ৰাজনীতি

মৃদঙীয়া গায়ন বায়ন সংস্কৃতিৰ উত্তৰণৰ প্ৰচেষ্টা মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত গুৰুত্বপূর্ণ সভা

ৰাজ্যৰ কেবাটাও খিলঞ্জীয়া জনগোষ্ঠীৰ জনজীৱনৰে এক অপূর্ব সাংস্কৃতিক পৰিচয় জড়িত হৈ থকা মৃদঙীয়া লোক কৃষ্টিৰ নিয়মিত চৰ্চা, সংৰক্ষণ, সংবৰ্দ্ধনৰ লগতে ইয়াৰ বিজ্ঞান সন্মত উত্তৰণৰ...

দুই ডুবন্ত নাঁৱত মুখ্যমন্ত্ৰীক তুলি ডুবাব বিচাৰিছে প্ৰমোদ-তুলিৰামে ! মুখ্যমন্ত্ৰীক বশ কৰিবলৈ এইবাৰ দুই নেতাৰ গুপুত কৌশল ৰচনা…

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুৰব্বী তুলিৰাম ৰংহাঙৰ পৰ্বতসম দুৰ্নীতিৰ কথা সংবাদমাধ্যম আৰু- ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ পিছতে এতিয়া তুলিৰামৰ নাজল-নাথল অৱস্থা হৈছে। বহুতে জানিবলৈ...

২০২৬ চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ তাৰকা বিজয়ে…

২০২৬ চনৰ তামিলনাডুৰ নিৰ্বাচনৰ বাবে সাজু বিজয়। ২০২৬ চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ তাৰকা বিজয়ে। চেন্নাইত দলীয় কাৰ্যালয়ত দলৰ পতাকা উন্মোচন অভিনেতা...

আজিৰে পৰা অসম বিধান সভাৰ শৰৎকালীন অধিৱেশন…

আজিৰে পৰা অসম বিধান সভাৰ শৰৎকালীন অধিৱেশনঅসম বিধানসভাৰ শৰৎকালীন অধিবেশন প্ৰথম দিনটোত ১১ খন বিধেয়ক উণ্থাপন হব ইয়াৰে ৮ খন সংশোধনী বিধেয়কনতুন তিনিখন বিধেয়কনতুন তিনি...

এহাতে স্মাৰ্ট মিটাৰ আনহাতে লেম্প লৈ প্ৰতিবাদ বিধায়ক অখিল গগৈৰ…

স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত উত্তাল ৰাজ্য। বিধানসভা চৌহদত অখিল গগৈৰ প্ৰতিবাদ। এহাতে স্মাৰ্ট মিটাৰ, আনহাতে লেম্প লৈ প্ৰতিবাদ বিধায়কজনৰ। স্মাৰ্ট মিটাৰৰ লুণ্ঠন বন্ধ কৰাৰ আহ্বান...

Popular