ৰাজনীতি

এহাতে স্মাৰ্ট মিটাৰ আনহাতে লেম্প লৈ প্ৰতিবাদ বিধায়ক অখিল গগৈৰ…

স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত উত্তাল ৰাজ্য। বিধানসভা চৌহদত অখিল গগৈৰ প্ৰতিবাদ। এহাতে স্মাৰ্ট মিটাৰ, আনহাতে লেম্প লৈ প্ৰতিবাদ বিধায়কজনৰ। স্মাৰ্ট মিটাৰৰ লুণ্ঠন বন্ধ কৰাৰ আহ্বান...

কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষ মালহোত্ৰাৰ শক্তিপীঠ কামাখ্যা মন্দিৰ দৰ্শন

ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু পথ পৰিবহণ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হৰ্ষ মালহোত্ৰাই আজি বিয়লি নীলাচল পাহাৰৰ শক্তিপীঠ মা কামাখ্যা মন্দিৰ দৰ্শন কৰে...

ইউ এছ টি এমৰ পৰা উত্তীর্ণ ছাত্ৰ ছাত্ৰীয়ে যাতে অসমত চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰে, তাৰ চিন্তা চৰ্চা কৰি আছোঁ : মুখ্যমন্ত্রী ড: হিমন্ত...

ইউ এছ টি এমৰ পৰা উত্তীর্ণ ছাত্ৰ ছাত্ৰীয়ে যাতে অসমত চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰে, তাৰ চিন্তা চৰ্চা কৰি আছোঁ। বাহিৰা বিশ্ববিদ্যালয়ৰ পৰা উত্তীর্ণ...

বিল অস্বাভাৱিকভাৱে বৃদ্ধি হোৱা যদি দেখুৱাই দিব পাৰে ! নিশ্চয়কৈ আমি ব্যৱস্থা ল’মঃ মন্ত্ৰী পীযুষ হাজৰিকা…

বিল অস্বাভাৱিকভাৱে বৃদ্ধি হোৱা যদি দেখুৱাই দিব পাৰে, নিশ্চয়কৈ আমি ব্যৱস্থা ল’মঃ পীযুষ হাজৰীকাস্মাৰ্ট মিটাৰৰ বিল বৃদ্ধিক লৈ অসম বিধানসভা প্ৰাংগণত সাংবাদিকৰ আগত মন্ত্ৰী...

তুলিৰাম ৰংহাঙৰ ক’লা অধ্যায়ৰ আৰু এখিলা পাত : অন্য এক ক’লা অধ্যায় কাচে কনষ্ট্ৰাকচন ( অ’পিচি) প্ৰাঃ লিমিটেড’ৰ কাহিনী…

তুলিৰাম ৰংহাঙৰ ক’লা অধ্যায়ৰ আৰু এখিলা পাত প্ৰতিক্ৰিয়া হওতেই সলাই পেলালে কাম সম্পাদনৰ প্ৰমাণপত্ৰবিতুষ্ট মুখ্যমন্ত্ৰীয়ে কৰিছে বিকল্পৰ সন্ধানপ্ৰতিবেদন -৩ কাৰ্বি স্বায়ত্ত্ব শাসিত পৰিষদৰ মুৰব্বী তুলিৰাম ৰংহাঙৰ...

Popular