত টিভি কমেডিয়ান কপিল শৰ্মাই।কপিল শৰ্মাই কালি এটা টুইটযোগে কৃষক আন্দোলনলৈ সমৰ্থন জনায় কয় যে – ‘এনেকুৱা কোনো সমস্যা নাই যাৰ সমাধান আলোচনাৰ মাজেৰে কৰিব নোৱাৰি। দেশৰ কৃষকৰ সমস্যাৰো
Read More...

বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে বিটিচিত আহি ফটা ঢোল বজাই আছে : আছু

টংলা, ২ ডিচেম্বৰ : ওদালগুৰিৰ বিভিন্ন প্ৰান্তত মন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ আগমন আনফালে "কা" বাতিল আৰু মূল্যবৃদ্ধি ৰোধৰ দাবীত টংলাত আছু, যুৱ ছাত্রৰ তীব্র প্রতিবাদ। বুধবাৰে ওদালগুৰি জিলাৰ অন্যম আঞ্চলিক ছাত্র সন্থা টংলা আঞ্চলিক
Read More...

বিলাসীপাৰাত কৃষি আইন বাতিল আৰু EIA বাতিলৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদী অৱস্থান ধৰ্মঘট

বিলাসীপাৰা, ২ ডিচেম্বৰঃ নতুনকৈ গৃহীত কৃষি আইন আৰু EIA বাতিলৰ দাৱীত সমগ্ৰ অসমৰ লগত সংগতি ৰাখি ধুবুৰী জিলাতো বিলাসীপাৰা ৰাজহ চক্ৰ কাৰ্য্যালয়ৰ চৌহদত সৰ্ব ভাৰতীয় সংঘৰ্ষ সমন্বয় সমিতি অসম অন্তভুৰ্ক্ত নিখিল ভাৰত কৃষক সভা, কৃষক সভা, কৃষক
Read More...

২০২১ ত বিজেপি আৰু অগপই পুনৰ মিত্ৰজোতৰ চৰকাৰ গঠণ কৰিব

২০২১ ত বিজেপি আৰু অগপই পুনৰ মিত্ৰজোতৰ চৰকাৰ গঠণ কৰিব । এই দাবী অগপৰ সাধাৰণ সম্পাদক সত্যব্ৰত কলিতাৰ । সেয়ে পুনৰ একেলগে নিৰ্বাচনী যুদ্ধত অৱতীৰ্ন হব বুলি উল্লেখ কৰে কমলপুৰ সমষ্টীৰ বিধায়ক সত্যব্ৰত কলিতাই । কমলপুৰ সমষ্টীৰ বোৰ্কা খেল পথাৰত
Read More...

অভিনেতা ছানি দেউল কৰোনা পজিটিভ

বলিউডৰ জনপ্ৰিয় অভিনেতা ছানি দেউল কৰোনাত আক্ৰমণ । মঙ্গলবাৰে হিমাচলৰ স্থাস্থ্য সচিবে এইকথা প্ৰকাশ কৰে । অভিনেতাৰ লগতে ছানি দেউল ভাৰতীয় জনতা পাৰ্টীৰ গুৰদাসপুৰৰ সাংসদ । পাতলীয়া জ্বৰত ভোগাৰ বাবে অভিনেতা তথা সাংসদ গৰাকীৰ কৰোনা টেষ্ট কৰোঁ হয়
Read More...

অসমলৈ আৰ এছ এছ প্ৰধান মোহন ভাগৱত

অসমৰ বিধানসভা নিৰ্বাচনৰ পূৰ্ৱে অসমলৈ আহি আছে আৰ এছ এছ প্ৰধান মোহন ভাগৱত । আজি অসম পাব আৰ এছ এছ প্ৰধান গৰাকী । ক্ষন্তেক সময়ৰ পিছতে গুৱাহাটী বিমানবন্দৰত উপস্থিত হ'বহি মোহন ভাগৱত । ১০ দিনীয়া কাৰ্যসূচীৰে উত্তৰ পূব ভ্ৰমণলৈ অহা আৰ এছ এছ
Read More...