Breaking

Browsing Category

ৰাজনীতি

প্ৰয়াত তৰুণ গগৈৰ সমষ্টি তিতাবৰত কংগ্ৰেছৰ প্ৰাৰ্থী কোন হ’ব ?

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তিতাবৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী কোন হ'ব এইলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই দেওবাৰে সম্পূৰ্ণ কৰ্তৃত্ব দিছিল গগৈ পৰিয়ালক ৷ প্ৰয়াত তৰুণ গগৈৰ সাংসদ পুত্ৰ গৌৰৱ গগৈয়ে এতিয়া বৃটেইনত জন্ম গ্ৰহণ
Read More...

কৃষক বিদ্ৰোহত! ”সকলো সমস্যা সমাধান কৰাৰ বাবে প্ৰস্তুত চৰকাৰ” গৃহমন্ত্ৰী অমিত শ্বাহ

কিছুদিন পূৰ্বে চৰকাৰে কাৰ্যকৰী কৰা কৃষি আইন কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰেৰে হেজাৰ হেজাৰ কৃষকে বিগত চাৰি দিনে প্ৰতিবাদ সাব্যস্ত কৰি আছিল । শীঘ্ৰে এই আইন উঠাই লোৱাৰ বাবেও প্ৰতিবাদী কৃষকসকলে দাবী জনাইছিল। কৃষকসকলে দিল্লীত প্ৰৱেশ কৰাৰ বাবে
Read More...

মৰিগাঁও জিলাত ১৭ ডিচেম্বৰ তাৰিখে চৰকাৰী বন্ধৰ ঘোষণা

মৰিগাঁও, ২৮ নৱেম্বৰ  : মৰিগাঁও জিলাত অহা ১৭ ডিচেম্বৰত তিৱা স্বায়ত্ত পৰিষদৰ ১৯ টা সমষ্টিৰ ১৯৩ টা ভোট কেন্দ্ৰত অনুষ্ঠিত হব লগীয়া ভোট গ্ৰহণৰ দিনটো অৰ্থাৎ ১৭ ডিচেম্বৰ তাৰিখে   মৰিগাঁও জিলা প্ৰশাসনে চৰকাৰী বন্ধৰ দিন ঘোষণা কৰিছে বুলি জিলা
Read More...

মৰিগাঁও নিৰ্বাচন বিভাগৰ বিশেষ প্ৰচাৰ অভিযান

মৰিগাঁও, ২৮ নৱেম্বৰ : আজিৰে পৰা চাৰি দিনীয়া কাৰ্যসূচী লৈ মৰিগাঁও জিলা নিৰ্বাচন বিভাগে বিশেষ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে । ২০২১ বৰ্ষৰ খচৰা ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ সন্দৰ্ভত ভোটাৰ সকলৰ মাজত সজাগতা আনিবলৈ ২৮ আৰু
Read More...

মৰিগাঁওত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

অনলাইন বাৰ্তা, ২৭ নৱেম্বৰ : মৰিগাঁওত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ । তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ পূৰ্বেই মনোনয়ন পত্ৰ দাখিলক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি মৰিগাঁও ত । মৰিগাঁও তিৱা স্বায়ত্ব পৰিষদৰ 14 নং গোভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী কংকণা
Read More...

বিটিচি নিৰ্বাচনত চৰ্ত সাপেক্ষে বিপিএফলৈ সমৰ্থন অসম ৰাজ্যিক জমিয়ত উলামাৰ

ডবকা ২৭ নৱেম্বৰঃ বিটিএডি পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে পৰিষদখন দখল কৰাক লৈ প্ৰতিটো ৰাজনৈতিক দলৰ মাজত ব্যাপক কুচকাৱাজ চলোৱা পৰিলক্ষিত হৈছে ৷ অহা ৭ আৰু ১০ ডিচেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হব বিটিচি পৰিষদীয় নিৰ্বাচন ৷ বিটিচি
Read More...

ডিব্ৰুগড়ত আসাম ষ্ট্ৰেট পাৱাৰ ইনঞ্জিনিয়াৰ্চ এচ্‌চিএছন আৰু পাৱাৰ ৱ’কাৰ্চ ইউনিয়নৰ যৌথ মঞ্চত…

ডিব্ৰুগড, ২৬ নৱেম্বৰ : সমগ্ৰ অসমৰ লগতে পাৱাৰ ৱ'কাচ্‌ ইউনিয়ন আৰু ইনঞ্জিনিয়াৰ্চ এচ্‌চিএছনে যৌথ ভাবে ডিব্ৰুগড়ত ২৬ নৱেম্বৰ তাৰিখে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে বিদুৎ খণ্ড ব্যক্তিগত কৰন বন্ধ কৰক, অসম চৰকাৰ হুচিয়াৰ , ৰাজহুৱা বিদুৎ খণ্ড
Read More...

ৰাইজৰ ৰোষত পৰিছে বদৰুদ্দিন আজমলৰ তনয় বিধায়ক আব্দুৰ ৰহিম আজমল : কলা পতাকাৰে আদৰনি

ডবকা, ২৩ নৱেম্বৰ : AIUDF প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমলৰ তনয় বিধায়ক আব্দুৰ ৰহিম আজমল ৰাইজৰ ৰোষত পৰা ঘটনাই হোজাই জিলাত ব্যাপক চৰ্চা আৰাম্ভ হৈছে । বিগত প্ৰায় এবছৰৰ পৰা ৯০ নং যমুনামুখ সমষ্টিত অনুপস্থিতিত হৈ আছিল বিধায়ক গৰাকী। চলিত বৰ্ষত
Read More...

ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যায়ত ৭২ সংখ্যক ৰাষ্ট্ৰীয় শিক্ষাৰ্থী দিৱস পালন

জামুগুৰিহাট, ২৩ নবেম্বৰ : ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱসটি চতিয়া বিধান সভা সমষ্টিৰ উচ্চ শিক্ষাৰ এক অন্যতম শিক্ষানুষ্ঠান ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী গোটে আজি দিনযোৰা কাৰ্যসূচীৰে
Read More...

লুৰিনজ্যোতি গগৈয়ে চেপা খুন্দা পালে চাগে, সেয়ে ওলাই আহিল আছুৰ পৰা

দুলিয়াজানত অনুষ্ঠিত হৈ যায় সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশন  । সেই অধিৱেশনত সাংস্কৃতিক অনুষ্ঠানত অংশ গ্ৰহণ কৰিছিল কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাই । দুলিয়াজানৰ পৰা গুৱাহাটীলৈ ওভতি কণ্ঠশিল্পী গৰাকীয়ে আছু সম্পৰ্কে মন্তব্য প্ৰকাশ কৰি কয় যে ‘‘সদৌ
Read More...